logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জুবিন গাৰ্গৰ স্মৃতি তৰ্পণঃ স্বামীৰ প্ৰিয় পাইন গছৰ স্থানত গৰিমা গাৰ্গে ৰোপণ কৰিলে নাহৰৰ পুলি বঙাল পুখুৰীত আজি শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি এক আবেগিক পৰিৱেশত এজোপা নাহৰৰ পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে, এই স্থানতে থকা জুবিন গাৰ্গৰ পুৰণা ঘৰৰ চৌহদত শিল্পীগৰাকীয়ে কলেজত পঢ়ি থকা সময়তে এজোপা পাইন গছ ৰোপণ কৰিছিল।যোৰহাটলৈ আহিলে প্ৰায়ে জুবিনে নিজ হাতে ৰোৱা সেই গছজোপাক সাৱটি ধৰি আবেগিক হৈ পৰিছিল। কিন্তু ২০২৪ চনৰ ২৯ অক্টোবৰৰ এটা ধুমুহাৰ নিশাত সেই গছজোপা ভাঙি পৰে। ​জুবিন গাৰ্গৰ সেই আৱেগক সন্মান জনাই আজি পত্নী গৰিমা গাৰ্গে ‘যন্ত্ৰ’ বেণ্ডৰ কলা-কুশলীসকলক লগত লৈ উক্ত স্থানত এজোপা নাহৰৰ পুলি ৰোপণ কৰে। পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈ পৰা গৰিমা গাৰ্গে কয় যে জুবিনৰ ইচ্ছা অনুসৰিয়েই এই গছপুলিটো ৰোপণ কৰা হৈছে যাতে ইয়াৰ জৰিয়তে তেওঁ এই পুৰণা ভেটিটোত শান্তিৰে জিৰণি ল’ব পাৰে। এই কাৰ্যসূচীত বৰ্তমানৰ গৃহ স্বত্বাধিকাৰী হিৰো দত্তৰ পৰিয়ালেও সহযোগিতা আগবঢ়ায়।

2 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
2 hrs ago

জুবিন গাৰ্গৰ স্মৃতি তৰ্পণঃ স্বামীৰ প্ৰিয় পাইন গছৰ স্থানত গৰিমা গাৰ্গে ৰোপণ কৰিলে নাহৰৰ পুলি বঙাল পুখুৰীত আজি শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি এক আবেগিক পৰিৱেশত এজোপা নাহৰৰ পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে, এই

স্থানতে থকা জুবিন গাৰ্গৰ পুৰণা ঘৰৰ চৌহদত শিল্পীগৰাকীয়ে কলেজত পঢ়ি থকা সময়তে এজোপা পাইন গছ ৰোপণ কৰিছিল।যোৰহাটলৈ আহিলে প্ৰায়ে জুবিনে নিজ হাতে ৰোৱা সেই গছজোপাক সাৱটি ধৰি আবেগিক হৈ পৰিছিল। কিন্তু ২০২৪ চনৰ ২৯ অক্টোবৰৰ

এটা ধুমুহাৰ নিশাত সেই গছজোপা ভাঙি পৰে। ​জুবিন গাৰ্গৰ সেই আৱেগক সন্মান জনাই আজি পত্নী গৰিমা গাৰ্গে ‘যন্ত্ৰ’ বেণ্ডৰ কলা-কুশলীসকলক লগত লৈ উক্ত স্থানত এজোপা নাহৰৰ পুলি ৰোপণ কৰে। পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈ পৰা গৰিমা

গাৰ্গে কয় যে জুবিনৰ ইচ্ছা অনুসৰিয়েই এই গছপুলিটো ৰোপণ কৰা হৈছে যাতে ইয়াৰ জৰিয়তে তেওঁ এই পুৰণা ভেটিটোত শান্তিৰে জিৰণি ল’ব পাৰে। এই কাৰ্যসূচীত বৰ্তমানৰ গৃহ স্বত্বাধিকাৰী হিৰো দত্তৰ পৰিয়ালেও সহযোগিতা আগবঢ়ায়।

More news from অসম and nearby areas
  • শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ বাকৰিত 'সোমনাথ স্বাভিমান পৰ্ব'ৰ আয়োজন কৰা হৈছিল, য'ত ভক্তসকলে প্ৰধানমন্ত্ৰী মোদীৰ মূল অনুষ্ঠান লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে প্ৰত্যক্ষ কৰে। ভাৰতৰ প্ৰথম জ্যোতিৰ্লিংগ সোমনাথ মন্দিৰত বিদেশী আক্ৰমণৰ ১০০০ বছৰ আৰু সৰ্দাৰ পেটেলে ইয়াক পুনৰ নিৰ্মাণ কৰাৰ স্মৃতিচাৰণত এই পৰ্বৰ আয়োজন কৰা হৈছিল। ই ভাৰতীয় সনাতনী সভ্যতাৰ পুনৰুত্থানৰ প্ৰতীক হিচাপে এক ঐতিহাসিক ক্ষণ আছিল।
    1
    শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ বাকৰিত 'সোমনাথ স্বাভিমান পৰ্ব'ৰ আয়োজন কৰা হৈছিল, য'ত ভক্তসকলে প্ৰধানমন্ত্ৰী মোদীৰ মূল অনুষ্ঠান লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে প্ৰত্যক্ষ কৰে। ভাৰতৰ প্ৰথম জ্যোতিৰ্লিংগ সোমনাথ মন্দিৰত বিদেশী আক্ৰমণৰ ১০০০ বছৰ আৰু সৰ্দাৰ পেটেলে ইয়াক পুনৰ নিৰ্মাণ কৰাৰ স্মৃতিচাৰণত এই পৰ্বৰ আয়োজন কৰা হৈছিল। ই ভাৰতীয় সনাতনী সভ্যতাৰ পুনৰুত্থানৰ প্ৰতীক হিচাপে এক ঐতিহাসিক ক্ষণ আছিল।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • চৰাইদেউৰ মথুৰাপুৰত প্ৰচণ্ড ধুমুহা-বৰষুণত আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ চাল সম্পূৰ্ণৰূপে উৰি গ'ল। ইয়াৰ ফলত স্কুলৰ নথি-পত্ৰকে ধৰি বহু সামগ্ৰী নষ্ট হোৱাৰ লগতে পাঠদান ব্যাহত হৈ পৰে।
    1
    চৰাইদেউৰ মথুৰাপুৰত প্ৰচণ্ড ধুমুহা-বৰষুণত আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ চাল সম্পূৰ্ণৰূপে উৰি গ'ল। ইয়াৰ ফলত স্কুলৰ নথি-পত্ৰকে ধৰি বহু সামগ্ৰী নষ্ট হোৱাৰ লগতে পাঠদান ব্যাহত হৈ পৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
  • মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় অভিমুখী এখন যাত্ৰীবাহী বাছ আৰু মৰাণ অভিমুখী এখন ব'লেৰ' পিক আপৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
    1
    মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ডিব্ৰুগড় অভিমুখী এখন যাত্ৰীবাহী বাছ আৰু মৰাণ অভিমুখী এখন ব'লেৰ' পিক আপৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    13 hrs ago
  • পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    14 hrs ago
  • হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়। এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে। এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ।


মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়।
হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ।
মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়।
আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়।
এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে।
এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে।
আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।
মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Actor ধেমাজি, ধেমাজি, অসম•
    2 hrs ago
  • ৰঙিয়াৰ সোণেশ্বৰত এক বৰ্ণাঢ্য ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বিজেপি যুৱ নেতা পাৰ্শ্ববব কলিতাই আমন্ত্ৰিত অতিথি হিচাপে অংশ লয়। সন্মিলনত অঞ্চলটোৰ জনসাধাৰণৰ মাজত বিহুৰ উছাহ দেখা গৈছে।
    1
    ৰঙিয়াৰ সোণেশ্বৰত এক বৰ্ণাঢ্য ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত বিজেপি যুৱ নেতা পাৰ্শ্ববব কলিতাই আমন্ত্ৰিত অতিথি হিচাপে অংশ লয়। সন্মিলনত অঞ্চলটোৰ জনসাধাৰণৰ মাজত বিহুৰ উছাহ দেখা গৈছে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    15 hrs ago
  • no.2 sunapur bongalmora to halmora road Lakhimpur assam
    1
    no.2 sunapur bongalmora to halmora road Lakhimpur assam
    user_Shoriful
    Shoriful
    ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    16 hrs ago
  • লখিমপুৰ জিলাত আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষীয়ে সাংবাদিকসকলৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।
    1
    লখিমপুৰ জিলাত আৰক্ষী অধীক্ষকৰ উপস্থিতিত আৰক্ষীয়ে সাংবাদিকসকলৰ সৈতে আলোচনাত মিলিত হয়। এই বৈঠকত জিলাখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    7 hrs ago
  • প্ৰধানমন্ত্ৰী মোডী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। কাইলৈ পুৱা ১১ বজাত নতুন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকিব।
    1
    প্ৰধানমন্ত্ৰী মোডী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। কাইলৈ পুৱা ১১ বজাত নতুন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকিব।
    user_Jatin yadav
    Jatin yadav
    Golaghat, Assam•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.