logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

no.2 sunapur bongalmora to halmora road Lakhimpur assam

2 hrs ago
user_Shoriful
Shoriful
ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
2 hrs ago

no.2 sunapur bongalmora to halmora road Lakhimpur assam

More news from Assam and nearby areas
  • ৰঙিয়াৰ সোণেশ্বৰত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত বিজেপি যুৱ নেতা পাৰ্শ্ববব কলিতা। ৰঙিয়াৰ সোণেশ্বৰত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত।
    1
    ৰঙিয়াৰ সোণেশ্বৰত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত বিজেপি যুৱ নেতা পাৰ্শ্ববব কলিতা।
ৰঙিয়াৰ সোণেশ্বৰত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    1 hr ago
  • no.2 sunapur bongalmora to halmora road Lakhimpur assam
    1
    no.2 sunapur bongalmora to halmora road Lakhimpur assam
    user_Shoriful
    Shoriful
    ধকুৱাখানা (পিটি), লখিমপুৰ, অসম•
    2 hrs ago
  • ভাৰতীয় সনাতনী সভ্যতাৰ বাবে ঐতিহাসিক ক্ষণ---ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল শিৱসাগৰ--- বহু বছৰীয়া সনাতনী সভ্যতাৰ প্ৰতীক"সোমনাথ স্বাভিমান পৰ্বৰ" সক্ষী হৈ ৰল শিৱসাগৰবাসী--- শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ বাকৰিত শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা "সোমনাথ স্বাভিমান পৰ্ব"ৰ আয়োজনৰ ব্যৱস্থা---সোমনাথ মন্দিৰৰ প্ৰধান মন্ত্ৰী নৰেন্ধ মোডীয়ে অংশ গ্ৰহন কৰা মূল অনুষ্ঠান লাইভ ষ্ট্ৰিমিং ৰ দ্বাৰা প্ৰত্যক্ষ কৰে শিৱসাগৰবাসীয়ে--- ভাৰতৰ ১২ জ্যোতি লিংগৰ প্ৰথমটো জ্যোতি লিংগ সোমনাথ মন্দিৰত বিদেশী আক্ৰমনকাৰীৰ আক্ৰমনৰ ১০০০ বছৰ সম্পূৰ্ণ হোৱাৰ লগতে লৌহ পুৰুষ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে পুণৰ ভাৰতীয় আধ্যাত্মিক আস্থাৰ প্ৰতীক সোমনাথ মন্দিৰক অধুনিক ৰূপ দিছিল ১৯৫১ চনত---যাৰ লগত সংগতি ৰাখি আজি ঐতিহাসিক শিৱ দৌলৰ বাকৰিত সমবেত ধৰ্মপ্ৰাণ ভক্তসকলে সোমনাথ মন্দিৰৰ মূল অনুষ্ঠানৰ সাক্ষী হৈ ৰয়--- অসমৰ মহা ভৈৰৱ মন্দিৰ আৰু শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত লাইভ ষ্ট্ৰিমিং ব্যৱস্থা কৰা হৈছিল---
    1
    ভাৰতীয় সনাতনী সভ্যতাৰ বাবে ঐতিহাসিক ক্ষণ---ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল শিৱসাগৰ---

বহু বছৰীয়া সনাতনী সভ্যতাৰ প্ৰতীক"সোমনাথ স্বাভিমান পৰ্বৰ" সক্ষী হৈ ৰল শিৱসাগৰবাসী---


শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ বাকৰিত শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা "সোমনাথ স্বাভিমান পৰ্ব"ৰ আয়োজনৰ ব্যৱস্থা---সোমনাথ মন্দিৰৰ প্ৰধান মন্ত্ৰী নৰেন্ধ মোডীয়ে অংশ গ্ৰহন কৰা মূল অনুষ্ঠান লাইভ ষ্ট্ৰিমিং ৰ দ্বাৰা প্ৰত্যক্ষ কৰে শিৱসাগৰবাসীয়ে---


ভাৰতৰ ১২ জ্যোতি লিংগৰ প্ৰথমটো জ্যোতি লিংগ সোমনাথ মন্দিৰত বিদেশী আক্ৰমনকাৰীৰ আক্ৰমনৰ ১০০০ বছৰ সম্পূৰ্ণ হোৱাৰ লগতে লৌহ পুৰুষ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে পুণৰ ভাৰতীয় আধ্যাত্মিক আস্থাৰ প্ৰতীক সোমনাথ মন্দিৰক অধুনিক ৰূপ দিছিল ১৯৫১ চনত---যাৰ লগত সংগতি ৰাখি আজি ঐতিহাসিক শিৱ দৌলৰ বাকৰিত সমবেত ধৰ্মপ্ৰাণ ভক্তসকলে সোমনাথ মন্দিৰৰ মূল অনুষ্ঠানৰ সাক্ষী হৈ ৰয়---

অসমৰ মহা ভৈৰৱ মন্দিৰ আৰু শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত লাইভ ষ্ট্ৰিমিং ব্যৱস্থা কৰা হৈছিল---
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    40 min ago
  • মাতৃ দিৱসৰ এই পবিত্ৰ দিনটোত সমগ্ৰ মাতৃশক্তিলৈ আন্তৰিক শুভকামনা জনোৱা হৈছে। মাতৃৰ ত্যাগ, প্ৰেম আৰু আশীৰ্বাদক শ্ৰদ্ধা জনাই কোৱা হৈছে যে 'মা' কেৱল এটা শব্দ নহয়, এখন সম্পূৰ্ণ পৃথিৱী। সকলো মাতৃৰ সুস্বাস্থ্য, সুখ আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে।
    1
    মাতৃ দিৱসৰ এই পবিত্ৰ দিনটোত সমগ্ৰ মাতৃশক্তিলৈ আন্তৰিক শুভকামনা জনোৱা হৈছে। মাতৃৰ ত্যাগ, প্ৰেম আৰু আশীৰ্বাদক শ্ৰদ্ধা জনাই কোৱা হৈছে যে 'মা' কেৱল এটা শব্দ নহয়, এখন সম্পূৰ্ণ পৃথিৱী। সকলো মাতৃৰ সুস্বাস্থ্য, সুখ আৰু দীৰ্ঘায়ু কামনা কৰা হৈছে।
    user_Misty Helping Foundation
    Misty Helping Foundation
    Voice of people Raga Adc, Kamle•
    14 hrs ago
  • শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    4
    শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    16 hrs ago
  • মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
    1
    মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    23 min ago
  • পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।
    1
    পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    1 hr ago
  • শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
    1
    শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.