Shuru
Apke Nagar Ki App…
মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
Direct Khabar
মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
More news from অসম and nearby areas
- মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা । ডিব্ৰুগড় অভিমুখী AS 02 BC 9761 নম্বৰৰ যাত্ৰীবাহী বাছ আৰু মৰাণ অভিমুখী AS 06 CC 7041 নম্বৰৰ ব'লেৰ' পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ1
- শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।1
- তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷1
- সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।1
- মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী । মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।1
- টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।1
- সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত মটক বিহু উদযাপন কৰা হৈছে। হাজাৰ হাজাৰ মটক গাভৰুৰ সৈতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ আপুৰুগীয়া কলা-সংস্কৃতিসমূহো তুলি ধৰা হয়।1
- no.2 sunapur bongalmora to halmora road Lakhimpur assam1
- শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবারৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ সমষ্টিবাসীয়ে দাবী উত্থাপন কৰিছে। তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে এই দাবী উত্থাপন হৈছে। স্থানীয় ৰাইজে বিশ্বাস কৰে যে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়া আৰু উজনি অসমৰ উন্নয়ন দ্ৰুত হ'ব।1