logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী । মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।

2 hrs ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•
2 hrs ago

মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী । মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।

More news from Tinsukia and nearby areas
  • মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী । মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।
    1
    মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন ।
ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত  দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।
মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন ।
ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত  দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    2 hrs ago
  • তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷
    1
    তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷
তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷
সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷
জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    2 hrs ago
  • সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    21 hrs ago
  • টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    1
    টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    7 hrs ago
  • মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান
    1
    মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    16 min ago
  • নিশা প্রচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে চৰাইদেউ মথুৰাপুৰৰ বিভিন্ন অঞ্চলত । হঠাৎ হোৱা বিধ্বংসী ধুমুহা-বৰষুণৰ ফলত বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিয়ে। উক্ত প্রচণ্ড ধুমুহা বৰষুণত মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয় শিক্ষানুষ্ঠান খন। বৰষুণ ধুমুহাই নষ্ট কৰে নথি-পত্রকে বহু সামগ্ৰী । বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে পাঠদান । ইফালে ধুমুহাই বহু সংখ্যক পৰিয়ালৰো ঘৰৰ টিনপাত উৰুৱাই নিয়া লগতে বৃহৎ বৃহৎ গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত বাঁহ গছ ,তামোল গছ উভালি পৰি ঘৰ ভাঙি নিঃশেষ কৰে । ঠায়েঠায়ে বিদ্যুত তাঁৰ ছিঙি পৰা ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ৷
    1
    নিশা  প্রচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে চৰাইদেউ মথুৰাপুৰৰ বিভিন্ন অঞ্চলত
। হঠাৎ হোৱা বিধ্বংসী ধুমুহা-বৰষুণৰ ফলত বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিয়ে। উক্ত প্রচণ্ড ধুমুহা বৰষুণত মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয় শিক্ষানুষ্ঠান খন। বৰষুণ ধুমুহাই নষ্ট কৰে নথি-পত্রকে বহু সামগ্ৰী । বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে পাঠদান । ইফালে ধুমুহাই বহু সংখ্যক পৰিয়ালৰো ঘৰৰ টিনপাত উৰুৱাই নিয়া লগতে বৃহৎ বৃহৎ গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত বাঁহ গছ ,তামোল গছ উভালি  পৰি ঘৰ ভাঙি নিঃশেষ কৰে । ঠায়েঠায়ে বিদ্যুত তাঁৰ ছিঙি পৰা ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
  • মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
    1
    মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবারৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ সমষ্টিবাসীয়ে দাবী উত্থাপন কৰিছে। তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে এই দাবী উত্থাপন হৈছে। স্থানীয় ৰাইজে বিশ্বাস কৰে যে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়া আৰু উজনি অসমৰ উন্নয়ন দ্ৰুত হ'ব।
    1
    শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবারৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ সমষ্টিবাসীয়ে দাবী উত্থাপন কৰিছে। তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে এই দাবী উত্থাপন হৈছে। স্থানীয় ৰাইজে বিশ্বাস কৰে যে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়া আৰু উজনি অসমৰ উন্নয়ন দ্ৰুত হ'ব।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.