logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে। দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব। ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।” শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে। দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব। ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।”

4 hrs ago
user_জেৰিণা আৰ হাজৰিকা
জেৰিণা আৰ হাজৰিকা
Doom Dooma, Tinsukia•

More news from Tinsukia and nearby areas
  • শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে। দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব। ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।” শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে। দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব। ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।”
    1
    শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা  বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে।
দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব।
ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।”
শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা  বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে।
দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব।
ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।”
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    4 hrs ago
  • সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    6 hrs ago
  • জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    1
    জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    13 hrs ago
  • অসমীয়া মুছলমানক মুখ্যমন্ত্ৰী হিমত্ন বিশ্বশৰ্মাই কি কলে
    1
    অসমীয়া মুছলমানক মুখ্যমন্ত্ৰী হিমত্ন বিশ্বশৰ্মাই কি কলে
    user_Nazima Begum
    Nazima Begum
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    1
    চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    4
    শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
    1
    শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    10 hrs ago
  • সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত মটক বিহু উদযাপন কৰা হৈছে। হাজাৰ হাজাৰ মটক গাভৰুৰ সৈতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ আপুৰুগীয়া কলা-সংস্কৃতিসমূহো তুলি ধৰা হয়।
    1
    সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত মটক বিহু উদযাপন কৰা হৈছে। হাজাৰ হাজাৰ মটক গাভৰুৰ সৈতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ আপুৰুগীয়া কলা-সংস্কৃতিসমূহো তুলি ধৰা হয়।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.