Shuru
Apke Nagar Ki App…
অসমীয়া মুছলমানক মুখ্যমন্ত্ৰী হিমত্ন বিশ্বশৰ্মাই কি কলে
Nazima Begum
অসমীয়া মুছলমানক মুখ্যমন্ত্ৰী হিমত্ন বিশ্বশৰ্মাই কি কলে
More news from অসম and nearby areas
- অসমীয়া মুছলমানক মুখ্যমন্ত্ৰী হিমত্ন বিশ্বশৰ্মাই কি কলে1
- চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।1
- শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।4
- শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।1
- তিনিচুকীয়াৰ সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক আমাৰ ৰঙালী বিহু আজি তিনিচুকীয়াত আনন্দ উল্লাসৰ মাজেৰে চতুৰ্থ বাৰ্ষিক ‘আমাৰ ৰঙালী বিহু অনুষ্ঠান’ তিনিচুকীয়াৰ সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত আয়োজন কৰে ৷ তিনিচুকীয়াস্থিত এ নিউ পাব্লিক স্কুলৰ প্ৰাঙ্গণত আয়োজিত অনুষ্ঠানসমূহ সঞ্চালনা কৰে ডাঃ কৰুণা চামাৰিয়াই। অনুষ্ঠানৰ শুভাৰম্ভ সাংস্কৃতিক ঐক্য মঞ্চৰ সভাপতি ৰামজীৱন সুৰেকাই বিহু পতাকা উত্তোলন কৰি কৰে। আনহাতে, শ্বহীদ তৰ্পণ কৰে আমাৰ বিহু সন্মিলনৰ সভাপতি সুশীল মনধানিয়া আৰু সম্পাদক বিধান দাসে। এই উপলক্ষে যুৱ হৃদয়ৰ স্পন্দন, জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু সাংস্কৃতিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় হীৰালাল শৰ্মাৰ ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ বৰুৱা, তিনিচুকীয়া ল’ কলেজৰ অধ্যক্ষ ডাঃ সঞ্জয় খৈতান, নেতা সঞ্জয় সিং, তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি কমল তালুকদাৰ, তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন উপাধ্যক্ষ স্বপন মজুমদাৰ, অসম ভোজপুৰী সাহিত্য সভাৰ সম্পাদক যদুবংশ মণি উপাধ্যায়সহ বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।1
- শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে। দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব। ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।” শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবী উত্থাপন কৰিছে সমষ্টিবাসীয়ে। দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি স্থানীয় ৰাইজে কয় যে, বলিন চেতিয়াক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়াসহ উজনি অসমৰ উন্নয়ন অধিক ত্বৰান্বিত হ’ব। ইফালে বিভিন্ন দল-সংগঠন আৰু সমৰ্থকসকলেও সামাজিক মাধ্যমযোগে বলিন চেতিয়াক মন্ত্ৰীত্ব দিয়াৰ দাবীত সৰৱ হৈ পৰিছে।”1
- জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।1
- চৰাইদেউৰ মথুৰাপুৰত অৰুণ গাৰ্গে জুবিন গাৰ্গ ক্ষেত্ৰ উদ্বোধন কৰে। এই উদ্বোধনে সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।1