logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Jagun, "A press release addressed by the Nepali villagers তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংগমণ্ডলৰ লেখাপানী বন বিষয়া কাৰ্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমিৰ গছ বন কাটি বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে দুস্কৃতি কাৰীয়ে । উক্ত বিষয়টোৰ সন্দৰ্ভত সংৰক্ষিত বনাঞ্চল খনৰ গাতেই লাগি থকা লেখাপানী নেপালী গাৱৰ বাসিন্দাই সংৰক্ষিত বনাঞ্চলখনৰ ৰক্ষাৰ স্বাৰ্থত এক সংবাদ মেল যোগে চৰকাৰ তথা বন বিভাগক উক্ত বিষয়টোৰ সন্দৰ্ভত সঠিক ভাৱে তদন্ত কৰি দূখিক কৰায়ত্ব কৰিবলৈ আব্বাহন জনায় ।

1 hr ago
user_Deepak Das
Deepak Das
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
1 hr ago

Jagun, "A press release addressed by the Nepali villagers তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংগমণ্ডলৰ লেখাপানী বন বিষয়া কাৰ্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমিৰ গছ বন কাটি বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে দুস্কৃতি কাৰীয়ে । উক্ত বিষয়টোৰ সন্দৰ্ভত সংৰক্ষিত বনাঞ্চল খনৰ গাতেই লাগি থকা লেখাপানী নেপালী গাৱৰ বাসিন্দাই সংৰক্ষিত বনাঞ্চলখনৰ ৰক্ষাৰ স্বাৰ্থত এক সংবাদ মেল যোগে চৰকাৰ তথা বন বিভাগক উক্ত বিষয়টোৰ সন্দৰ্ভত সঠিক ভাৱে তদন্ত কৰি দূখিক কৰায়ত্ব কৰিবলৈ আব্বাহন জনায় ।

More news from অসম and nearby areas
  • Jagun, "A press release addressed by the Nepali villagers তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংগমণ্ডলৰ লেখাপানী বন বিষয়া কাৰ্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমিৰ গছ বন কাটি বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে দুস্কৃতি কাৰীয়ে । উক্ত বিষয়টোৰ সন্দৰ্ভত সংৰক্ষিত বনাঞ্চল খনৰ গাতেই লাগি থকা লেখাপানী নেপালী গাৱৰ বাসিন্দাই সংৰক্ষিত বনাঞ্চলখনৰ ৰক্ষাৰ স্বাৰ্থত এক সংবাদ মেল যোগে চৰকাৰ তথা বন বিভাগক উক্ত বিষয়টোৰ সন্দৰ্ভত সঠিক ভাৱে তদন্ত কৰি দূখিক কৰায়ত্ব কৰিবলৈ আব্বাহন জনায় ।
    1
    Jagun, "A press release addressed by the Nepali villagers
তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংগমণ্ডলৰ লেখাপানী বন বিষয়া কাৰ্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ  প্ৰায় ৪০ বিঘাৰো অধিক ভূমিৰ গছ বন কাটি বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে দুস্কৃতি কাৰীয়ে । উক্ত বিষয়টোৰ সন্দৰ্ভত সংৰক্ষিত বনাঞ্চল খনৰ গাতেই লাগি থকা লেখাপানী নেপালী গাৱৰ বাসিন্দাই সংৰক্ষিত বনাঞ্চলখনৰ ৰক্ষাৰ স্বাৰ্থত এক সংবাদ মেল যোগে চৰকাৰ তথা বন বিভাগক উক্ত  বিষয়টোৰ সন্দৰ্ভত সঠিক ভাৱে তদন্ত কৰি দূখিক কৰায়ত্ব কৰিবলৈ আব্বাহন জনায় ।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    1 hr ago
  • শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবারৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ সমষ্টিবাসীয়ে দাবী উত্থাপন কৰিছে। তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে এই দাবী উত্থাপন হৈছে। স্থানীয় ৰাইজে বিশ্বাস কৰে যে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়া আৰু উজনি অসমৰ উন্নয়ন দ্ৰুত হ'ব।
    1
    শদিয়া বিধান সভা সমষ্টিৰ পৰা পঞ্চমবারৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বলিন চেতিয়াক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ সমষ্টিবাসীয়ে দাবী উত্থাপন কৰিছে। তেওঁৰ দীঘলীয়া ৰাজনৈতিক অভিজ্ঞতা আৰু সমষ্টিৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে এই দাবী উত্থাপন হৈছে। স্থানীয় ৰাইজে বিশ্বাস কৰে যে তেওঁক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিলে শদিয়া আৰু উজনি অসমৰ উন্নয়ন দ্ৰুত হ'ব।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    12 hrs ago
  • সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    14 hrs ago
  • পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।
    1
    পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা ।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    23 min ago
  • অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।
    1
    অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।
    user_Nazima Begum
    Nazima Begum
    মৰাণ, ডিব্ৰুগড়, অসম•
    13 hrs ago
  • চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    1
    চৰাইদেউত অনুষ্ঠিত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসত পি টি আইৰ জ্যেষ্ঠ সাংবাদিক দূৰ্বা ঘোষক 'ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটা' প্ৰদান কৰা হয়। পৰ্যটন ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা এই দিৱসত জুবিন গাৰ্গলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    19 hrs ago
  • শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    4
    শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    15 hrs ago
  • জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    1
    জাগুনৰ টিৰাপ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা সিদ্ধাৰ্থ তামাং নামৰ শিশুটিৰ মৃতদেহ চাৰিদিনৰ পাছত টিৰাপ ঘাটত উদ্ধাৰ কৰা হৈছে। লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰিছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.