logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷

1 hr ago
user_Ratul Deka
Ratul Deka
Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
1 hr ago

তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷

More news from অসম and nearby areas
  • তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷ সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷ জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷
    1
    তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷
তিনিচুকীয়া চহৰৰ জৰাজীৰ্ণ বাটপথৰ সমস্যা আৰু বাণিজ্যিক চহৰখনত সৃষ্ঠি হোৱা ভয়ংকৰ যাঁনযট সমস্যা সমাধান বিচাৰি তিনিচুকীয়া জিলা আয়ুক্তক সাক্ষাৎ বৃহত্তৰ তিনিচুকীয়া সাংবাদিক সন্থাৰ৷
সাংবাদি সন্থাটোৱে চহৰখনৰ জৰাজীৰ্ণ বাটপথ পুন মেৰামতি কৰি যাতায়ত উপযোগী কৰি তোলা আৰু চহৰখনৰ ভংয়কৰ যাঁনযট নিয়ন্ৰণ কৰিবলৈ জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে৷
জিলা আয়ুক্তই অতিসোণকালে যাঁনযট হ্ৰাস কৰিব বুলি সাংবাদিক সকলক আশ্বাস প্ৰদান কৰিছে৷
    user_Ratul Deka
    Ratul Deka
    Court reporter বৰডুমচা, তিনিচুকীয়া, অসম•
    1 hr ago
  • সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    1
    সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত তিনিচুকীয়াত চতুৰ্থ বাৰ্ষিক 'আমাৰ ৰঙালী বিহু অনুষ্ঠান' উলহ-মালহেৰে উদযাপন কৰা হ'ল। এই অনুষ্ঠানত জনপ্ৰিয় গায়ক জুবিন গাৰ্গ আৰু হীৰালাল শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বিভিন্ন ভাষাভাষী সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    20 hrs ago
  • মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী । মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন । ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।
    1
    মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন ।
ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত  দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।
মাকুমত মৰাণ সমাৰোহ ২০২৬ ৰ অন্তিম দিনৰ কাৰ্যসূচী সফলতাৰে সম্পন্ন ।
ৰুণু মৰাণ চাওৰকৰ শুভ উদ্ধোধন কৰা মৰাণ সমাৰোহৰ অন্তিমটো সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীত  দিগন্ত গোহাঁইৰ গীতৰ শৰাইৰে জীপাল হৈ পৰিল অনুষ্ঠান স্থলী ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    1 hr ago
  • টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    1
    টিনচুকীয়া জিলাৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৪০ বিঘাৰো অধিক ভূমি বেদখলৰ চেষ্টা অব্যাহত আছে। এই সন্দৰ্ভত, কাষৰীয়া লেখাপানী নেপালী গাঁৱৰ বাসিন্দাসকলে সংবাদমেল যোগে চৰকাৰ আৰু বন বিভাগক উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। বনাঞ্চলখনৰ সুৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ লোৱা হৈছে।
    user_Deepak Das
    Deepak Das
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    7 hrs ago
  • নিশা প্রচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে চৰাইদেউ মথুৰাপুৰৰ বিভিন্ন অঞ্চলত । হঠাৎ হোৱা বিধ্বংসী ধুমুহা-বৰষুণৰ ফলত বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিয়ে। উক্ত প্রচণ্ড ধুমুহা বৰষুণত মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয় শিক্ষানুষ্ঠান খন। বৰষুণ ধুমুহাই নষ্ট কৰে নথি-পত্রকে বহু সামগ্ৰী । বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে পাঠদান । ইফালে ধুমুহাই বহু সংখ্যক পৰিয়ালৰো ঘৰৰ টিনপাত উৰুৱাই নিয়া লগতে বৃহৎ বৃহৎ গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত বাঁহ গছ ,তামোল গছ উভালি পৰি ঘৰ ভাঙি নিঃশেষ কৰে । ঠায়েঠায়ে বিদ্যুত তাঁৰ ছিঙি পৰা ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ৷
    1
    নিশা  প্রচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে চৰাইদেউ মথুৰাপুৰৰ বিভিন্ন অঞ্চলত
। হঠাৎ হোৱা বিধ্বংসী ধুমুহা-বৰষুণৰ ফলত বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিয়ে। উক্ত প্রচণ্ড ধুমুহা বৰষুণত মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয় শিক্ষানুষ্ঠান খন। বৰষুণ ধুমুহাই নষ্ট কৰে নথি-পত্রকে বহু সামগ্ৰী । বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে পাঠদান । ইফালে ধুমুহাই বহু সংখ্যক পৰিয়ালৰো ঘৰৰ টিনপাত উৰুৱাই নিয়া লগতে বৃহৎ বৃহৎ গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত বাঁহ গছ ,তামোল গছ উভালি  পৰি ঘৰ ভাঙি নিঃশেষ কৰে । ঠায়েঠায়ে বিদ্যুত তাঁৰ ছিঙি পৰা ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ৷
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
    1
    মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    1
    পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    6 hrs ago
  • সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত মটক বিহু উদযাপন কৰা হৈছে। হাজাৰ হাজাৰ মটক গাভৰুৰ সৈতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ আপুৰুগীয়া কলা-সংস্কৃতিসমূহো তুলি ধৰা হয়।
    1
    সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কাননত মটক বিহু উদযাপন কৰা হৈছে। হাজাৰ হাজাৰ মটক গাভৰুৰ সৈতে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই পৰম্পৰাগত গছতলৰ বিহু প্ৰদৰ্শন কৰে। এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ আপুৰুগীয়া কলা-সংস্কৃতিসমূহো তুলি ধৰা হয়।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    20 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.