হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়। এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে। এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট

- হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়। এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে। এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট1
- লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ জিলাৰ সাংবাদিকৰ সৈতে মতবিনিময় কৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত লখিমপুৰ আৰক্ষীয়ে লখিমপুৰ জিলাৰ সাংবাদিকসকলৰ সৈতে আলোচনাত মিলিত হয়। আলোচনা কালত জিলাখনৰ বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰা হয়।1
- মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত সোনোৱাল কছাৰী সকলে উলহ-মালহেৰে পালন কৰিলে বহুৱা নৃত্য। এই বৰ্ণাঢ্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অঞ্চলজুৰি জনসাধাৰণৰ মাজত দেখা গ'ল ব্যাপক উছাহ।1
- চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।1
- মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।1
- জুবিন গাৰ্গৰ স্মৃতি তৰ্পণঃ স্বামীৰ প্ৰিয় পাইন গছৰ স্থানত গৰিমা গাৰ্গে ৰোপণ কৰিলে নাহৰৰ পুলি বঙাল পুখুৰীত আজি শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি এক আবেগিক পৰিৱেশত এজোপা নাহৰৰ পুলি ৰোপণ কৰা হয়। উল্লেখ্য যে, এই স্থানতে থকা জুবিন গাৰ্গৰ পুৰণা ঘৰৰ চৌহদত শিল্পীগৰাকীয়ে কলেজত পঢ়ি থকা সময়তে এজোপা পাইন গছ ৰোপণ কৰিছিল।যোৰহাটলৈ আহিলে প্ৰায়ে জুবিনে নিজ হাতে ৰোৱা সেই গছজোপাক সাৱটি ধৰি আবেগিক হৈ পৰিছিল। কিন্তু ২০২৪ চনৰ ২৯ অক্টোবৰৰ এটা ধুমুহাৰ নিশাত সেই গছজোপা ভাঙি পৰে। জুবিন গাৰ্গৰ সেই আৱেগক সন্মান জনাই আজি পত্নী গৰিমা গাৰ্গে ‘যন্ত্ৰ’ বেণ্ডৰ কলা-কুশলীসকলক লগত লৈ উক্ত স্থানত এজোপা নাহৰৰ পুলি ৰোপণ কৰে। পুৰণি স্মৃতি সুঁৱৰি আবেগিক হৈ পৰা গৰিমা গাৰ্গে কয় যে জুবিনৰ ইচ্ছা অনুসৰিয়েই এই গছপুলিটো ৰোপণ কৰা হৈছে যাতে ইয়াৰ জৰিয়তে তেওঁ এই পুৰণা ভেটিটোত শান্তিৰে জিৰণি ল’ব পাৰে। এই কাৰ্যসূচীত বৰ্তমানৰ গৃহ স্বত্বাধিকাৰী হিৰো দত্তৰ পৰিয়ালেও সহযোগিতা আগবঢ়ায়।4
- বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সু-চিকিৎসক, লেখক ডাঃ মছউদুল হকৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা স্মৰণ কৰি শিৱসাগৰৰ মগৰাহাটত দেওবাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগতে এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। মগৰাহাট চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্দ্ধনা সভাত বিশিষ্ট লেখিকা পল্লৱী গগৈ বৰগোহাঁই সম্পাদিত 'ডাঃ মছউদুল হক, ব্যক্তি আৰু ব্যক্তিত্ব' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। শিৱসাগৰৰ চামগুৰিৰ বাসিন্দা ডাঃ মছউদুল হকে ১৯৭০ চনৰ পৰা লিখা-মেলা অব্যাহত ৰখাৰ লগতে ভ্ৰমণ কৰিছে বিশ্বৰ ৭২ খন দেশ। ১০ টাৰো অধিক ভাষাত দখল থকা ডাঃ মছউদুল হকে 'আদা বেপাৰীৰ জাহাজৰ খবৰ' শীৰ্ষক শিতানৰ যোগেদি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। বহুধা ব্যক্ত্বিত্বৰ অধিকাৰী ডাঃ মছউদুল হকে ওৰেটো জীৱন সমাজৰ হকে নিজক উছৰ্গা কৰিছে। কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা মছউদুল হকে শিশুসকলৰ উন্নয়ন, বিজ্ঞানমনষ্কতাৰ বিকাশ, মহিলা সবলীকৰণৰ দিশতো পালন কৰিছে উল্লেখযোগ্য পদক্ষেপ।1
- চৰাইদেউৰ মথুৰাপুৰত প্ৰচণ্ড ধুমুহা-বৰষুণত আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ চাল সম্পূৰ্ণৰূপে উৰি গ'ল। ইয়াৰ ফলত স্কুলৰ নথি-পত্ৰকে ধৰি বহু সামগ্ৰী নষ্ট হোৱাৰ লগতে পাঠদান ব্যাহত হৈ পৰে।1