logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সু-চিকিৎসক, লেখক ডাঃ মছউদুল হকৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা স্মৰণ কৰি শিৱসাগৰৰ মগৰাহাটত দেওবাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগতে এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। মগৰাহাট চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্দ্ধনা সভাত বিশিষ্ট লেখিকা পল্লৱী গগৈ বৰগোহাঁই সম্পাদিত 'ডাঃ মছউদুল হক, ব্যক্তি আৰু ব্যক্তিত্ব' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। শিৱসাগৰৰ চামগুৰিৰ বাসিন্দা ডাঃ মছউদুল হকে ১৯৭০ চনৰ পৰা লিখা-মেলা অব্যাহত ৰখাৰ লগতে ভ্ৰমণ কৰিছে বিশ্বৰ ৭২ খন দেশ। ১০ টাৰো অধিক ভাষাত দখল থকা ডাঃ মছউদুল হকে 'আদা বেপাৰীৰ জাহাজৰ খবৰ' শীৰ্ষক শিতানৰ যোগেদি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। বহুধা ব্যক্ত্বিত্বৰ অধিকাৰী ডাঃ মছউদুল হকে ওৰেটো জীৱন সমাজৰ হকে নিজক উছৰ্গা কৰিছে। কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা মছউদুল হকে শিশুসকলৰ উন্নয়ন, বিজ্ঞানমনষ্কতাৰ বিকাশ, মহিলা সবলীকৰণৰ দিশতো পালন কৰিছে উল্লেখযোগ্য পদক্ষেপ।

1 hr ago
user_Mustak ali
Mustak ali
শিৱসাগৰ, শিৱসাগৰ, অসম•
1 hr ago

বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সু-চিকিৎসক, লেখক ডাঃ মছউদুল হকৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা স্মৰণ কৰি শিৱসাগৰৰ মগৰাহাটত দেওবাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগতে এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। মগৰাহাট চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্দ্ধনা সভাত বিশিষ্ট লেখিকা পল্লৱী গগৈ বৰগোহাঁই সম্পাদিত 'ডাঃ মছউদুল হক, ব্যক্তি আৰু ব্যক্তিত্ব' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। শিৱসাগৰৰ চামগুৰিৰ বাসিন্দা ডাঃ মছউদুল হকে ১৯৭০ চনৰ পৰা লিখা-মেলা অব্যাহত ৰখাৰ লগতে ভ্ৰমণ কৰিছে বিশ্বৰ ৭২ খন দেশ। ১০ টাৰো অধিক ভাষাত দখল থকা ডাঃ মছউদুল হকে 'আদা বেপাৰীৰ জাহাজৰ খবৰ' শীৰ্ষক শিতানৰ যোগেদি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। বহুধা ব্যক্ত্বিত্বৰ অধিকাৰী ডাঃ মছউদুল হকে ওৰেটো জীৱন সমাজৰ হকে নিজক উছৰ্গা কৰিছে। কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা মছউদুল হকে শিশুসকলৰ উন্নয়ন, বিজ্ঞানমনষ্কতাৰ বিকাশ, মহিলা সবলীকৰণৰ দিশতো পালন কৰিছে উল্লেখযোগ্য পদক্ষেপ।

More news from অসম and nearby areas
  • বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সু-চিকিৎসক, লেখক ডাঃ মছউদুল হকৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা স্মৰণ কৰি শিৱসাগৰৰ মগৰাহাটত দেওবাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগতে এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। মগৰাহাট চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্দ্ধনা সভাত বিশিষ্ট লেখিকা পল্লৱী গগৈ বৰগোহাঁই সম্পাদিত 'ডাঃ মছউদুল হক, ব্যক্তি আৰু ব্যক্তিত্ব' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। শিৱসাগৰৰ চামগুৰিৰ বাসিন্দা ডাঃ মছউদুল হকে ১৯৭০ চনৰ পৰা লিখা-মেলা অব্যাহত ৰখাৰ লগতে ভ্ৰমণ কৰিছে বিশ্বৰ ৭২ খন দেশ। ১০ টাৰো অধিক ভাষাত দখল থকা ডাঃ মছউদুল হকে 'আদা বেপাৰীৰ জাহাজৰ খবৰ' শীৰ্ষক শিতানৰ যোগেদি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। বহুধা ব্যক্ত্বিত্বৰ অধিকাৰী ডাঃ মছউদুল হকে ওৰেটো জীৱন সমাজৰ হকে নিজক উছৰ্গা কৰিছে। কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা মছউদুল হকে শিশুসকলৰ উন্নয়ন, বিজ্ঞানমনষ্কতাৰ বিকাশ, মহিলা সবলীকৰণৰ দিশতো পালন কৰিছে উল্লেখযোগ্য পদক্ষেপ।
    1
    বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক, সু-চিকিৎসক, লেখক ডাঃ মছউদুল হকৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা স্মৰণ কৰি শিৱসাগৰৰ মগৰাহাটত দেওবাৰে এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ লগতে এক অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। 

মগৰাহাট চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সম্বৰ্দ্ধনা সভাত বিশিষ্ট লেখিকা পল্লৱী গগৈ বৰগোহাঁই সম্পাদিত 'ডাঃ মছউদুল হক, ব্যক্তি আৰু ব্যক্তিত্ব' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ৰিপুঞ্জয় গগৈয়ে। 

শিৱসাগৰৰ চামগুৰিৰ বাসিন্দা ডাঃ মছউদুল হকে ১৯৭০ চনৰ পৰা লিখা-মেলা অব্যাহত ৰখাৰ লগতে ভ্ৰমণ কৰিছে বিশ্বৰ ৭২ খন দেশ। ১০ টাৰো অধিক ভাষাত দখল থকা ডাঃ মছউদুল হকে 'আদা বেপাৰীৰ জাহাজৰ খবৰ' শীৰ্ষক শিতানৰ যোগেদি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল।

বহুধা ব্যক্ত্বিত্বৰ অধিকাৰী ডাঃ মছউদুল হকে ওৰেটো জীৱন সমাজৰ হকে নিজক উছৰ্গা কৰিছে। কেইবাখনো শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা মছউদুল হকে শিশুসকলৰ উন্নয়ন, বিজ্ঞানমনষ্কতাৰ বিকাশ, মহিলা সবলীকৰণৰ দিশতো পালন কৰিছে উল্লেখযোগ্য পদক্ষেপ।
    user_Mustak ali
    Mustak ali
    শিৱসাগৰ, শিৱসাগৰ, অসম•
    1 hr ago
  • দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনোৱা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ যুৱনেতা দেৱাংগ সৌৰভ গগৈৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সোণ নিকিনিবলৈ, পেট্ৰ'ল, ডিজেল ব্যৱহাৰ কৰাত মিতব্যয়ী হ'বলৈ কৰা আহ্বানৰ সম্পৰ্কে ৰাইজৰ দলৰ যুৱনেতা দেবাংগ সৌৰভ গগৈৰ মন্তব্য। Trade deficit কম কৰাৰ বাবে আমদানি কম কৰাৰ পদক্ষেপ ঠিকেই, কিন্তু ৰপ্তানি বৃদ্ধিৰ পৰিকল্পনা কি?
    1
    দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনোৱা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ যুৱনেতা দেৱাংগ সৌৰভ গগৈৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই  সোণ নিকিনিবলৈ, পেট্ৰ'ল, ডিজেল ব্যৱহাৰ কৰাত মিতব্যয়ী হ'বলৈ কৰা আহ্বানৰ সম্পৰ্কে ৰাইজৰ দলৰ যুৱনেতা দেবাংগ সৌৰভ গগৈৰ মন্তব্য। 
Trade deficit কম কৰাৰ বাবে আমদানি কম কৰাৰ পদক্ষেপ ঠিকেই, কিন্তু ৰপ্তানি বৃদ্ধিৰ পৰিকল্পনা কি?
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    5 hrs ago
  • হিমন্ত বিশ্ব শর্মাই কালি মোৰ সুৰক্ষা প্রসংগত কোৱা কথাবোৰৰ পাছত নিজৰ সন্মানৰ স্বাৰ্থত ডিজিপি হৰমিত সিং, এডিজিপি হীৰেন নাথকে ধৰি উচ্চ পদবীধাৰী আৰক্ষী বিষয়াসকলে পদত্যাগ কৰিব লাগে: akhil gogoi
    1
    হিমন্ত বিশ্ব শর্মাই কালি মোৰ সুৰক্ষা প্রসংগত কোৱা কথাবোৰৰ পাছত নিজৰ সন্মানৰ স্বাৰ্থত ডিজিপি হৰমিত সিং, এডিজিপি হীৰেন নাথকে ধৰি উচ্চ পদবীধাৰী আৰক্ষী বিষয়াসকলে পদত্যাগ কৰিব লাগে: akhil gogoi
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    5 hrs ago
  • মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান
    1
    মৰাণৰ খোৱাং নাহৰণি সোনোৱাল গাঁৱত উলহ-মালহেৰে সোনোৱাল কছাৰী সকলৰ "বহুৱা নৃত্য" অনুষ্ঠান
    user_Moran Dorpon
    Moran Dorpon
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।
    1
    চৰাইদেউৰ মথুৰাপুৰত নিশা হোৱা প্ৰচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি সাধন কৰিছে। মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত পাঠদান ব্যাহত হোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু বিদ্যুৎ যোগানো বিচ্ছিন্ন হৈ পৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।
    1
    মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰিছিল তিনি যুৱকে। চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত ধন দাবী পত্ৰ এৰি যোৱাৰ পিছতে তিনিওটা এতিয়া আৰক্ষীৰ জালত পৰি বিপদত পৰিছে।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    11 hrs ago
  • হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ। মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়। আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়। এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে। এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে। আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    1
    হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ।


মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়।
হাবিবৰঙাবাৰী খেল পথাৰত চিলা উৰুৱা উৎসৱ।
মৰিগাঁও জিলাৰ হাবিবৰঙাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙাবাৰী খেল পথাৰত আজি দিনৰ ২ বজাৰ পৰা চিলা উৰুৱা উৎসৱ ২০২৬ অনুষ্ঠিত হয়।
আমাৰ মাজৰ পৰা প্ৰায় হেৰাই যাব ধৰা চিলা উৰুৱা পৰম্পৰাগ যুৱ-প্ৰজন্মৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ " আমাৰো" আছে উৰাৰ সপোন" শীৰ্ষক শ্লোগানেৰে এই চিলা উৰুৱা উৎসৱ অনুষ্ঠিত হয় বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।
হাবিবৰঙাবাৰী কহঁবেঢ়ীয়া চুবুৰী মাঘ উচ্ছভ সমিতি আৰু লুইত জ্যোতি যুৱক সংঘৰ সৌজন্যত ২৬ বহাগ মেলাৰ উপলক্ষে চিলা উৰুৱা এই উৎসৱত প্ৰায় অৰ্থ শতাধিক চিলা উৰুৱা দেখা যায়।
এক কথাত কবলৈ গলে হাবিবৰঙাবাৰী আকাশ চিলা ময় হৈ পৰে।
এই উৎসৱে হাবিবৰঙাবাৰীত শান্তি আৰু ভাতৃবোধৰ নিদৰ্শন দাঙি ধৰিছে।
আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হ'ব ধৰা চিলা উৰুৱা পৰম্পৰাগ ধৰি ৰাখিবলৈ পৰা এই প্ৰচেষ্টাক চিলা প্ৰেমী আৰু সচেতন মহলে আয়োজক সমিতিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।
মৈৰাবাৰীৰ পৰা ৰাজু চেইন কছাৰীৰ ৰিপোৰ্ট
    user_Huntu sen kachari
    Huntu sen kachari
    Actor ধেমাজি, ধেমাজি, অসম•
    43 min ago
  • ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নগাঁৱৰ ৰূপৰেখা ভূঞাৰ মৃত্যু ঘটিছে। অসমীয়া যুৱ মঞ্চই এই ঘটনাৰ উচিত তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তি বিচাৰিছে। তেওঁলোকে আৰক্ষীক ভাড়াঘৰত থকা লোকৰ নথি-পত্ৰ পৰীক্ষা কৰি সন্দেহজনক লোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও আহ্বান জনাইছে।
    1
    ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা নগাঁৱৰ ৰূপৰেখা ভূঞাৰ মৃত্যু ঘটিছে। অসমীয়া যুৱ মঞ্চই এই ঘটনাৰ উচিত তদন্ত আৰু দোষীক দৃষ্টান্তমূলক শাস্তি বিচাৰিছে। তেওঁলোকে আৰক্ষীক ভাড়াঘৰত থকা লোকৰ নথি-পত্ৰ পৰীক্ষা কৰি সন্দেহজনক লোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও আহ্বান জনাইছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.