Shuru
Apke Nagar Ki App…
নগাঁৱ জিলাৰ আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁৱৰ মৰিকলঙৰ ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা ভূঞাৰ মৃত্যুৰ ঘটনা উচিত তদন্তৰে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী অসমীয়া যুৱ মঞ্চৰ। আৰক্ষী প্ৰশাসনে ভাড়াঘৰসমূহত থকা লোকৰ নথি-পত্ৰ পৰীক্ষা কৰি সন্দেহজনক লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ দাবী অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ ৷
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
নগাঁৱ জিলাৰ আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁৱৰ মৰিকলঙৰ ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা ভূঞাৰ মৃত্যুৰ ঘটনা উচিত তদন্তৰে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী অসমীয়া যুৱ মঞ্চৰ। আৰক্ষী প্ৰশাসনে ভাড়াঘৰসমূহত থকা লোকৰ নথি-পত্ৰ পৰীক্ষা কৰি সন্দেহজনক লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ দাবী অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ ৷
More news from Assam and nearby areas
- নগাঁৱ জিলাৰ আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত অসমীয়া যুৱ মঞ্চৰ প্ৰতিক্ৰিয়া প্ৰকাশ নগাঁৱৰ মৰিকলঙৰ ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰত ডকাইতৰ আক্ৰমণত আহত ৰূপৰেখা ভূঞাৰ মৃত্যুৰ ঘটনা উচিত তদন্তৰে দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী অসমীয়া যুৱ মঞ্চৰ। আৰক্ষী প্ৰশাসনে ভাড়াঘৰসমূহত থকা লোকৰ নথি-পত্ৰ পৰীক্ষা কৰি সন্দেহজনক লোকসকলৰ ওপৰতো ব্যৱস্থা লোৱাৰ দাবী অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশ শইকীয়াৰ ৷1
- ভাৰতীয় সনাতনী সভ্যতাৰ বাবে ঐতিহাসিক ক্ষণ---ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল শিৱসাগৰ--- বহু বছৰীয়া সনাতনী সভ্যতাৰ প্ৰতীক"সোমনাথ স্বাভিমান পৰ্বৰ" সক্ষী হৈ ৰল শিৱসাগৰবাসী--- শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলৰ বাকৰিত শিৱসাগৰ জিলা প্ৰশাসনৰ দ্বাৰা "সোমনাথ স্বাভিমান পৰ্ব"ৰ আয়োজনৰ ব্যৱস্থা---সোমনাথ মন্দিৰৰ প্ৰধান মন্ত্ৰী নৰেন্ধ মোডীয়ে অংশ গ্ৰহন কৰা মূল অনুষ্ঠান লাইভ ষ্ট্ৰিমিং ৰ দ্বাৰা প্ৰত্যক্ষ কৰে শিৱসাগৰবাসীয়ে--- ভাৰতৰ ১২ জ্যোতি লিংগৰ প্ৰথমটো জ্যোতি লিংগ সোমনাথ মন্দিৰত বিদেশী আক্ৰমনকাৰীৰ আক্ৰমনৰ ১০০০ বছৰ সম্পূৰ্ণ হোৱাৰ লগতে লৌহ পুৰুষ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে পুণৰ ভাৰতীয় আধ্যাত্মিক আস্থাৰ প্ৰতীক সোমনাথ মন্দিৰক অধুনিক ৰূপ দিছিল ১৯৫১ চনত---যাৰ লগত সংগতি ৰাখি আজি ঐতিহাসিক শিৱ দৌলৰ বাকৰিত সমবেত ধৰ্মপ্ৰাণ ভক্তসকলে সোমনাথ মন্দিৰৰ মূল অনুষ্ঠানৰ সাক্ষী হৈ ৰয়--- অসমৰ মহা ভৈৰৱ মন্দিৰ আৰু শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত লাইভ ষ্ট্ৰিমিং ব্যৱস্থা কৰা হৈছিল---1
- শিৱসাগৰৰ দেওপানীত সংগ্ৰামী সেনা অসমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে দেওপানী চাহ বাগিছাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ পংকজ দাসৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।4
- নিশা প্রচণ্ড ধুমুহা-বৰষুণে বিস্তৰ ক্ষতি কৰে চৰাইদেউ মথুৰাপুৰৰ বিভিন্ন অঞ্চলত । হঠাৎ হোৱা বিধ্বংসী ধুমুহা-বৰষুণৰ ফলত বহু লোকৰ ঘৰ-বাৰী, অনুষ্ঠান-প্রতিষ্ঠান আদিৰ টিনপাত উৰুৱাই নিয়ে। উক্ত প্রচণ্ড ধুমুহা বৰষুণত মথুৰাপুৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত বিস্তৰ ক্ষতি হয় শিক্ষানুষ্ঠান খন। বৰষুণ ধুমুহাই নষ্ট কৰে নথি-পত্রকে বহু সামগ্ৰী । বিদ্যালয়ৰ টিনপাত উৰুৱাই নিয়াৰ ফলত আজি সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে পাঠদান । ইফালে ধুমুহাই বহু সংখ্যক পৰিয়ালৰো ঘৰৰ টিনপাত উৰুৱাই নিয়া লগতে বৃহৎ বৃহৎ গছ পৰি বিস্তৰ ক্ষতি সাধন কৰে ।ঘৰৰ ওপৰত বাঁহ গছ ,তামোল গছ উভালি পৰি ঘৰ ভাঙি নিঃশেষ কৰে । ঠায়েঠায়ে বিদ্যুত তাঁৰ ছিঙি পৰা ফলত বিদ্যুত যোগান ব্যাহত হৈ আছে ৷1
- মৰাণত আলফাৰ নামত ৬০ লাখ টকা ধন দাবী কৰি বিপদত ৩ জন যুৱক ।চিকিৎসক ডাঃ পবিত্ৰ বৰগোহাঁইৰ ঘৰৰ সন্মুখত পেলাই থৈ গৈছিল আলফা প্ৰেডত লিখা ধন দাবী পত্ৰ1
- পুৱাই মৰাণৰ খোৱাং বাগান তিনিআলিত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।1
- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমানসকলক উদ্দেশ্যি এক বিশেষ মন্তব্য কৰিছে। তেওঁৰ এই গুৰুত্বপূৰ্ণ আহ্বান এতিয়া ৰাজ্যজুৰি ব্যাপক চৰ্চাৰ বিষয়।1
- শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন হোণ্ডাই চেণ্ট্ৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খালত সোমাই পৰে। এই দুৰ্ঘটনাত ৰভি বাৰ্মা আৰু দীপাংকৰ বাৰ্মা নামৰ দুজন যুৱক গুৰুতৰভাৱে আহত হৈছে। দুয়োজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।1