DHUBRI GOLAKGANJ ROAD CONSTRUCTION. Anchor :- এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি গোলকগঞ্জৰ উত্তৰ কাচখানা গাঁৱৰ ৰাইজৰ মাজত । যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন যমৰ যাতনাত ভুগি আছিল উত্তৰ কাচখানাৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে । ৰাইজৰ বহু আবেদন নিবেদনৰ ফলত এইবাৰ SOPD ৰ অধীনত পথছোৱাত মেৰামতি আৰু শিলা বালি পেলোৱাৰ বাবদ নাথু মণ্ডলৰ ঘৰৰ পৰা গোদাৰ ঘাট লৈ ডেৰ কিলোমিটাৰ ৰাস্তা বাবে আবণ্টন দিছে প্ৰায় ত্ৰিশ লাখ টকা । কিন্তু ঠিকাদাৰ DHUBRI GOLAKGANJ ROAD CONSTRUCTION. Anchor :- এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি তীব্ৰ অসন্তুষ্টি গোলকগঞ্জৰ উত্তৰ কাচখানা গাঁৱৰ ৰাইজৰ মাজত । যাতায়তৰ ক্ষেত্ৰত দীৰ্ঘদিন যমৰ যাতনাত ভুগি আছিল উত্তৰ কাচখানাৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে । ৰাইজৰ বহু আবেদন নিবেদনৰ ফলত এইবাৰ SOPD ৰ অধীনত পথছোৱাত মেৰামতি আৰু শিলা বালি পেলোৱাৰ বাবদ নাথু মণ্ডলৰ ঘৰৰ পৰা গোদাৰ ঘাট লৈ ডেৰ কিলোমিটাৰ ৰাস্তা বাবে আবণ্টন দিছে প্ৰায় ত্ৰিশ লাখ টকা । কিন্তু ঠিকাদাৰ আৰু অভিযন্তাই মিলি নাম মাত্ৰ কাম কৰি আঁচনিৰ ধন হৰলুকী কৰাত নামি পৰিছে । পথছোৱাত মাটি পেলোৱা আৰু শিল বালি দিয়াত গাফিলাতি কৰাৰ অভিযোগ স্থানীয় লোকৰ । তদন্ত ক্ৰমে আঁচনিত উল্লেখিত মতে পথছোৱাৰ কাম কৰাৰ বাবে দাবী জনাইছে কতৃপক্ষক

- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- ::::আগমণি- গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অবস্থান ধৰ্মঘট :::: :::: সাংবাদিকক প্ৰহাৰ কৰা গুণ্ডাৰূপী আৰক্ষী বিষয়াৰ বিষয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ:::: গোলকগঞ্জৰ সম জিলাৰ কৰ্যালয়ৰ সন্মুখত আগমণি-গোলকগঞ্জ প্ৰেছ ক্লাৱৰ এঘণ্টীয়া অৱস্থান ধৰ্মঘট। বালাজন আৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰোধিতা কৰি আগমণি- গোলকগঞ্জৰ সাংবাদিকৰ লগতে বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।যোৱা ১৪ ফেব্ৰুৱাৰী সন্ধিয়া হঠাত বজাৰত খোজ কাঢ়ি অহা সহিদুল হকৰ পৰা বাইকৰ লাইচেন্স আৰু বাইকৰ নথি পত্ৰ বিচাৰি আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ সৈতে বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ।আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক নিৰ্যাতন। তিনিঘণ্টামান মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি। কাৰোবাক অবগত কৰিলে এনকাউন্টাৰৰ কৰাৰ ভাবুকি। উক্ত ঘটনাৰ বিৰোধিতা কৰি আগমনি গোলকগঞ্জৰ সাংবাদিক আৰু বিভিন্ন দল সংগঠনে গুণ্ডা ৰূপী আৰক্ষী বিষয়াক নিলম্বন কৰি গ্ৰেপ্তাৰৰ দাবি জনায় ।1
- ধুবুৰীৰ বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গুণ্ডাগিৰি। সাংবাদিকৰ মূৰত পিস্তল লগাই হত্যাৰ ভাবুকি ভাৰপ্ৰাপ্ত বিষয়া দিবাস মেলছোদাৰ। আৰক্ষীৰ ভাবুকিত নিৰাপত্তাহীনতাত ভুগিছে সাংবাদিক। বালাজান অঞ্চলৰ দুৰ্নীতি অনিয়মৰ বাতৰি কৰাই দোষ নে সাংবাদিক সহিদুল হকৰ? বালাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিবাস মেলছোদা ৰ বিৰুদ্ধে গৌৰীপুৰ থানাত এজাহাৰ দাখিল। শনিবাৰ নিশা আঠ বজাত কোনো প্ৰশ্নৰ অৱতাৰণা নকৰি আৰক্ষী বিষয়া মেলছোদাই দুই আৰক্ষী কনিষ্টবলক লগত লৈ বালাজানৰ ৰাজহুৱা স্থানৰ পৰা চোচৰাই নিয়ে আৰক্ষী চকীলৈ। আৰক্ষী চকীত তিনি ঘন্টা ধৰি আবদ্ধ কৰি চলায় শাৰিৰীক আৰু মানসিক অত্যাচাৰ। তিনিঘণ্টামানৰ মূৰত পৰিয়ালৰ লোকক চমজাই দিয়াৰ পূৰ্বে দিয়ে হত্যাৰ ভাবুকি। মূৰত পিস্তল লগাই সকীয়নি।কাৰোবাক অবগত কৰিলে দিয়ে এনকাউন্টাৰৰ ভাবুকি। চৰম নিৰাপত্তাত ভুগি দেওবাৰ নিশা গৌৰীপুৰ থানাত দাখিল কৰে এজাহাৰ। বাইট : সহিদুল হক।1
- Post by Md Romio Mehadi1
- Post by T News1
- Post by Sakandar Ali1
- মন্দিয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত আজি ৰাইজৰ দলৰ বিশাল গণ সমাৱেশত বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। অনুষ্ঠানটোত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক আব্দুৰ ৰশিদ মণ্ডলে উপস্থিত থাকে। যোগদান কৰিয়েই কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে বিধায়ক শ্বেৰমান আলী আহমেদে।1
- অবিভক্ত গোবালপাৰা কোচ-ৰাজবংশী ছাত্ৰ সন্থাই অনুসূচিত জনজাতি (ST) মৰ্যাদা প্ৰদানৰ দাবীত আজি তামাৰহাটত এক বিশাল বাইক ৰেলি উলিয়ায়। তামাৰহাট আৰক্ষী থানাৰ পৰা আৰম্ভ হোৱা এই ৰেলি বালাজান অভাৰব্ৰিজলৈকে ৰাষ্ট্ৰীয় ঘাইপথ ১২৭বি পথেৰে অগ্ৰসৰ হয়।1