logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটাৰ পাকাবেতবাৰীত আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰ সভা । এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই । কয়াকুছিত অনুষ্ঠিত বৃহৎ জনসমাগমৰ নিৰ্বাচনী সভাখনত ওৱেইছিয়ে বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । ওৱেইছিয়ে কয় যে বিগত ৭০ বছৰে ভাৰতত মুছলমান লোকসকল নিৰ্যাতনৰ বলি হৈ আহিছে ।‌ প্ৰতিটো ৰাজনৈতিক দলে দেশৰ মুছলমানসকল নিৰ্যাতন চলাইছে । অসমত উচ্ছেদ চলোৱা হৈছে , এনকাউণ্টাৰ কৰা হৈছে বুলিও ওৱেইছিয়ে ভাষণত মন্তব্য প্ৰদান কৰে । ৰাইজক তলা- চাবিৰ প্ৰতীক চিহ্নত ভোট দি মিনাক্ষী ৰহমানক জয়যুক্ত কৰিবলৈ আহ্বান জনাই ওৱেইছিয়ে কয় যে সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট দি জয়যুক্ত কৰিলে তেও কেইদিনমান পাছতে বিজেপিৰ লগত চাহ - জলপান খাই বহি থাকিব । গতিকে মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ হলে এআইইউডিএফক জয়যুক্ত কৰাৰ বিকল্প নাই । ওৱেইছিয়ে অসমৰ মুখ্যমন্ত্ৰীক দেশৰ সংবিধান ৰক্ষা কৰি কাম কৰিবলৈও আহ্বান জনায় ।‌ অসমৰ মুখ্যমন্ত্ৰীয়ে মুজলমানক ঘৃণা কৰে বুলি মন্তব্য কৰা ওৱেইছিয়ে কয় যে মুছলানক কোনোবাই গুলী মাৰিব বিচাৰিলে প্ৰথমতে তেওক মাৰক । কাৰণ মুছলমানৰ অধিকাৰ ৰক্ষাৰ বাবে তেও প্ৰাণ দিবলৈ সাজু ।‌ কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক ভোট দিয়াটোৱেই বুজাব বুলিও ওৱেছিএ কয়।

2 hrs ago
user_Sampler Group Assam
Sampler Group Assam
Farmer Barpeta, Assam•

More news from Assam and nearby areas
  • ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।
    1
    ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    1 hr ago
  • ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।
    1
    ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। 
পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    10 hrs ago
  • অষ্টম নগর বাজারে
    1
    অষ্টম নগর বাজারে
    user_ভারত আমার জান
    ভারত আমার জান
    Grain Wholesaler বজালী, বজালী, অসম•
    22 hrs ago
  • 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ভকুৱামাৰীত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। 📌সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ বিলাল আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ। 📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ।
    1
    📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ ভকুৱামাৰীত এআইইউডিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা।
📌সমষ্টিটোৰ এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ বিলাল আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ দলৰ সভাপতি বদৰুদ্দিন আজমলৰ। 
📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বদৰুদ্দিন আজমলৰ।
    user_BAKSA LIVE 24 Digital
    BAKSA LIVE 24 Digital
    Local News Reporter জালাহ (পি টি), বাক্সা, অসম•
    5 hrs ago
  • hemanta ek gufa Na Kari dile
    1
    hemanta ek gufa Na Kari dile
    user_Shahidul Islam
    Shahidul Islam
    Plumber বৰক্ষেত্ৰী, নলবাৰী, অসম•
    10 hrs ago
  • 👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। 👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে। #Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺
    1
    👉 ১৬ নং অভয়াপুৰী সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ উপস্থিতিত লালমাটিৰ বহু সংখ্যক লোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে।
👉 নিৰ্বাচনৰ আগতেই সমষ্টিটোত কংগ্ৰেছৰ সমৰ্থন বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলে ধাৰণা কৰিছে।
#Abhayapuri #PradipSarkar #Congress #AssamPolitics #Election2026 #JoiningCongress #PoliticalNews #AssamNews #BreakingNews #Lalmati #GrassrootSupport #CongressWave #ElectionUpdate #NewsUpdate #AssamPortalNews 🔴📺
    user_Assam Portal News
    Assam Portal News
    Local News Reporter বঙাইগাঁও (অংশ), বঙাইগাঁও, অসম•
    23 hrs ago
  • নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যাপক হাৰত বৃদ্ধি পাইছে ২৩ নং চেঙা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ জনপ্ৰিয়তা।
    1
    নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ব্যাপক হাৰত বৃদ্ধি পাইছে ২৩ নং চেঙা সমষ্টিৰ AIUDF দলৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনৰ জনপ্ৰিয়তা।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    23 hrs ago
  • পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ । এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।
    1
    পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ ।
এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.