Shuru
Apke Nagar Ki App…
পাকাবেতবাৰীত আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পাছত কি ক'লে এই আই ইউ দি এফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে । পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ । এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।
Sampler Group Assam
পাকাবেতবাৰীত আছাদুদ্দিন ওৱেইছিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পাছত কি ক'লে এই আই ইউ দি এফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে । পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ । এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।
More news from Assam and nearby areas
- ৰাজনৈতিক সভাত ধৰ্মীয় বিভাজন ঘটাবলৈ আপ্ৰাণ চেষ্টা কৰা নেতাৰ নামাজ পঢ়িবলৈ ব্যৱহাৰ কৰা টুপী খুলি পৰিল ৰাজনীতি প্ৰচাৰ চলি থকা সময়তে ।1
- ২৫ নং পাকাবেতবাৰী সমষ্টিৰ গুইলেজাত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে নিৰ্বাচনী প্ৰচাৰ চলায়। পাকাবেতবাৰী সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানে গুইলেজাত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি ভোট ভিক্ষা কৰিবলৈ কেইবাটাও কামৰ গেৰান্টি দিয়ে। তেওঁ কয়, মই আধাৰশিলাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই ৰাইজক কামৰ গেৰান্টি দিছোঁ। গুইলেজাত বেকী নদীৰ ওপৰত দলং নিৰ্মাণ কৰাই হ'ব মোৰ প্ৰথম কাম। মিনাক্ষী ৰহমানৰ জয় মানে ৰাইজৰ জয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে। সভাত স্থানীয় ৰাইজে পুষ্প বৃষ্টিৰে আদৰণী মিনাক্ষী ৰহমানক। তেওঁ গুইলেজা, খৰিচালা, লাচাংগা আদিত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে। গুইলেজাত কেইবাগৰাকী পঞ্চায় প্ৰতিনিধিৰ লগতে শ শ কংগ্ৰেছ সমৰ্থকে যোগদান কৰে এ আই ইউ ডি এফত। সম্প্ৰতি কোনে মাৰিব শেষ হাঁহি সেয়া এতিয়াই স্পষ্ট নহয় যদিও কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনাই আগুৱাই গৈছে এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান।1
- অষ্টম নগর বাজারে1
- 📌বাক্সাৰ মানাহ বিধানসভা সমষ্টিৰ মৈৰাঝাৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভা। 📌সমষ্টিটোৰ বিপিএফৰ প্ৰাৰ্থী থানেশ্বৰ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীৰ। 📌সংবাদমাধ্যমৰ আগত সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য পাৰিষদ দিগন্ত গয়াৰীৰ।1
- hemanta ek gufa Na Kari dile1
- পলাশবাৰীত সমষ্টিত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ নৈ বিশাল ৰেলিত অংশগ্ৰহন কৰিব মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ৰামপুৰৰ পৰা মিৰ্জা অভিমুখে হ'ব এই ৰেলি।1
- তামুলপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীৰ সংবাদমেল ---- মই কৌটি টকা দিলেও বিক্ৰী যোৱা মানুহ নহয় : তামুলপুৰ , ২ এপ্ৰিল : ৪৩ নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে আজি এখন সংবাদ মেল সম্বোধন কৰে । উল্লেখযোগ্য যে কংগ্ৰেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে ইউপিপিএল দলত যোগদান কৰা বুলি সামাজিক মাধ্যমত চর্চা হৈ আছিল । এই সম্পৰ্কত কংগ্রেছ প্ৰাৰ্থী ৰাফেল দৈমাৰীয়ে স্পষ্টীকৰণ দিবলৈ এই সংবাদ মেল সম্বোধন কৰা বুলি উল্লেখ কৰি তেওঁ কয় মই কেতিয়াও ইউপিপিএল দলত যোগদান কৰা নাই ৷ এইয়া ইউপিপিএল দলৰ ভুৱা প্ৰচাৰ ৷ সংবাদ মেলখনত তেওঁ আকৌ কয় মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছো ৷ মই কোটি টকা দিলেও কোনো দলত যোগদান নকৰো। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় মই আগন্তুক নিৰ্বাচনত ৭০ হাজাৰৰ অধিক ভোট লাভ কৰি জয়যুক্ত হ’ম ৷ তামুলপুৰ সমষ্টিত মোৰ প্ৰতিদ্বন্দী বিজেপিৰ বিশ্বজিত দৈমাৰী আৰু ইউপিপিএলৰ প্ৰমোদ বড়ো দুয়োজনেই ৩০/৩৫ হেজাৰ ভোটতেই সীমাবদ্ধ থাকিব ৷ সংবাদ মেলত ৰাফেল দৈমাৰীয়ে দৃঢ়তাৰে কয় মই জয়ী হ’ম ৷ গৌৰৱ গগৈ হব অসমৰ মুখ্যমন্ত্ৰী ৷ মই জয়ী হলেই মন্ত্ৰীত্ব পোৱাটো খাটাং । ###1
- পাকাবেতবাৰী সমষ্টিত জনসমুদ্ৰ । এ আই এম আই এমৰ সভাপতি আছাদুদ্দিন ওৱেইছি আজি বৰপেটা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে । পাকাবেতবাৰীৰ নিৰ্বাচনী সভাত অংশ ল'লে হাজাৰ হাজাৰ ৰাইজৰ ।1