Shuru
Apke Nagar Ki App…
pinku gogoi new video golaghat assam🥰🥰🥰🥰 happy new year 🎉♥❤
Yyyy
pinku gogoi new video golaghat assam🥰🥰🥰🥰 happy new year 🎉♥❤
More news from Khumtai and nearby areas
- খুমটাই চাহবাগিচা বাপ্তিষ্ট মণ্ডলীৰ সোনালী জয়ন্তীবৰ্ষ উপলক্ষে লাইখুটা স্থাপন1
- মৰাণৰ ৩ নং খুমটাই চকলীয়াত চাঞ্চল্যকৰ ঘটনা ...1
- খুমটাই চাহবাগিচা বাপ্তিষ্ট মণ্ডলীৰ সোনালী জয়ন্তীবৰ্ষ উপলক্ষে লাইখুটা স্থাপন কৰে মণ্ডলীৰ বিষয় ববীয়াই1
- সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত পূৰ্বৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চল খুমটাই সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ পিছত আজি প্ৰথম বাৰৰ বাবে খুমটাই সমষ্টিৰ বিধায়ক বিধায়ক মৃণাল শইকীয়াই মৰঙিত খোজ থলে। আজি পুৱা সাত বজাতেই ৰাইজক লগত লৈ মৰঙিত দহ কোটি টকাৰ উন্নয়ণমূলক কামৰ শুভাৰম্ভণি কৰে খুমটাইৰ বিধায়ক গৰাকীয়ে। মইনাপাৰাৰ পৰা থুৰামুখ সংযোগী ৩.২ কিলোমিটাৰ আৰু লুৰুকিহাটৰ পৰা শেনচোৱা পথ সংযোগী ৫.২ কিলোমিটাৰ পথ পুনৰ মেৰামতি কামৰ উদ্বোধন কৰে। উল্লেখ্য, বৃহত্তৰ মৰঙি মৌজাৰ এঘাৰ খনকৈ গাওঁ পঞ্চায়ত ইয়াৰ পূৰ্বে সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিৰ এঘাৰ খন পঞ্চায়তেই বৰ্তমান খুমটাই বিধানসভা সমষ্টিৰ আওতাত সোমাই পৰে। বৃহত্তৰ মৰঙি মৌজাটো খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত এতিয়া মৰঙি বাসীয়ে সন্তোষ প্ৰকাশ কৰাৰ লগতে মৰঙিবাসীয়ে উন্নয়ণৰ আশাৰ ৰেঙণি দেখা পাইছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে ।1
- *খুমটাইৰ শংকৰদেৱ শিশু নিকেতন ,মেলামৰাৰ ৰূপালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত* গোলাঘাট জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন,মেলামৰা বিদ্যালয়ৰ ২৫ বছৰীয়া ৰূপালী জয়ন্তী ৬ আৰু ৭ জানুৱাৰী ২০২৫ তাৰিখে উদযাপন কৰিবলৈ সাজু হৈছে। বিদ্যালয় পৰিচালনা সমিতি, শিক্ষক-শিক্ষয়ত্ৰী , অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় সহযোগিতাৰে এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। খুমটাই পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট1
- খুমটাই চাহবাগিচা বাপ্তিষ্ট মণ্ডলীৰ সোনালী জয়ন্তীবৰ্ষ উপলক্ষে লাইখুটা স্থাপন1
- গোলাঘাটৰ খুমটাইত পথ মেৰামতিৰ কামৰ শুভাৰম্ভ শুভাৰম্ভণি কৰে বিধায়ক মৃণাল শইকীয়াই মইনাপাৰা-থুৰামুখ সংযোগী ৩.২ কিঃমিঃ পথ মেৰামতি লুৰুকিহাট–শেনচোৱা সংযোগী ৫.২ কিঃমিঃ পথ মেৰামতি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মৰঙীত এই কাৰ্যসূচী পূৰ্বে সৰুপথাৰ সমষ্টিৰ আছিল মৰঙীৰ ১১খন পঞ্চায়ত বৰ্তমান মৰঙী মৌজা খুমটাই সমষ্টিৰ অন্তৰ্গত1
- সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিত উন্নয়নত প্ৰথমটো খোজ বিধায়ক মৃণাল শইকীয়াৰ।পুৱা সাত বজাতেই ৰাইজক লগত লৈ উদ্ধোধন কৰিলে পথ মেৰামতিৰ কাম।প্ৰথমদিনাই দহ কোটি টকাৰ উন্নয়ণমূলক কাম শুভাৰম্ভণি কৰিলে খুমটাইৰ বিধায়ক গৰাকীয়ে।মইনাপাৰাৰ পৰা থুৰামুখ সংযোগী ৩.২ কিলোমিটাৰ আৰু লুৰুকিহাটৰ পৰা শেনচোৱা পথ সংযোগী ৫.২ কিলোমিটাৰ পথ পুনৰ মেৰামতি কামৰ উদ্ধোধন কৰে। উল্লেখ্য যে পূৰ্বতে বৃহত্তৰ মৰঙি মৌজাৰ এঘাৰ খনকৈ গাওঁ পঞ্চায়ত সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত মৰঙিৰ এঘাৰ খন পঞ্চায়তেই খুমটাই বিধানসভা সমষ্টিৰ আওতাত সোমাই পৰে। বৃহত্তৰ মৰঙি মৌজাটো খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাত এতিয়া মৰঙি বাসীয়ে সন্তোষ প্ৰকাশ কৰিছে। বিশেষকৈ বিধায়ক মৃণাল শইকীয়াৰ কাম কাজক লৈ মৰঙিবাসীয়ে উন্নয়ণৰ আশাৰ ৰেঙণি দেখা পাইছে ## Marangi live অসম1