অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তিনিচুকীয়াত লিংগভিত্তিক হিংসা প্ৰতিৰোধ আৰু আইনী সাক্ষৰতা বিষয়ক আন্তঃবিভাগীয় সমন্বয় সভা অনুষ্ঠিত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত "জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰ, মাকুম" আৰু সহকাৰী সংস্থা "চেন্টাৰ ফৰ কেটালিজিং চেইঞ্জ" (C3)ৰ যুটীয়া উদ্যোগত লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰ (GRC)ৰ পদক্ষেপ, মহিলাৰ অধিকাৰ তথা প্ৰাপ্য সুবিধা, আৰু আইনী সাক্ষৰতা অধিক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে এখনি আন্তঃবিভাগীয় সমন্বয় সভা আজি তিনিচুকীয়া জিলাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কেন্দ্ৰস্থিত "কমিউনিটি মেনেজড্ ট্ৰেইনিং চেণ্টাৰ" (CMTC)ত অনুষ্ঠিত হয়। মাকুম বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিশান আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোঁহাই মুখ্য অতিথি হিচাপে উপস্থিত থকা এই সভাত বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত মূলতঃ সমাজত চলি থকা বিভিন্ন লিংগভিত্তিক হিংসা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰৰ ভূমিকা, সজাগতা সৃষ্টিৰ পদক্ষেপসমূহ আৰু জিলাখনত ইয়াৰ কাৰ্যকাৰিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰোপৰি, চৰকাৰী আঁচনিসমূহৰ জৰিয়তে মহিলাৰ সাংবিধানিক অধিকাৰ, সামাজিক সুৰক্ষা আৰু প্ৰাপ্য সুবিধাসমূহ তৃণমূল পৰ্যায়লৈকে সফলভাৱে কঢ়িয়াই নিয়াৰ বাবে আন্তঃবিভাগীয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰা হয়। অনুষ্ঠানত উপস্থিত বিভাগীয় বিষয়াসকলে আইনী সাক্ষৰতাৰ প্ৰসাৰ ঘটাই মহিলাসকলক সজাগ কৰি তুলিবৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ পোষকতা কৰে। এই আন্তঃবিভাগীয় সমন্বয় সভাই তিনিচুকীয়া জিলাত লিংগ সমতা ৰক্ষা তথা মহিলা সবলীকৰণৰ দিশত এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰা হৈছে। আজিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলা প্ৰকল্প প্ৰৱন্ধক (DPM) মনজিৎ গগৈয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা এই সভাত তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত জাভেদ অৰমান, মাকুম সম-জিলা আয়ুক্ত নিলুৰাম শৰ্মা, C3 ৰ ৰাজ্যিক প্ৰগ্ৰাম অফিচাৰ ৰাজশ্ৰী শইকীয়া, তিনিচুকীয়া জিলাৰ DLSA উৰ্মিলা বাৰ্মা উপস্থিত থাকে। জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰৰ হেল্পলাইন নম্বৰ হৈছে ৯৩৯৫৭২০২৬০
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত তিনিচুকীয়াত লিংগভিত্তিক হিংসা প্ৰতিৰোধ আৰু আইনী সাক্ষৰতা বিষয়ক আন্তঃবিভাগীয় সমন্বয় সভা অনুষ্ঠিত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত "জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰ, মাকুম" আৰু সহকাৰী সংস্থা "চেন্টাৰ ফৰ কেটালিজিং চেইঞ্জ" (C3)ৰ যুটীয়া উদ্যোগত লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰ (GRC)ৰ পদক্ষেপ, মহিলাৰ অধিকাৰ তথা প্ৰাপ্য সুবিধা, আৰু আইনী সাক্ষৰতা অধিক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ প্ৰয়াস হিচাপে এখনি আন্তঃবিভাগীয় সমন্বয় সভা আজি তিনিচুকীয়া জিলাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কেন্দ্ৰস্থিত "কমিউনিটি মেনেজড্ ট্ৰেইনিং চেণ্টাৰ" (CMTC)ত অনুষ্ঠিত হয়। মাকুম বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিশান আৰু তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোঁহাই মুখ্য অতিথি হিচাপে উপস্থিত থকা এই সভাত বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সভাত মূলতঃ সমাজত চলি থকা বিভিন্ন লিংগভিত্তিক হিংসা প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰৰ ভূমিকা, সজাগতা সৃষ্টিৰ
পদক্ষেপসমূহ আৰু জিলাখনত ইয়াৰ কাৰ্যকাৰিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰোপৰি, চৰকাৰী আঁচনিসমূহৰ জৰিয়তে মহিলাৰ সাংবিধানিক অধিকাৰ, সামাজিক সুৰক্ষা আৰু প্ৰাপ্য সুবিধাসমূহ তৃণমূল পৰ্যায়লৈকে সফলভাৱে কঢ়িয়াই নিয়াৰ বাবে আন্তঃবিভাগীয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰা হয়। অনুষ্ঠানত উপস্থিত বিভাগীয় বিষয়াসকলে আইনী সাক্ষৰতাৰ প্ৰসাৰ ঘটাই মহিলাসকলক সজাগ কৰি তুলিবৰ বাবে এক শক্তিশালী পৰিৱেশ গঢ়ি তোলাৰ পোষকতা কৰে। এই আন্তঃবিভাগীয় সমন্বয় সভাই তিনিচুকীয়া জিলাত লিংগ সমতা ৰক্ষা তথা মহিলা সবলীকৰণৰ দিশত এক নতুন গতি প্ৰদান কৰিব বুলি আশা ব্যক্ত কৰা হৈছে। আজিৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তিনিচুকীয়া জিলা প্ৰকল্প প্ৰৱন্ধক (DPM) মনজিৎ গগৈয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা এই সভাত তিনিচুকীয়া জিলা উন্নয়ন আয়ুক্ত জাভেদ অৰমান, মাকুম সম-জিলা আয়ুক্ত নিলুৰাম শৰ্মা, C3 ৰ ৰাজ্যিক প্ৰগ্ৰাম অফিচাৰ ৰাজশ্ৰী শইকীয়া, তিনিচুকীয়া জিলাৰ DLSA উৰ্মিলা বাৰ্মা উপস্থিত থাকে। জেন্ডাৰ ৰিচ'ৰ্ছ চেণ্টাৰৰ হেল্পলাইন নম্বৰ হৈছে ৯৩৯৫৭২০২৬০
- নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য1
- হাঁহচৰা কালি-মন্দিৰৰ ভূমি বিবাদৰ যৱনিকা: ৰাজহুৱা সভাত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান 🔴যবনিকা পৰিল দীৰ্ঘদিনীয়া ভূমি বিবাদৰ। 🔴ডুমডুমা সমজিলা আৰু ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত হাঁহচৰা কালি-মন্দিৰৰ কাষত থকা ভূমি সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ অৱশেষত পৰিল যবনিকা। ৰাজহুৱা সভা অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা হয় ভূমি বিবাদ। 🔴 আৰ্টছাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা। সভাত উপস্থিত থকা বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি দীঘলীয়া আলোচনাৰ অন্তত ভূমি সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়। হাঁহচৰা কালি-মন্দিৰৰ ভূমি বিবাদৰ যৱনিকা: ৰাজহুৱা সভাত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান 🔴যবনিকা পৰিল দীৰ্ঘদিনীয়া ভূমি বিবাদৰ। 🔴ডুমডুমা সমজিলা আৰু ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত হাঁহচৰা কালি-মন্দিৰৰ কাষত থকা ভূমি সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ অৱশেষত পৰিল যবনিকা। ৰাজহুৱা সভা অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা হয় ভূমি বিবাদ। 🔴 আৰ্টছাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা। সভাত উপস্থিত থকা বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি দীঘলীয়া আলোচনাৰ অন্তত ভূমি সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়।1
- JONAI koyu tvs motors welcome new model ntorq for XL 1002
- মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।1
- বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ1
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- ▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️নামৰূপ জিলা পৰিষদৰ সদস্য ৰজি চলিহাৰ সভাপতিত্ব অনুস্থিত সভাত উপস্থিত থাকে ডিব্ৰুগড় বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল বৰুৱা, আঞ্চলিক বন বিষয়া কবীন কুমাৰ বৰা আৰু অনান্য সমল ব্যক্তি1