Shuru
Apke Nagar Ki App…
▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️নামৰূপ জিলা পৰিষদৰ সদস্য ৰজি চলিহাৰ সভাপতিত্ব অনুস্থিত সভাত উপস্থিত থাকে ডিব্ৰুগড় বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল বৰুৱা, আঞ্চলিক বন বিষয়া কবীন কুমাৰ বৰা আৰু অনান্য সমল ব্যক্তি
Namrup 24×7
▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️নামৰূপ জিলা পৰিষদৰ সদস্য ৰজি চলিহাৰ সভাপতিত্ব অনুস্থিত সভাত উপস্থিত থাকে ডিব্ৰুগড় বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল বৰুৱা, আঞ্চলিক বন বিষয়া কবীন কুমাৰ বৰা আৰু অনান্য সমল ব্যক্তি
More news from অসম and nearby areas
- নাহৰকটীয়াত নাহৰফুটুকী বাঘৰ আতংক৷ ৰাতি বালিমৰা গাওঁত নাহৰফুটুকী বাঘৰ আতংক নাহৰকটীয়াৰ বালিমৰা অঞ্চলত নাহৰফুটুকীৰ আতংক নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত ৰাইজ প্ৰত্যক্ষদৰ্শী জিতু গগৈ আৰু যোগ্য গগৈৰ মবাইল কেমেৰাত আবদ্ধ নাহৰফুটুকীৰ দৃশ্য1
- মৰাণৰ টেপৰচালিবামত অইল ইণ্ডিয়া লিমিটেডৰ তৈলখাদ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ । অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত অইলে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ।1
- বকতাত সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ বকতাত দুলীয়াজানৰ সপ্তসুৰ এন জি অই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিলে স্কুল বেগ1
- হাঁহচৰা কালি-মন্দিৰৰ ভূমি বিবাদৰ যৱনিকা: ৰাজহুৱা সভাত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান 🔴যবনিকা পৰিল দীৰ্ঘদিনীয়া ভূমি বিবাদৰ। 🔴ডুমডুমা সমজিলা আৰু ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত হাঁহচৰা কালি-মন্দিৰৰ কাষত থকা ভূমি সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ অৱশেষত পৰিল যবনিকা। ৰাজহুৱা সভা অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা হয় ভূমি বিবাদ। 🔴 আৰ্টছাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা। সভাত উপস্থিত থকা বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি দীঘলীয়া আলোচনাৰ অন্তত ভূমি সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়। হাঁহচৰা কালি-মন্দিৰৰ ভূমি বিবাদৰ যৱনিকা: ৰাজহুৱা সভাত আলোচনাৰ মাধ্যমেৰে শান্তিপূৰ্ণ সমাধান 🔴যবনিকা পৰিল দীৰ্ঘদিনীয়া ভূমি বিবাদৰ। 🔴ডুমডুমা সমজিলা আৰু ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয় অন্তৰ্গত হাঁহচৰা কালি-মন্দিৰৰ কাষত থকা ভূমি সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি অহা ভূমি বিবাদৰ অৱশেষত পৰিল যবনিকা। ৰাজহুৱা সভা অনুষ্ঠিত কৰি দুয়োপক্ষৰ মাজত আলোচনাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে নিষ্পত্তি কৰা হয় ভূমি বিবাদ। 🔴 আৰ্টছাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হয় এই ৰাজহুৱা সভা। সভাত উপস্থিত থকা বিভিন্ন পক্ষৰ পৰা মতামত গ্ৰহণ কৰি দীঘলীয়া আলোচনাৰ অন্তত ভূমি সন্দৰ্ভত এক নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হয়।1
- JONAI koyu tvs motors welcome new model ntorq for XL 1002
- লখিমপুৰত ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন সম্পৰ্কত লখিমপুৰ জিলা সমিতিৰ সভাপতি ৰাজেন ছেত্ৰীৰ মন্তব্য প্ৰকাশ ভাৰতীয় গোৰ্খা পৰিসংঘৰ অসম ৰাজ্যিক সমিতিৰ সপ্তম ত্ৰিবাৰ্ষিক লখিমপুৰ অধিৱেশন, ৰূপালী জয়ন্তী বৰ্ষপুৰ্তি অনুষ্ঠান আৰু ৮২ সংখ্যক বলিদান দিৱস উদযাপন কৰা সম্পৰ্কে গোৰ্খা পৰিসংঘৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন ছেত্ৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেখেতৰ মন্তব্য শুনোচোন আহক।1
- অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল অখিল গগৈৰ বিৰুদ্ধে শিৱসাগৰত বিজেপিৰ ৮টা মৰ্চাৰ ৮খন এজাহাৰ দাখিল1
- ▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️জয়পুৰ বনাঞ্চলিক কাৰ্যালয়ৰ সৌজন্যত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত হ্ৰাসৰ বিষয়ে আলোচনা চক্ৰ ▶️নামৰূপ জিলা পৰিষদৰ সদস্য ৰজি চলিহাৰ সভাপতিত্ব অনুস্থিত সভাত উপস্থিত থাকে ডিব্ৰুগড় বন সংমণ্ডলৰ সহকাৰী বন সংৰক্ষক প্ৰাঞ্জল বৰুৱা, আঞ্চলিক বন বিষয়া কবীন কুমাৰ বৰা আৰু অনান্য সমল ব্যক্তি1