সৰ্প দংশনত আক্ৰান্ত হোৱা তৃতীয় শ্ৰেণীত পঢ়ি থকা খাদিজা পাৰবিন নামৰ ছাত্ৰী গৰাকীক লগে লগে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয়ত চিকিৎসা আগবঢ়োৱাৰ পৰিৱৰ্তে ছাত্ৰী গৰাকীক দুৰ্ব্যৱহাৰ কৰি ঘৰলৈ ওভতাই পঠোৱা হয়। চিকিৎসালয়ৰ ফাৰ্মাছিষ্ট এক্ৰামুল হক তালুকদাৰ নামৰ এজন ব্যক্তিয়ে ৰোগী গৰাকীক ওভতাই পঠোৱাৰ পিছত, ঘৰলৈ নিয়াৰ লগে লগে ছাত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰে। তাৰ পিছত খাদিজা পাৰবিনক ধুবুৰী মেডিকেল কলেজলৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। এই শোকাবহ ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষুব্ধ হৈ ৰাজপথত ঘণ্টাৰ পৰা ঘণ্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ সন্মুখত ৰাখি কৰা এই পথ অৱৰোধত ফাৰ্মাচিষ্ট এক্ৰামুল হক তালুকদাৰক চাকৰিৰ পৰা অব্যাহতি দিয়া আৰু ডা: জিন্না তালুকদাৰৰ বদলীকৰণৰ দাবী জনোৱা হয়। ৰাইজে চিকিৎসাৰ অভাৱত ছাত্ৰীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ জনায়।

- সৰ্প দংশনত আক্ৰান্ত হোৱা তৃতীয় শ্ৰেণীত পঢ়ি থকা খাদিজা পাৰবিন নামৰ ছাত্ৰী গৰাকীক লগে লগে তামাৰহাট ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসালয়ত চিকিৎসা আগবঢ়োৱাৰ পৰিৱৰ্তে ছাত্ৰী গৰাকীক দুৰ্ব্যৱহাৰ কৰি ঘৰলৈ ওভতাই পঠোৱা হয়। চিকিৎসালয়ৰ ফাৰ্মাছিষ্ট এক্ৰামুল হক তালুকদাৰ নামৰ এজন ব্যক্তিয়ে ৰোগী গৰাকীক ওভতাই পঠোৱাৰ পিছত, ঘৰলৈ নিয়াৰ লগে লগে ছাত্ৰী গৰাকী হঠাৎ অসুস্থ হৈ পৰে। তাৰ পিছত খাদিজা পাৰবিনক ধুবুৰী মেডিকেল কলেজলৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয়। এই শোকাবহ ঘটনাৰ পাছতে স্থানীয় ৰাইজে ক্ষুব্ধ হৈ ৰাজপথত ঘণ্টাৰ পৰা ঘণ্টা ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কণমানি ছাত্ৰীগৰাকীৰ মৃতদেহ সন্মুখত ৰাখি কৰা এই পথ অৱৰোধত ফাৰ্মাচিষ্ট এক্ৰামুল হক তালুকদাৰক চাকৰিৰ পৰা অব্যাহতি দিয়া আৰু ডা: জিন্না তালুকদাৰৰ বদলীকৰণৰ দাবী জনোৱা হয়। ৰাইজে চিকিৎসাৰ অভাৱত ছাত্ৰীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি তীব্ৰ প্ৰতিবাদ জনায়।1
- যোৱা দেওবাৰে শিকাৰগাঁৱৰ পৰা তিনিটাকৈ গৰু চুৰি হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতেই দোতমা আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে দুজনকৈ গৰু চোৰক আটক কৰিছে। আটক হোৱা চোৰ দুজন দোতমা থানাৰ অন্তৰ্গত বাইগনবাৰীৰ পচা আলী আৰু পশ্চিম ছাৰাগাঁৱৰ ছপিজল সেখ বুলি চিনাক্ত কৰা হৈছে।1
- অসমৰ ধুবুৰী জিলাৰ ভাটীপেটলা, আলোকঝাৰী আৰু মহামায়া ধামক সংযোগ কৰি এক পথৰ বিষয়ে তথ্য পোৱা গৈছে। এই পথটোৱে ভাটীপেটলা, আলোকঝাৰী আৰু মহামায়া ধামক সামৰি লৈছে।3
- ধুবুৰীৰ পৰা যন্ত্ৰচালিত নাৱেৰে ফকিৰগঞ্জত উপস্থিত হোৱা বিৰোধী দলৰ দলপতি বিধায়ক ৱাজেদ আলী চৌধুৰীক স্থানীয় শ শ ৰাইজে নদীৰ পাৰৰ পৰা উষ্ম আদৰণি জনায়। ফকিৰগঞ্জত উপস্থিত হৈ বিধায়কগৰাকীয়ে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে। সাংবাদিকৰ আগত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে যে যদি কোনো ঠিকাদাৰ বা বিষয়াই দুৰ্নীতি কৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব। ইয়াৰ উপৰিও, মূল্যবৃদ্ধি সন্দৰ্ভত তেওঁ কয় যে চৰকাৰ ব্যৰ্থ হোৱাৰ বাবেই মূল্যবৃদ্ধি ঘটিছে।1
- Post by T News1
- 📌 লুঙি পিন্ধি থকা এজন ব্যক্তিৰ মহানুভৱতাৰ চাওঁক ভিডিঅ'টো। 📌 লুঙি পিন্ধি থকা এজন ব্যক্তিৰ মহানুভৱতাৰ চাওঁক ভিডিঅ'টো। 👉 সামান্য সামৰ্থ্য থাকিও দেখুৱালে অসীম মানৱতা আৰু উদাৰতা। 👉 এই হৃদয়স্পৰ্শী মুহূৰ্তই জয় কৰিলে হাজাৰ হাজাৰ লোকৰ হৃদয়। � Assam Portal News #AssamPortalNews #ViralVideo #HumanityFirst #KindnessMatters #GoodNews #AssamNews #HeartTouching #ViralAssam #InspiringStory #Humanity #SocialMediaViral #NewsUpdate #TrendingNow #PositiveNews #LungiMan #Generosity #AssamPortal #ViralPost #Manobota #breakingnewstoday1
- যোৱা দেওবাৰে শিকাৰগাঁৱৰ পৰা তিনিটাকৈ গৰু চুৰি হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছত দোতমা আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে দুজনকৈ সন্দেহযুক্ত গৰু চোৰক আটক কৰে। আটক কৰা চোৰ দুজন দোতমা থানাৰ অন্তৰ্গত বাইগনবাৰীৰ পচা আলী আৰু পশ্চিম ছাৰাগাঁৱৰ ছপিজল সেখ বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, কেৱল দুজন লোকে তিনিটাকৈ গৰু চুৰি কৰাটো সম্ভৱ নহয় বুলি ধাৰণা কৰা হৈছে, যাৰ ফলত এনে বৃহৎ চুৰিকাণ্ডৰ সৈতে এটা বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহ উপজিছে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত আন এজন ব্যক্তিকো আটক কৰিছিল যদিও এতিয়ালৈকে তেওঁৰ বিশদ তথ্য প্ৰকাশ পোৱা নাই। বৰ্তমান আৰক্ষীৰ তদন্তৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে যে কিমানজন চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়, আৰু ইয়াৰ বাবে চাৰি-পাঁচদিন অপেক্ষা কৰিব লাগিব বুলি কোৱা হৈছে।1
- অসমৰ ধুবিৰী জিলাৰ ভাটিপেটলা, আলোকঝাৰী আৰু মহামায়া ধাম ৰ'ড মালাৰ বিষয়ে এই পোষ্টটোত উল্লেখ কৰা হৈছে।1