আজি বাপুজী উচ্চ বিদ্যালয় ,অভয়াপুৰীত বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত আৰু শিক্ষা বিভাগৰ উদ্যোগত তথা প্ৰহৰি ক্লাবৰ দ্বাৰা ধঁপাত বিৰোধী এখন সজাগতামূলক সভা যাত্ৰা,শপত গ্ৰহণ কায্যসূচীৰ আয়োজন কৰা হয় । পূৱা ৯.৩০ বজাত বিদ্যালয়ৰ পৰা বাটাবাৰী তিনিআলিলৈ ছাত্র- ছাত্রীসকলক একত্রিত কৰি সমাজক ধঁপাত মুক্ত কৰণৰ বাবে এখন সজাগতামূলক সভা যাত্ৰা অনুষ্ঠিত হয় । প্ৰেছ বাৰ্ত্তা : "ধঁপাত নিয়ন্ত্ৰণ সন্দৰ্ভত সজাগতা সভা যাত্ৰা, আৰু শপত গ্ৰহণ" বঙাইগাঁও ২৭ আগষ্ট : আজি বাপুজী উচ্চ বিদ্যালয় ,অভয়াপুৰীত বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত আৰু শিক্ষা বিভাগৰ উদ্যোগত তথা প্ৰহৰি ক্লাবৰ দ্বাৰা ধঁপাত বিৰোধী এখন সজাগতামূলক সভা যাত্ৰা,শপত গ্ৰহণ কায্যসূচীৰ আয়োজন কৰা হয় । পূৱা ৯.৩০ বজাত বিদ্যালয়ৰ পৰা বাটাবাৰী তিনিআলিলৈ ছাত্র- ছাত্রীসকলক একত্রিত কৰি সমাজক ধঁপাত মুক্ত কৰণৰ বাবে এখন সজাগতামূলক সভা যাত্ৰা অনুষ্ঠিত হয় ।এই সভাযাত্ৰাত ছাত্র- ছাত্রীসকলে সংকল্প লয় যে 'মোৰ পৰিয়াল,বন্ধু -বান্ধব আৰু সমাজৰ সকলোকে ধঁপাতৰ কুপ্ৰভাবৰ বিষয়ে সজাগ কৰি শিশু,যুবপ্ৰজন্মক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিম লগতে মোৰ ঘৰ আৰু গাঁওখন ধঁপাত মুক্ত কৰি ৰাখি অসমত এখন সুস্থ আৰু নিছা মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মোৰ দায়িত্ব পালন কৰিম । এই শপত বাক্য পাঠ পঢ়োৱায় বিদ্যালয়খনৰ শৈক্ষিক দায়িত্বপ্ৰাপ্ত বিষয়া ....মৃণাল ভাগৱতীয়ে। আনহাতে ভাগৱতীয়ে জানিবলৈ দিয়ে যে অসম চৰকাৰে ধঁপাত নিৰ্মূল কৰাৰ বাবে প্ৰত্যেকখন বিদ্যালয়ত এখন কৈ প্ৰহৰি গোট গঠন কৰিছিল আৰু প্ৰহৰি ক্লাব বা গোটৰ দায়িত্বৰ কথা অবগত কৰি কয় যে বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে ধঁপাত সেৱন কৰা দৃষ্টি গোচৰ হলে বিদ্যালয়ৰ প্ৰধানক অবগত কৰিব লাগিব। এনেকি বিদ্যালয়ৰ প্ৰাঙ্গণৰ পৰা ১০০ মিটাৰ। ব্যাসাৰ্দ্ধত কোনেও ধঁপাত সেৱন বা বিক্ৰী কৰা পৰিলক্ষিত হলে আইন অনুসৰি দোষী সাব্যস্ত কৰি কাৰাৰুদ্ধ কৰা হব। আনহাতে বিদ্যালয়ৰ প্ৰধানে ছাত্র-ছাত্রীক ধঁপাত সেৱন কৰা দৃষ্টি গোচৰ হলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আনহাতে উক্ত দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১০.০০ বজাত বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলৰ অংশগ্ৰহণেৰে সজাগতামূলক সভা অনুষ্ঠিত হয় । সহকাৰী স্কুল পৰিদৰ্শক শ্ৰীমতি ৰীতা ৰাভাই আঁত ধৰা সভা খনত বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই ছাত্ৰ - ছাত্ৰী সকলক ধঁপাতৰ পৰা আতৰি থকাৰ বাবে আহ্বান জনোৱাৰ লগতে আত্মীয় সকলকো ধঁপাত সেৱনৰ পৰা আতৰি থকাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। জিলা আয়ুক্ত গৰাকীয়ে সমাজখনক ধঁপাত মুক্ত কৰাৰ ক্ষেত্ৰত বাপুজী হাইস্কুলে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ উপৰিও আন আন বিদ্যালয় সমূহেও এনে পদক্ষেপক অগ্ৰাধিকাৰ দিব বুলি আশা প্ৰকাশ কৰে। এই সভাত উপস্থিত থাকি ধঁপাত সেৱনৰ পৰা হোৱা ক্ষতি সন্দৰ্ভত বহুত মূল্যবান মন্তব্য ডাঙি ধৰে ড:আমিৰুল ইছলাম খানে। বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সভাত উপস্থিত থকা খানে ছাত্র-ছাত্রীৰ ভবিষ্যত জীৱন কল্যালনমূলক কৰি তোলাৰ বাবে ধঁপাতৰ পৰা আহিব পৰা বাধা সম্পৰ্কে ছাত্ৰ - ছাত্ৰী সকলক অৱগত কৰি বক্তব্য ডাঙি ধৰে । আজিৰ এই সজাগতা সভাত উপস্থিত থাকে অভয়াপুৰী সম জিলা আয়ুক্ত দীপন বৰ্মণ, বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়া নিলেশ্বৰ ৰায়, বঙাইগাঁও জিলাৰ মাধ্যমিক শিক্ষাৰ পৰিকল্পনা বিষয়া পঙ্কজ শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক শৰ্মা বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উপৰিও বহু সংখ্যক অভিভাবক আৰু ছাত্র-ছাত্রী আৰু কৰ্মচাৰীয়ে অংশ গ্ৰহন কৰে। অনুষ্ঠানৰ পূৰ্বে বিদ্যালয় খনৰ ছাত্ৰ - ছাত্ৰী সকলে ধঁপাতৰ হোৱা ক্ষতিক বিষয় হিচাপে লৈ মনোগ্ৰাহী সমবেত সংগীত পৰিবেশন কৰাৰ লগতে এখনি চুটি নাট পৰিৱেশন কৰে। ছাত্ৰ - ছাত্ৰী সকলে পৰিবেশন কৰা হৃদয়পৰ্শী নাট খনিয়ে উপস্থিত সকলোৰে অন্তৰ স্পৰ্শ কৰে।সমৱেত সংগীত নাটখন দেখি আপ্লুত হৈ পৰা জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ - ছাত্ৰী সকলক ভূয়সী প্ৰশংসা কৰে।
আজি বাপুজী উচ্চ বিদ্যালয় ,অভয়াপুৰীত বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত আৰু শিক্ষা বিভাগৰ উদ্যোগত তথা প্ৰহৰি ক্লাবৰ দ্বাৰা ধঁপাত বিৰোধী এখন সজাগতামূলক সভা যাত্ৰা,শপত গ্ৰহণ কায্যসূচীৰ আয়োজন কৰা হয় । পূৱা ৯.৩০ বজাত বিদ্যালয়ৰ পৰা বাটাবাৰী তিনিআলিলৈ ছাত্র- ছাত্রীসকলক একত্রিত কৰি সমাজক ধঁপাত মুক্ত কৰণৰ বাবে এখন সজাগতামূলক সভা যাত্ৰা অনুষ্ঠিত হয় । প্ৰেছ বাৰ্ত্তা : "ধঁপাত নিয়ন্ত্ৰণ সন্দৰ্ভত সজাগতা সভা যাত্ৰা, আৰু শপত গ্ৰহণ" বঙাইগাঁও ২৭ আগষ্ট : আজি বাপুজী উচ্চ বিদ্যালয় ,অভয়াপুৰীত বঙাইগাঁও জিলা প্ৰশাসন, বঙাইগাঁও জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত আৰু শিক্ষা বিভাগৰ উদ্যোগত তথা প্ৰহৰি ক্লাবৰ দ্বাৰা ধঁপাত বিৰোধী এখন সজাগতামূলক সভা যাত্ৰা,শপত গ্ৰহণ কায্যসূচীৰ আয়োজন কৰা হয় । পূৱা ৯.৩০ বজাত বিদ্যালয়ৰ পৰা বাটাবাৰী তিনিআলিলৈ ছাত্র- ছাত্রীসকলক একত্রিত কৰি সমাজক ধঁপাত মুক্ত কৰণৰ বাবে এখন সজাগতামূলক সভা যাত্ৰা অনুষ্ঠিত হয়
।এই সভাযাত্ৰাত ছাত্র- ছাত্রীসকলে সংকল্প লয় যে 'মোৰ পৰিয়াল,বন্ধু -বান্ধব আৰু সমাজৰ সকলোকে ধঁপাতৰ কুপ্ৰভাবৰ বিষয়ে সজাগ কৰি শিশু,যুবপ্ৰজন্মক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিম লগতে মোৰ ঘৰ আৰু গাঁওখন ধঁপাত মুক্ত কৰি ৰাখি অসমত এখন সুস্থ আৰু নিছা মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মোৰ দায়িত্ব পালন কৰিম । এই শপত বাক্য পাঠ পঢ়োৱায় বিদ্যালয়খনৰ শৈক্ষিক দায়িত্বপ্ৰাপ্ত বিষয়া ....মৃণাল ভাগৱতীয়ে। আনহাতে ভাগৱতীয়ে জানিবলৈ দিয়ে যে অসম চৰকাৰে ধঁপাত নিৰ্মূল কৰাৰ বাবে প্ৰত্যেকখন বিদ্যালয়ত এখন কৈ প্ৰহৰি গোট গঠন কৰিছিল আৰু প্ৰহৰি ক্লাব বা গোটৰ দায়িত্বৰ কথা অবগত কৰি কয় যে বিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে ধঁপাত সেৱন কৰা দৃষ্টি গোচৰ হলে বিদ্যালয়ৰ প্ৰধানক অবগত কৰিব লাগিব। এনেকি বিদ্যালয়ৰ প্ৰাঙ্গণৰ পৰা ১০০ মিটাৰ। ব্যাসাৰ্দ্ধত কোনেও ধঁপাত সেৱন বা বিক্ৰী কৰা পৰিলক্ষিত হলে আইন অনুসৰি দোষী সাব্যস্ত কৰি কাৰাৰুদ্ধ কৰা হব। আনহাতে বিদ্যালয়ৰ প্ৰধানে
ছাত্র-ছাত্রীক ধঁপাত সেৱন কৰা দৃষ্টি গোচৰ হলে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আনহাতে উক্ত দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ ১০.০০ বজাত বিদ্যালয়খনৰ ছাত্র-ছাত্রীসকলৰ অংশগ্ৰহণেৰে সজাগতামূলক সভা অনুষ্ঠিত হয় । সহকাৰী স্কুল পৰিদৰ্শক শ্ৰীমতি ৰীতা ৰাভাই আঁত ধৰা সভা খনত বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত লক্ষ্মীনন্দন চহৰীয়াই ছাত্ৰ - ছাত্ৰী সকলক ধঁপাতৰ পৰা আতৰি থকাৰ বাবে আহ্বান জনোৱাৰ লগতে আত্মীয় সকলকো ধঁপাত সেৱনৰ পৰা আতৰি থকাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে। জিলা আয়ুক্ত গৰাকীয়ে সমাজখনক ধঁপাত মুক্ত কৰাৰ ক্ষেত্ৰত বাপুজী হাইস্কুলে লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ উপৰিও আন আন বিদ্যালয় সমূহেও এনে পদক্ষেপক অগ্ৰাধিকাৰ দিব বুলি আশা প্ৰকাশ কৰে। এই সভাত উপস্থিত থাকি ধঁপাত সেৱনৰ পৰা হোৱা ক্ষতি সন্দৰ্ভত বহুত মূল্যবান মন্তব্য ডাঙি ধৰে ড:আমিৰুল ইছলাম খানে। বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সভাত উপস্থিত থকা খানে
ছাত্র-ছাত্রীৰ ভবিষ্যত জীৱন কল্যালনমূলক কৰি তোলাৰ বাবে ধঁপাতৰ পৰা আহিব পৰা বাধা সম্পৰ্কে ছাত্ৰ - ছাত্ৰী সকলক অৱগত কৰি বক্তব্য ডাঙি ধৰে । আজিৰ এই সজাগতা সভাত উপস্থিত থাকে অভয়াপুৰী সম জিলা আয়ুক্ত দীপন বৰ্মণ, বঙাইগাঁও জিলা সমাজ কল্যাণ বিষয়া নিলেশ্বৰ ৰায়, বঙাইগাঁও জিলাৰ মাধ্যমিক শিক্ষাৰ পৰিকল্পনা বিষয়া পঙ্কজ শৰ্মা, বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপক শৰ্মা বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উপৰিও বহু সংখ্যক অভিভাবক আৰু ছাত্র-ছাত্রী আৰু কৰ্মচাৰীয়ে অংশ গ্ৰহন কৰে। অনুষ্ঠানৰ পূৰ্বে বিদ্যালয় খনৰ ছাত্ৰ - ছাত্ৰী সকলে ধঁপাতৰ হোৱা ক্ষতিক বিষয় হিচাপে লৈ মনোগ্ৰাহী সমবেত সংগীত পৰিবেশন কৰাৰ লগতে এখনি চুটি নাট পৰিৱেশন কৰে। ছাত্ৰ - ছাত্ৰী সকলে পৰিবেশন কৰা হৃদয়পৰ্শী নাট খনিয়ে উপস্থিত সকলোৰে অন্তৰ স্পৰ্শ কৰে।সমৱেত সংগীত নাটখন দেখি আপ্লুত হৈ পৰা জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ - ছাত্ৰী সকলক ভূয়সী প্ৰশংসা কৰে।
- ডুবাচুৰিৰ নাছিৰ উদ্দিনক দৌৰি দৌৰি ৰাইজে আটক কৰে। মানাহ নদীৰ চৰত লুকাই আছিল। বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ডুবাচুৰি দ্বিতীয় খণ্ড গাঁৱত লো*মহ*ৰ্ষক হ*ত্যা*কা*ণ্ড। নিশাৰ ভাগত দাৰে ঘ*পি*য়াই হ*ত্যা এজনী মহিলাক। মহিলা জনী ডুবাচুৰি গাঁৱৰ শ্বাহাজামালৰ পত্নী ৰেজিয়া চুলতানা (৩৩) । পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰেই খুৰা নাছিৰ উদ্দিনে দাৰে ঘ*পি*য়াই হ*ত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে। উল্লেখযোগ্য, ৰেজিয়া চুলতানাই দুটা সন্তান আৰু স্বামীক লগত লৈ ডুবাচুৰি গাঁৱত পিতৃ মজিৰ উদ্দিনৰ ঘৰত আহিছিল। যোৱা নিশা প্ৰায় তিনি বজাত পিতৃ গৃহতে খুৰা নাছিৰ উদ্দিন আৰু খুৰীয়েকৰ মাজত সংঘটিত হৈছিল পাৰিবাৰিক কাজিয়া। ৰেজিয়া চুলতানাই কাজিয়া বন্ধ কৰিবলৈ আগুৱাই গৈছিল। খঙতে খুৰা নাছিৰ উদ্দিনে ভাতিজী ৰেজিয়া চুলতানাৰ ওপৰত দাৰে আক্ৰমণ কৰে। ফলত ঘটনাস্থলীতে মৃ*ত্যু হয় ৰেজিয়া চুলতানাৰ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চা*ঞ্চল্যৰ।1
- শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! ঈশ্বৰক প্ৰাৰ্থনা জনাইছো পৃথিৱী শান্ত কৰা ।1
- বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕বৰপেটা প্ৰেছ ক্লাবত চৰ-চাপৰিৰ অসমীয়া মুছলমানৰ সজাগতা সভা। ⭕লোকপিয়লত মাতৃভাষা 'অসমীয়া' লিপিবদ্ধ কৰাৰ ঐক্যবদ্ধ আহ্বান। #Barpetakhabar #বৰপেটাখবৰ #Newsupdate1
- পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। এটাৰ পিছত এটা পদপথত উচ্ছেদ পৌৰসভাৰ পুনৰ ধুবুৰী চহৰৰ পদপথত ধুবুৰী পৌৰসভাৰ বৃহৎ উচ্ছেদ অভিযান। ধুবুৰী চহৰৰ চেয়াৰ মেইন ৰোডৰ পৰা নুনিয়া পট্টিৰ পদপথৰ দুয়োকাষে দখল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান চলাই থকা ব্যৱসায়ী সকলৰ দোকানত উচ্ছেদ অভিযান চলায় ধুবুৰী পৌৰসভাই।1
- মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ। মৰণোত্তৰ পৰীক্ষাৰ অন্তত কোকৰাঝাৰলৈ নিয়া হ'ল কালি মৃত্যুক আকোঁৱালি লোৱা বিজিৎ গৌৰা নাৰ্জাৰীৰ নশ্বৰ দেহ ।মুছলপুৰত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন বিটিচিৰ কাৰ্যবাহী সদস্য আগাষ্টুছ টিগ্গা, মনোনীত পাৰিষদ ৰিদীপ কুমাৰ ডেকা সহিতে অজস্ৰ গুণমুগ্ধৰ।1
- শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ ! শিহৰণকাৰী দৃশ্য নেপালত ! প্ৰকৃতিৰ ভয়াবহ ৰুপ !1
- 📌সংহাৰী বানে শ-শ লোকক উটুৱাই নিয়াৰ ভয়ংকৰ দৃশ্য বন্দী হ’ল কেমেৰাত। 📌চকুৰ সন্মুখতে বানে ধ্বংস কৰিলে তিব্বত-নেপাল সীমান্তত থকা ইমিগ্ৰেশ্যন কাৰ্যালয়। নেপাল টুৰিজম বোৰ্ডে প্ৰকাশ কৰা অনুসৰি, ৰাসুৱা জিলাৰ বানপ্ৰভাৱিত অঞ্চলসমূহত ৩৮৪ জন পৰ্যটক আৰু ভ্ৰমণকাৰীৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইয়াৰ ভিতৰত ২৯১ জন বিদেশী আৰু ৯৩ জন নেপালী নাগৰিক।1
- বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ Big breaking বিটিচিৰ ২৬ নম্বৰ দৰংগাজূলী সমষ্টিৰ পাৰিষদ , বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ আত্মহত্যা ৷ তামুলপুৰৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত আজি সন্ধিয়া চীপ লৈ আত্মহত্যা বিটিচিৰ উপাধ্যক্ষ গৰাকীৰ ৷ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷1