Shuru
Apke Nagar Ki App…
সাপেখাতী মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সাপেখাতি স্প’ৰ্টছ এছ’চিয়েচনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া মিনি আউটড’ৰ ষ্টেডিয়ামৰ নির্মাণ কাৰ্যৰ আধাৰশিলা আজি স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই গুৰুত্বপূর্ণ প্ৰকল্পটো SC & BC কল্যাণ সঞ্চালকালয়ৰ অধীনত ASDC for SC Ltd. ৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। এই ষ্টেডিয়াম নিৰ্মাণ হ’লে অঞ্চলটোৰ যুৱ সমাজে ক্ৰীড়া ক্ষেত্ৰত অধিক সুযোগ লাভ কৰাৰ লগতে প্ৰতিভা বিকাশৰ বাবে এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা কৰিছে সকলোৱে। আগন্তুক দিনত সাপেখাতি অঞ্চলৰ ক্ৰীড়া আৰু সামাজিক বিকাশত এই প্ৰকল্পই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। #Sapekhati #Charaideo #SportsDevelopment #MiniStadium #DharmeswarKonwar #SonariLAC
Charaideo News & Entertainment

More news from অসম and nearby areas
- সাপেখাতি স্প’ৰ্টছ এছ’চিয়েচনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া মিনি আউটড’ৰ ষ্টেডিয়ামৰ নির্মাণ কাৰ্যৰ আধাৰশিলা আজি স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই গুৰুত্বপূর্ণ প্ৰকল্পটো SC & BC কল্যাণ সঞ্চালকালয়ৰ অধীনত ASDC for SC Ltd. ৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। এই ষ্টেডিয়াম নিৰ্মাণ হ’লে অঞ্চলটোৰ যুৱ সমাজে ক্ৰীড়া ক্ষেত্ৰত অধিক সুযোগ লাভ কৰাৰ লগতে প্ৰতিভা বিকাশৰ বাবে এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা কৰিছে সকলোৱে। আগন্তুক দিনত সাপেখাতি অঞ্চলৰ ক্ৰীড়া আৰু সামাজিক বিকাশত এই প্ৰকল্পই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। #Sapekhati #Charaideo #SportsDevelopment #MiniStadium #DharmeswarKonwar #SonariLAC1
- আজিৰ দিনটোত বানফেৰা গ্ৰাণ্ট, সোণাৰি (চৰাইদেউ)ত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় “পশু স্বাস্থ্য শিবিৰ । উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত আছিল—চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত সুৰুজ সোনোৱাল , SDVO ডাঃ নৱকান্ত কলিতা , RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী , ডাঃ দেৱজিৎ খাটনিয়াৰ , ডাঃ মনালিছা আহমেদ , ডাঃ নিবেদিতা তামুলী , ডাঃ বিনীতা মহন্ত , ডাঃ শিৱ শংকৰ টায় , লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকল উপস্থিত আছিল।1
- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড় ৰাজপথত নামিল অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা যুৱ মঞ্চ। ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায় ব্যৱস্থাক লৈ ওলোটা মন্তব্যকো উভতি ধৰিছে অসমীয়া মহিলা মঞ্চই। আনহাতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিদিলে নিৰ্বাচনত অসমৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি সঁকিয়নী প্ৰদান কৰিছে। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, অসম চুক্তি ৰূপায়নেৰে অবৈধ বাংলাদেশী বিতাৰণ কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা আদি দাবীসমূহ উত্থাপন কৰে।1
- তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি নতুনকৈ TVS Motor Companyৰ অনুমোদিত ডিলাৰশ্বিপ 'Samriddhi TVS'ৰ শুভ উদ্বোধন কৰা হয় । ফিল'বাৰী অঞ্চলৰ যুৱ উদ্যমী দেৱজিত শইকীয়াৰ নেতৃত্বত কাকপথাৰস্থিত AGCL পেট্ৰ’ল পাম্পৰ সন্মুখত এই নতুন শ্ব’ৰুমটো শুভ উদ্বোধন কৰা হয় । শ্ব’ৰুমটো শুভ উদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই । শুভ উদ্বোধনী অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । নতুনকৈ স্থাপন হোৱা 'Samriddhi TVS' ডিলাৰে বৃহত্তৰ অঞ্চলটোৰ লোকসকলক যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত উপকৃত হ’ব বুলি বিধায়ক বলিন চেতিয়াই মত প্ৰকাশ কৰে । লগতে, বিধায়ক গৰাকীয়ে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দেৱজিত শইকীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গ তথা Samriddhi TVSৰ সমগ্ৰ দলটোক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।1
- আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো1
- Post by MARTIN বাই1
- মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে। মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।1
- সোণাৰিত নিৰ্মীয়মান চাহ জনগোষ্ঠীৰ ছাত্ৰবাস পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে1