logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাছখোৱা চাৰিআলি, নতুন নঘৰ পিন787058 জিলা ধেমাজি পোষ্ট অপিচ মাছখোৱা আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো

7 hrs ago
user_Aja taid
Aja taid
ধেমাজি, ধেমাজি, অসম•
7 hrs ago

মাছখোৱা চাৰিআলি, নতুন নঘৰ পিন787058 জিলা ধেমাজি পোষ্ট অপিচ মাছখোৱা আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো

More news from অসম and nearby areas
  • গোপন সূত্ৰৰ ভিত্তিত সোণাৰি ৬ নং ৱাৰ্ডত সোণাৰি আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ। সাপেখাতি দিশৰপৰা সোণাৰি অভিমুখী AS04AD 0826 নম্বৰৰ নিছান বাহনৰপৰা উদ্ধাৰ ড্ৰাগছখিনি। তিনিজন ব্যক্তিক আটক ।
    1
    গোপন সূত্ৰৰ ভিত্তিত সোণাৰি ৬ নং ৱাৰ্ডত সোণাৰি  আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ। সাপেখাতি দিশৰপৰা সোণাৰি অভিমুখী AS04AD 0826 নম্বৰৰ নিছান বাহনৰপৰা উদ্ধাৰ ড্ৰাগছখিনি। তিনিজন ব্যক্তিক আটক ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    15 hrs ago
  • সোণাৰিত নিৰ্মীয়মান চাহ জনগোষ্ঠীৰ ছাত্ৰবাস পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
    1
    সোণাৰিত নিৰ্মীয়মান চাহ জনগোষ্ঠীৰ ছাত্ৰবাস পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    6 hrs ago
  • তিনিচুকীয়াৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ পথ প্ৰায় ৬২ কোটি টকাতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে অসম মালা আঁচনিৰ জৰিয়তে আধাৰশিলা স্থাপন বিধায়ক সঞ্জয় কিষাণৰ । তিনিচুকীয়াৰ পৰা দুলীয়াজানৰ মূল সংযোগী পথটো ১০ কিলোমিটাৰ দূৰত্বসহ এখন উৰণ সেতু নিৰ্মাণ কৰাৰ বাবদ ২৫.০৫ কোটি টকা আৰু তিনিচুকীয়াৰ লাইপুলিৰ পৰা এ টি পথটো ১৬ কিলোমিটাৰ দূৰত্ব ৩৭.২১ কোটি টকা ব্যয় সাপেক্ষে উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিব । গতিকে তিনিচুকীয়াৰ এনে দুটা গুৰুত্বপূৰ্ণ পথ প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক সঞ্জয় কিষানে ৷ সমান্তৰালভাৱে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৭ খন গাঁও পঞ্চায়তৰ ১৮২ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ।
    1
    তিনিচুকীয়াৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ পথ প্ৰায় ৬২ কোটি টকাতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে অসম মালা আঁচনিৰ জৰিয়তে আধাৰশিলা স্থাপন বিধায়ক সঞ্জয় কিষাণৰ । 
তিনিচুকীয়াৰ পৰা দুলীয়াজানৰ মূল সংযোগী পথটো ১০ কিলোমিটাৰ দূৰত্বসহ এখন উৰণ সেতু নিৰ্মাণ কৰাৰ বাবদ ২৫.০৫ কোটি টকা আৰু তিনিচুকীয়াৰ লাইপুলিৰ পৰা এ টি পথটো ১৬ কিলোমিটাৰ দূৰত্ব ৩৭.২১ কোটি টকা ব্যয় সাপেক্ষে উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিব ।
গতিকে তিনিচুকীয়াৰ এনে দুটা গুৰুত্বপূৰ্ণ পথ প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক সঞ্জয় কিষানে ৷
সমান্তৰালভাৱে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৭ খন গাঁও পঞ্চায়তৰ ১৮২ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    3 hrs ago
  • Post by MARTIN বাই
    1
    Post by MARTIN বাই
    user_MARTIN বাই
    MARTIN বাই
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    15 hrs ago
  • হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    1
    হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    2 hrs ago
  • true lines
    1
    true lines
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    গোলাঘাট, গোলাঘাট, অসম•
    55 min ago
  • বানফেৰা গ্ৰাণ্টত পশু স্বাস্থ্য শিবিৰ পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।। সোণাৰি, চৰাইদেউ: সোণাৰিৰ বানফেৰা গ্ৰাণ্টত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা “পশু স্বাস্থ্য শিবিৰ” পৰিদৰ্শন কৰা হয়। শিবিৰত উপস্থিত থাকি অতিথিসকলে পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। এই শিবিৰৰ জৰিয়তে গ্ৰামাঞ্চলৰ পশুপালকসকল যথেষ্ট উপকৃত হোৱাৰ লগতে পশুধনৰ সুৰক্ষা, উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ আৰ্থিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰা হয়। লগতে এই ধৰণৰ স্বাস্থ্য শিবিৰ অধিক সংখ্যক অঞ্চলত আয়োজন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত শ্ৰীযুত সুৰুজ সোনোৱাল, SDVO ডাঃ নৱকান্ত কলিতা, RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী, ডাঃ দেৱজিৎ খাটনিয়াৰ, ডাঃ মনালিছা আহমেদ, ডাঃ নিবেদিতা তামুলী, ডাঃ বিনীতা মহন্ত আৰু ডাঃ শিৱ শংকৰ টায়ে উপস্থিত আছিল। লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকলেও শিবিৰত অংশগ্ৰহণ কৰে। শিবিৰটো সফল ৰূপায়ণত জড়িত সকলো বিষয়া-কৰ্মচাৰী, চিকিৎসক আৰু ক্ষেত্ৰ সহায়কসকলক ধন্যবাদ জ্ঞাপন কৰে।
    1
    বানফেৰা গ্ৰাণ্টত পশু স্বাস্থ্য শিবিৰ পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।।
সোণাৰি, চৰাইদেউ: সোণাৰিৰ বানফেৰা গ্ৰাণ্টত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা “পশু স্বাস্থ্য শিবিৰ” পৰিদৰ্শন কৰা হয়। শিবিৰত উপস্থিত থাকি অতিথিসকলে পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰ্যবেক্ষণ কৰে।
এই শিবিৰৰ জৰিয়তে গ্ৰামাঞ্চলৰ পশুপালকসকল যথেষ্ট উপকৃত হোৱাৰ লগতে পশুধনৰ সুৰক্ষা, উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ আৰ্থিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰা হয়। লগতে এই ধৰণৰ স্বাস্থ্য শিবিৰ অধিক সংখ্যক অঞ্চলত আয়োজন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
এই কাৰ্যসূচীত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত শ্ৰীযুত সুৰুজ সোনোৱাল, SDVO ডাঃ নৱকান্ত কলিতা, RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী, ডাঃ দেৱজিৎ খাটনিয়াৰ, ডাঃ মনালিছা আহমেদ, ডাঃ নিবেদিতা তামুলী, ডাঃ বিনীতা মহন্ত আৰু ডাঃ শিৱ শংকৰ টায়ে উপস্থিত আছিল। লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকলেও শিবিৰত অংশগ্ৰহণ কৰে।
শিবিৰটো সফল ৰূপায়ণত জড়িত সকলো বিষয়া-কৰ্মচাৰী, চিকিৎসক আৰু ক্ষেত্ৰ সহায়কসকলক ধন্যবাদ জ্ঞাপন কৰে।
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    7 hrs ago
  • Post by MARTIN বাই
    2
    Post by MARTIN বাই
    user_MARTIN বাই
    MARTIN বাই
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    15 hrs ago
  • ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    3
    ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ  মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত  শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক  নিয়মীয়া কৈ  শ্ৰমিকৰ  মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.