logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।

2 hrs ago
user_D B
D B
সাংবাদিক মৰঙী, গোলাঘাট, অসম•
2 hrs ago

ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।

More news from অসম and nearby areas
  • ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ। ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিজেপিত যোগদানৰ সুত বৈছে সংখ্যালঘু ৰাইজৰ। আজি ধিং সমষ্টিৰ বিলটিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আওনিআটি খেৰজ গাঁৱত পুৰুষ মহিলা সহ হাজাৰ হাজাৰ কংগ্ৰেছ আৰু AIUDFৰ দলৰ কৰ্মীয়ে যোগদান কৰে বিজেপিত। সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতা তথা ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামৰ নেতৃত্বতত সংখ্যালঘু ৰাইজে যোগদান কৰে বিজেপিত। ধিং সমষ্টিৰ সংখ্যালঘু ৰাইজে ধিং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে। সংখ্যালঘু সম্প্ৰদায় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এই বাৰ ধিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে সংখ্যালঘু ৰাইজে
    1
    ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ।
ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ।
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিজেপিত যোগদানৰ সুত বৈছে সংখ্যালঘু ৰাইজৰ।
আজি ধিং সমষ্টিৰ বিলটিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আওনিআটি খেৰজ গাঁৱত পুৰুষ মহিলা সহ হাজাৰ হাজাৰ কংগ্ৰেছ আৰু AIUDFৰ দলৰ কৰ্মীয়ে যোগদান কৰে বিজেপিত।
সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতা তথা ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামৰ নেতৃত্বতত সংখ্যালঘু ৰাইজে যোগদান কৰে বিজেপিত।
ধিং সমষ্টিৰ সংখ্যালঘু ৰাইজে ধিং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে।
সংখ্যালঘু সম্প্ৰদায় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এই বাৰ ধিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে সংখ্যালঘু ৰাইজে
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • চামগুৰি সমষ্টিৰ ভোটাৰৰ মুখে মুখে চৰ্চাত আব্দুল আজিজৰ নাম। চামগুৰি সমষ্টিৰ চৌপাশে এতিয়া প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ চৰ্চা। ভোটাৰক আকৰ্ষিত কৰিছে আব্দুল আজিজে।
    1
    চামগুৰি সমষ্টিৰ ভোটাৰৰ মুখে মুখে চৰ্চাত আব্দুল আজিজৰ নাম। 
চামগুৰি সমষ্টিৰ চৌপাশে এতিয়া প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ চৰ্চা।
ভোটাৰক আকৰ্ষিত কৰিছে আব্দুল আজিজে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। চামগুৰি সমষ্টিৰ এ আই ইউডি এফৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ নাম চৰ্চালৈ আহিছে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক সমীকৰণ। এইবাৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে এজন পুৰণি ৰাজনৈতিক নেতাই। তেওঁ হৈছে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা আমছুৰ (AAMSU) অন্যতম জন্মদাতা আব্দুল আজিজ। শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ (AIUDF) দলত যোগদান কৰি চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলোৱা আব্দুল আজিজক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। অসমৰ সংখ্যালঘু ৰাজনীতিত এক পৰিচিত নাম আব্দুল আজিজ। আমছুৰ অন্যতম জন্মদাতা হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা আব্দুল আজিজে এসময়ত অসম গণ পৰিষদৰ (AGP) টিকটত ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ গৈছিল। এতিয়া ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰি পুনৰ সক্ৰিয় ৰাজনীতিত খোজ পেলাইছে। ২০২৬ চনৰ নিৰ্বাচনত তেওঁৰ মূল লক্ষ্য হৈছে চামগুৰি সমষ্টি। একালৰ শক্তিশালী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত চামগুৰিত কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত এক আকৰ্ষণীয় ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
    1
    সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। 
চামগুৰি সমষ্টিৰ এ আই ইউডি এফৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ নাম চৰ্চালৈ আহিছে। 
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। 
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক সমীকৰণ। 
এইবাৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে এজন পুৰণি ৰাজনৈতিক নেতাই।
তেওঁ হৈছে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা আমছুৰ (AAMSU) অন্যতম জন্মদাতা আব্দুল আজিজ। 
শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ (AIUDF) দলত যোগদান কৰি চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলোৱা আব্দুল আজিজক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। 
অসমৰ সংখ্যালঘু ৰাজনীতিত এক পৰিচিত নাম আব্দুল আজিজ। 
আমছুৰ অন্যতম জন্মদাতা হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা আব্দুল আজিজে এসময়ত অসম গণ পৰিষদৰ (AGP) টিকটত ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ গৈছিল। 
এতিয়া ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰি পুনৰ সক্ৰিয় ৰাজনীতিত খোজ পেলাইছে।
২০২৬ চনৰ নিৰ্বাচনত তেওঁৰ মূল লক্ষ্য হৈছে চামগুৰি সমষ্টি। 
একালৰ শক্তিশালী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে। 
যাৰ ফলত চামগুৰিত কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত এক আকৰ্ষণীয় ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • Post by Migom tayung
    1
    Post by Migom tayung
    user_Migom tayung
    Migom tayung
    Gogamukh, Dhemaji•
    8 hrs ago
  • জুৰীয়াৰ অসম আৰক্ষীৰ শ্বহীদ গোলাম হুছেইনৰ স্মৃতিত দগাৱত নিৰ্মাণ কৰা হ'ল এখনি তোৰণ। ২০০৯ চনত ডিমা হাছাও জিলা উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল আৰক্ষী জোৱান জনৰ। জুৰীয়াৰ গদাইমাৰী গাৱৰ এইগৰাকী গোলাম হুছেইনৰ স্মৃতিত নিৰ্মিত তোৰণ মুকলি কৰিলে বিধায়ক নুৰুল হুদাই
    1
    জুৰীয়াৰ অসম আৰক্ষীৰ শ্বহীদ গোলাম হুছেইনৰ স্মৃতিত দগাৱত নিৰ্মাণ কৰা হ'ল এখনি তোৰণ। ২০০৯ চনত ডিমা হাছাও জিলা উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল আৰক্ষী জোৱান জনৰ। জুৰীয়াৰ গদাইমাৰী গাৱৰ এইগৰাকী গোলাম হুছেইনৰ স্মৃতিত নিৰ্মিত তোৰণ মুকলি কৰিলে বিধায়ক নুৰুল হুদাই
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    14 hrs ago
  • ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ। কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
    1
    ৰূপহীহাটত সু/ৰা/সক্ত যুৱকৰ তা/ণ্ডৱ।
কেইবাটাও মাছৰ দোকান ভ/ঙি ল/ণ্ডভ/ণ্ড কৰিলে।
    user_Time Talks 24
    Time Talks 24
    Video Creator ৰূপাহী, নগাঁও, অসম•
    1 day ago
  • আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী কৈ ড্ৰাগছ আসক্তই চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
    1
    আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ  পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী 
কৈ ড্ৰাগছ আসক্তই
চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    23 hrs ago
  • সাপেখাতি স্প’ৰ্টছ এছ’চিয়েচনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া মিনি আউটড’ৰ ষ্টেডিয়ামৰ নির্মাণ কাৰ্যৰ আধাৰশিলা আজি স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই গুৰুত্বপূর্ণ প্ৰকল্পটো SC & BC কল্যাণ সঞ্চালকালয়ৰ অধীনত ASDC for SC Ltd. ৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। এই ষ্টেডিয়াম নিৰ্মাণ হ’লে অঞ্চলটোৰ যুৱ সমাজে ক্ৰীড়া ক্ষেত্ৰত অধিক সুযোগ লাভ কৰাৰ লগতে প্ৰতিভা বিকাশৰ বাবে এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা কৰিছে সকলোৱে। আগন্তুক দিনত সাপেখাতি অঞ্চলৰ ক্ৰীড়া আৰু সামাজিক বিকাশত এই প্ৰকল্পই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। #Sapekhati #Charaideo #SportsDevelopment #MiniStadium #DharmeswarKonwar #SonariLAC
    1
    সাপেখাতি স্প’ৰ্টছ এছ’চিয়েচনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া মিনি আউটড’ৰ ষ্টেডিয়ামৰ নির্মাণ কাৰ্যৰ আধাৰশিলা আজি স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই গুৰুত্বপূর্ণ প্ৰকল্পটো SC & BC কল্যাণ সঞ্চালকালয়ৰ অধীনত ASDC for SC Ltd. ৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব।
এই ষ্টেডিয়াম নিৰ্মাণ হ’লে অঞ্চলটোৰ যুৱ সমাজে ক্ৰীড়া ক্ষেত্ৰত অধিক সুযোগ লাভ কৰাৰ লগতে প্ৰতিভা বিকাশৰ বাবে এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা কৰিছে সকলোৱে। আগন্তুক দিনত সাপেখাতি অঞ্চলৰ ক্ৰীড়া আৰু সামাজিক বিকাশত এই প্ৰকল্পই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
#Sapekhati
#Charaideo
#SportsDevelopment
#MiniStadium
#DharmeswarKonwar
#SonariLAC
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    4 hrs ago
  • আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো
    1
    আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো
    user_Aja taid
    Aja taid
    ধেমাজি, ধেমাজি, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.