প্রতি, মাননীয় অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ধেমাজি জিলাৰ বিধায়ক ড° ৰণোজ পেগু ডাঙৰীয়া মহোদয়। বিষয়: পকী ৰাস্তা নিৰ্মাণৰ কাৰণে আবেদন। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সম্মান গ্ৰহণ কৰিব। আপোনাক আমাৰ অঞ্চলটোৰ এটাৰ গুৰুত্বপূৰ্ণ সমস্যা দৃষ্টি গোচৰ কৰিব বিচাৰিছোঁ, যে আমাৰ অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় গাইপটলৈ যোৱা ৰস্তাটো পকী নোহোৱাৰ বাবে বাসিন্দাসকলৰ খুবেই কষ্টত ভুগিব লগা হৈ আছে আৰু লগতে আমাৰ গাঁৱৰ পৰা ৰাষ্ট্ৰীয় গাইপথলৈ যোৱা ৰাস্তাটো কেৱল কেঁচা ৰাস্তা। বাৰিষা কালত ৰাস্তাত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাতবোৰত পানী জমা হৈ থকা ফলত ছাত্ৰ ছাত্ৰীৰ গাঁও বাসিন্দা লগতে বিবসায়ী, ৰোগীৰ অন্যান্য যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। আৰু যোৱা 2 বছৰৰ আগত আমাৰ ধেমাজি জিলাৰ বিধায়ক ড° ৰণোজ পেগু ডাঙৰীয়া চাৰে আমাৰ মধ্য মিংমাং অঞ্চলটোত ৩ বাৰ কৈ visit কৰাৰ পিছতো আজিৰ দিনটোলৈকে একো আ-সলনি দেখিবলৈ পোৱা নাই। সেয়েহে আমি মধ্য মিংমাং অঞ্চলৰ ৰাইজে আপোনাক অনুৰোধ কৰোঁ যে আপুনি তৎপৰে বিশেষ বিৱস্তা গ্ৰহণ কৰি পথটো পকীকৰণ কৰি দিয়ে যেন। ধন্যবাদ। #HimantaBiswaSarma #ranujpegu #pradhanborua #CMOASSAM

- Post by Migom tayung1
- আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো1
- মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে। মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।1
- প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ডিব্ৰুগড় ৰাজপথত নামিল অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা যুৱ মঞ্চ। ডিব্ৰুগড় চৌকিডিঙ্গী চাৰিআলিত জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। নিৰ্বাচনৰ পূৰ্বে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ ন্যায় ব্যৱস্থাক লৈ ওলোটা মন্তব্যকো উভতি ধৰিছে অসমীয়া মহিলা মঞ্চই। আনহাতে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নিদিলে নিৰ্বাচনত অসমৰ ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিব বুলি সঁকিয়নী প্ৰদান কৰিছে। ইফালে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, অসম চুক্তি ৰূপায়নেৰে অবৈধ বাংলাদেশী বিতাৰণ কৰা, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰা আদি দাবীসমূহ উত্থাপন কৰে।1
- হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।1
- আজিৰ দিনটোত বানফেৰা গ্ৰাণ্ট, সোণাৰি (চৰাইদেউ)ত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় “পশু স্বাস্থ্য শিবিৰ । উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত আছিল—চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত সুৰুজ সোনোৱাল , SDVO ডাঃ নৱকান্ত কলিতা , RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী , ডাঃ দেৱজিৎ খাটনিয়াৰ , ডাঃ মনালিছা আহমেদ , ডাঃ নিবেদিতা তামুলী , ডাঃ বিনীতা মহন্ত , ডাঃ শিৱ শংকৰ টায় , লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকল উপস্থিত আছিল।1
- সাপেখাতি স্প’ৰ্টছ এছ’চিয়েচনৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া মিনি আউটড’ৰ ষ্টেডিয়ামৰ নির্মাণ কাৰ্যৰ আধাৰশিলা আজি স্থাপন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। এই গুৰুত্বপূর্ণ প্ৰকল্পটো SC & BC কল্যাণ সঞ্চালকালয়ৰ অধীনত ASDC for SC Ltd. ৰ জৰিয়তে ৰূপায়ণ কৰা হ’ব। এই ষ্টেডিয়াম নিৰ্মাণ হ’লে অঞ্চলটোৰ যুৱ সমাজে ক্ৰীড়া ক্ষেত্ৰত অধিক সুযোগ লাভ কৰাৰ লগতে প্ৰতিভা বিকাশৰ বাবে এক নতুন দিগন্ত মুকলি হ’ব বুলি আশা কৰিছে সকলোৱে। আগন্তুক দিনত সাপেখাতি অঞ্চলৰ ক্ৰীড়া আৰু সামাজিক বিকাশত এই প্ৰকল্পই গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। #Sapekhati #Charaideo #SportsDevelopment #MiniStadium #DharmeswarKonwar #SonariLAC1
- Post by Migom tayung1