Shuru
Apke Nagar Ki App…
Madhya Ming Mang Gaon Panchayat Village: No 1 Dharmapur Block: Bordoloni PO: Kadamguri District: Dhemaji PIN: 787034 প্ৰতি মাননীয় শিক্ষা মন্ত্ৰী মহোদয়। আমাৰ মধ্য মিং মাং গাঁও পঞ্চায়ত অঞ্চলৰ বিষয়ে যোৱা ৩ বছৰৰ পৰা আপোনাক অৱগত কৰি আহিছোঁ। আৰু আপোনাক বাৰে বাৰে অৱগত কৰাৰ পিছতো আপুনি একো ব্যৱস্থা হাতত লোৱা নাই। গতিকে আপুনি পাৰিলে অতি শীঘ্ৰে বাৰিষাৰ মাহৰ আগে আগে যাতে পথটো পকী কৰি দিয়ে যেন। ধন্যবাদ।
Migom tayung
Madhya Ming Mang Gaon Panchayat Village: No 1 Dharmapur Block: Bordoloni PO: Kadamguri District: Dhemaji PIN: 787034 প্ৰতি মাননীয় শিক্ষা মন্ত্ৰী মহোদয়। আমাৰ মধ্য মিং মাং গাঁও পঞ্চায়ত অঞ্চলৰ বিষয়ে যোৱা ৩ বছৰৰ পৰা আপোনাক অৱগত কৰি আহিছোঁ। আৰু আপোনাক বাৰে বাৰে অৱগত কৰাৰ পিছতো আপুনি একো ব্যৱস্থা হাতত লোৱা নাই। গতিকে আপুনি পাৰিলে অতি শীঘ্ৰে বাৰিষাৰ মাহৰ আগে আগে যাতে পথটো পকী কৰি দিয়ে যেন। ধন্যবাদ।
More news from অসম and nearby areas
- গোপন সূত্ৰৰ ভিত্তিত সোণাৰি ৬ নং ৱাৰ্ডত সোণাৰি আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ। সাপেখাতি দিশৰপৰা সোণাৰি অভিমুখী AS04AD 0826 নম্বৰৰ নিছান বাহনৰপৰা উদ্ধাৰ ড্ৰাগছখিনি। তিনিজন ব্যক্তিক আটক ।1
- সোণাৰিত নিৰ্মীয়মান চাহ জনগোষ্ঠীৰ ছাত্ৰবাস পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে1
- true lines1
- তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি নতুনকৈ TVS Motor Companyৰ অনুমোদিত ডিলাৰশ্বিপ 'Samriddhi TVS'ৰ শুভ উদ্বোধন কৰা হয় । ফিল'বাৰী অঞ্চলৰ যুৱ উদ্যমী দেৱজিত শইকীয়াৰ নেতৃত্বত কাকপথাৰস্থিত AGCL পেট্ৰ’ল পাম্পৰ সন্মুখত এই নতুন শ্ব’ৰুমটো শুভ উদ্বোধন কৰা হয় । শ্ব’ৰুমটো শুভ উদ্বোধন কৰে শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াই । শুভ উদ্বোধনী অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । নতুনকৈ স্থাপন হোৱা 'Samriddhi TVS' ডিলাৰে বৃহত্তৰ অঞ্চলটোৰ লোকসকলক যান-বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত উপকৃত হ’ব বুলি বিধায়ক বলিন চেতিয়াই মত প্ৰকাশ কৰে । লগতে, বিধায়ক গৰাকীয়ে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দেৱজিত শইকীয়া আৰু তেওঁৰ পৰিয়ালবৰ্গ তথা Samriddhi TVSৰ সমগ্ৰ দলটোক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে ।1
- Post by MARTIN বাই1
- ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।3
- বানফেৰা গ্ৰাণ্টত পশু স্বাস্থ্য শিবিৰ পৰিদৰ্শন বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ।। সোণাৰি, চৰাইদেউ: সোণাৰিৰ বানফেৰা গ্ৰাণ্টত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা “পশু স্বাস্থ্য শিবিৰ” পৰিদৰ্শন কৰা হয়। শিবিৰত উপস্থিত থাকি অতিথিসকলে পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। এই শিবিৰৰ জৰিয়তে গ্ৰামাঞ্চলৰ পশুপালকসকল যথেষ্ট উপকৃত হোৱাৰ লগতে পশুধনৰ সুৰক্ষা, উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ আৰ্থিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰা হয়। লগতে এই ধৰণৰ স্বাস্থ্য শিবিৰ অধিক সংখ্যক অঞ্চলত আয়োজন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীত চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত শ্ৰীযুত সুৰুজ সোনোৱাল, SDVO ডাঃ নৱকান্ত কলিতা, RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী, ডাঃ দেৱজিৎ খাটনিয়াৰ, ডাঃ মনালিছা আহমেদ, ডাঃ নিবেদিতা তামুলী, ডাঃ বিনীতা মহন্ত আৰু ডাঃ শিৱ শংকৰ টায়ে উপস্থিত আছিল। লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকলেও শিবিৰত অংশগ্ৰহণ কৰে। শিবিৰটো সফল ৰূপায়ণত জড়িত সকলো বিষয়া-কৰ্মচাৰী, চিকিৎসক আৰু ক্ষেত্ৰ সহায়কসকলক ধন্যবাদ জ্ঞাপন কৰে।1
- তিনিচুকীয়াৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ পথ প্ৰায় ৬২ কোটি টকাতকৈ অধিক টকাৰ ব্যয় সাপেক্ষে অসম মালা আঁচনিৰ জৰিয়তে আধাৰশিলা স্থাপন বিধায়ক সঞ্জয় কিষাণৰ । তিনিচুকীয়াৰ পৰা দুলীয়াজানৰ মূল সংযোগী পথটো ১০ কিলোমিটাৰ দূৰত্বসহ এখন উৰণ সেতু নিৰ্মাণ কৰাৰ বাবদ ২৫.০৫ কোটি টকা আৰু তিনিচুকীয়াৰ লাইপুলিৰ পৰা এ টি পথটো ১৬ কিলোমিটাৰ দূৰত্ব ৩৭.২১ কোটি টকা ব্যয় সাপেক্ষে উন্নত মানদণ্ডৰে নিৰ্মাণ কৰিব । গতিকে তিনিচুকীয়াৰ এনে দুটা গুৰুত্বপূৰ্ণ পথ প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক সঞ্জয় কিষানে ৷ সমান্তৰালভাৱে তিনিচুকীয়া বিধানসভা সমষ্টিৰ ৭ খন গাঁও পঞ্চায়তৰ ১৮২ গৰাকী আত্মসহায়ক গোটৰ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ।1
- Post by MARTIN বাই2