logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

true lines

2 hrs ago
user_Sri Gaurab Jyoti Saikia
Sri Gaurab Jyoti Saikia
গোলাঘাট, গোলাঘাট, অসম•
2 hrs ago

true lines

More news from অসম and nearby areas
  • true lines
    1
    true lines
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    গোলাঘাট, গোলাঘাট, অসম•
    2 hrs ago
  • ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    3
    ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ  মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত  শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক  নিয়মীয়া কৈ  শ্ৰমিকৰ  মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    5 hrs ago
  • হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    1
    হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    3 hrs ago
  • মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে। মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।
    1
    মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।
মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।
    user_Majuli Update
    Majuli Update
    Local News Reporter মাজুলী, মাজুলী, অসম•
    7 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    7 hrs ago
  • Post by Migom tayung
    1
    Post by Migom tayung
    user_Migom tayung
    Migom tayung
    Gogamukh, Dhemaji•
    4 hrs ago
  • আজিৰ দিনটোত বানফেৰা গ্ৰাণ্ট, সোণাৰি (চৰাইদেউ)ত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় “পশু স্বাস্থ্য শিবিৰ । উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰিদৰ্শন কৰে বিধায়ক গৰাকীয়ে । উক্ত কাৰ্যসূচীত উপস্থিত আছিল—চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত সুৰুজ সোনোৱাল , SDVO ডাঃ নৱকান্ত কলিতা , RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী , ডাঃ দেৱজিৎ খাটনিয়াৰ , ডাঃ মনালিছা আহমেদ , ডাঃ নিবেদিতা তামুলী , ডাঃ বিনীতা মহন্ত , ডাঃ শিৱ শংকৰ টায় , লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকল উপস্থিত আছিল।
    1
    আজিৰ দিনটোত বানফেৰা গ্ৰাণ্ট, সোণাৰি (চৰাইদেউ)ত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় “পশু স্বাস্থ্য শিবিৰ । উপস্থিত  থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । পশুপালকসকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে পশুসমূহৰ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ কাম-কাজ পৰিদৰ্শন  কৰে বিধায়ক গৰাকীয়ে । 
উক্ত কাৰ্যসূচীত উপস্থিত আছিল—চৰাইদেউ জিলা অতিৰিক্ত আয়ুক্ত  সুৰুজ সোনোৱাল , SDVO ডাঃ নৱকান্ত কলিতা , RAIO ডাঃ ৰাজীৱ ৰয় চৌধুৰী , ডাঃ দেৱজিৎ খাটনিয়াৰ , ডাঃ মনালিছা আহমেদ , ডাঃ নিবেদিতা তামুলী , ডাঃ বিনীতা মহন্ত , ডাঃ শিৱ শংকৰ টায় , লগতে ক্ষেত্ৰ সহায়ক আৰু পশু সক্ষীসকল উপস্থিত আছিল।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।​এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
    3
    এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।​এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.