logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশ্বনাথ চাৰিআলিৰ মাজ বাঘ মৰা গাঁৱত দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান। #NewsUpdate #খবৰ২৪বিশ্বনাথ #Biswanath

5 hrs ago
user_KHABAR 24 BISWANATH
KHABAR 24 BISWANATH
সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
5 hrs ago

প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশ্বনাথ চাৰিআলিৰ মাজ বাঘ মৰা গাঁৱত দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু বাখ্যা অনুষ্ঠান। #NewsUpdate #খবৰ২৪বিশ্বনাথ #Biswanath

More news from অসম and nearby areas
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    5 hrs ago
  • হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    1
    হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    1 hr ago
  • ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    3
    ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ  মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত  শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক  নিয়মীয়া কৈ  শ্ৰমিকৰ  মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ বান্ধি মাৰিলে তলা। ফৌজদাৰী আদালতত গোচৰ তৰিছে ভায়েক আয়ুব আলীয়ে। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰি বালুকটিয়াৰ মফিজউদ্দীনৰ পুত্ৰ আয়ুব আলী তেওঁৰ তিনি সন্তান আৰু পত্নী সহ কৰ্মসূত্ৰে থাকে গুৱাহাটীত। ভায়েক বাহিৰত থকাৰ সুযোগতে আয়ুব আলীৰ ককায়েক জাহেদ আলীয়ে ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ দি ঘৰটো তলা লগাই অবৈধভাৱে দখল কৰি ৰাখিছে বুলি অভিযোগ কৰিছে। ঘৰৰ ওচৰলৈ গলেই কাজিয়াত লিপ্ত হয় ককায়েক জাহেদ আলী।
    1
    ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ বান্ধি মাৰিলে তলা।
ফৌজদাৰী আদালতত গোচৰ তৰিছে ভায়েক আয়ুব আলীয়ে। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰি বালুকটিয়াৰ  মফিজউদ্দীনৰ পুত্ৰ আয়ুব আলী তেওঁৰ তিনি সন্তান আৰু পত্নী সহ কৰ্মসূত্ৰে থাকে গুৱাহাটীত।
ভায়েক বাহিৰত থকাৰ সুযোগতে আয়ুব আলীৰ ককায়েক জাহেদ আলীয়ে ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ দি ঘৰটো তলা লগাই অবৈধভাৱে দখল কৰি ৰাখিছে বুলি অভিযোগ কৰিছে। ঘৰৰ ওচৰলৈ গলেই কাজিয়াত লিপ্ত হয় ককায়েক জাহেদ আলী।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    1 hr ago
  • চামগুৰি সমষ্টিৰ ভোটাৰৰ মুখে মুখে চৰ্চাত আব্দুল আজিজৰ নাম। চামগুৰি সমষ্টিৰ চৌপাশে এতিয়া প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ চৰ্চা। ভোটাৰক আকৰ্ষিত কৰিছে আব্দুল আজিজে।
    1
    চামগুৰি সমষ্টিৰ ভোটাৰৰ মুখে মুখে চৰ্চাত আব্দুল আজিজৰ নাম। 
চামগুৰি সমষ্টিৰ চৌপাশে এতিয়া প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ চৰ্চা।
ভোটাৰক আকৰ্ষিত কৰিছে আব্দুল আজিজে।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। চামগুৰি সমষ্টিৰ এ আই ইউডি এফৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ নাম চৰ্চালৈ আহিছে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক সমীকৰণ। এইবাৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে এজন পুৰণি ৰাজনৈতিক নেতাই। তেওঁ হৈছে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা আমছুৰ (AAMSU) অন্যতম জন্মদাতা আব্দুল আজিজ। শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ (AIUDF) দলত যোগদান কৰি চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলোৱা আব্দুল আজিজক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। অসমৰ সংখ্যালঘু ৰাজনীতিত এক পৰিচিত নাম আব্দুল আজিজ। আমছুৰ অন্যতম জন্মদাতা হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা আব্দুল আজিজে এসময়ত অসম গণ পৰিষদৰ (AGP) টিকটত ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ গৈছিল। এতিয়া ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰি পুনৰ সক্ৰিয় ৰাজনীতিত খোজ পেলাইছে। ২০২৬ চনৰ নিৰ্বাচনত তেওঁৰ মূল লক্ষ্য হৈছে চামগুৰি সমষ্টি। একালৰ শক্তিশালী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত চামগুৰিত কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত এক আকৰ্ষণীয় ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
    1
    সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। 
চামগুৰি সমষ্টিৰ এ আই ইউডি এফৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ নাম চৰ্চালৈ আহিছে। 
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। 
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক সমীকৰণ। 
এইবাৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে এজন পুৰণি ৰাজনৈতিক নেতাই।
তেওঁ হৈছে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা আমছুৰ (AAMSU) অন্যতম জন্মদাতা আব্দুল আজিজ। 
শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ (AIUDF) দলত যোগদান কৰি চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলোৱা আব্দুল আজিজক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। 
অসমৰ সংখ্যালঘু ৰাজনীতিত এক পৰিচিত নাম আব্দুল আজিজ। 
আমছুৰ অন্যতম জন্মদাতা হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা আব্দুল আজিজে এসময়ত অসম গণ পৰিষদৰ (AGP) টিকটত ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ গৈছিল। 
এতিয়া ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰি পুনৰ সক্ৰিয় ৰাজনীতিত খোজ পেলাইছে।
২০২৬ চনৰ নিৰ্বাচনত তেওঁৰ মূল লক্ষ্য হৈছে চামগুৰি সমষ্টি। 
একালৰ শক্তিশালী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে। 
যাৰ ফলত চামগুৰিত কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত এক আকৰ্ষণীয় ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ। ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিজেপিত যোগদানৰ সুত বৈছে সংখ্যালঘু ৰাইজৰ। আজি ধিং সমষ্টিৰ বিলটিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আওনিআটি খেৰজ গাঁৱত পুৰুষ মহিলা সহ হাজাৰ হাজাৰ কংগ্ৰেছ আৰু AIUDFৰ দলৰ কৰ্মীয়ে যোগদান কৰে বিজেপিত। সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতা তথা ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামৰ নেতৃত্বতত সংখ্যালঘু ৰাইজে যোগদান কৰে বিজেপিত। ধিং সমষ্টিৰ সংখ্যালঘু ৰাইজে ধিং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে। সংখ্যালঘু সম্প্ৰদায় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এই বাৰ ধিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে সংখ্যালঘু ৰাইজে
    1
    ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ।
ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ।
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিজেপিত যোগদানৰ সুত বৈছে সংখ্যালঘু ৰাইজৰ।
আজি ধিং সমষ্টিৰ বিলটিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আওনিআটি খেৰজ গাঁৱত পুৰুষ মহিলা সহ হাজাৰ হাজাৰ কংগ্ৰেছ আৰু AIUDFৰ দলৰ কৰ্মীয়ে যোগদান কৰে বিজেপিত।
সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতা তথা ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামৰ নেতৃত্বতত সংখ্যালঘু ৰাইজে যোগদান কৰে বিজেপিত।
ধিং সমষ্টিৰ সংখ্যালঘু ৰাইজে ধিং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে।
সংখ্যালঘু সম্প্ৰদায় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এই বাৰ ধিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে সংখ্যালঘু ৰাইজে
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    3 hrs ago
  • এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।​এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
    3
    এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।​এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.