logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

জুৰীয়াৰ উদমাৰী বালুকটিয়াৰ জাহেদ আলী আৰু তেওঁৰ পত্নীয়ে ভাতৃ আয়ুব আলীক কৰিলে বে-ঘৰ ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ বান্ধি মাৰিলে তলা। ফৌজদাৰী আদালতত গোচৰ তৰিছে ভায়েক আয়ুব আলীয়ে। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰি বালুকটিয়াৰ মফিজউদ্দীনৰ পুত্ৰ আয়ুব আলী তেওঁৰ তিনি সন্তান আৰু পত্নী সহ কৰ্মসূত্ৰে থাকে গুৱাহাটীত। ভায়েক বাহিৰত থকাৰ সুযোগতে আয়ুব আলীৰ ককায়েক জাহেদ আলীয়ে ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ দি ঘৰটো তলা লগাই অবৈধভাৱে দখল কৰি ৰাখিছে বুলি অভিযোগ কৰিছে। ঘৰৰ ওচৰলৈ গলেই কাজিয়াত লিপ্ত হয় ককায়েক জাহেদ আলী।

2 hrs ago
user_ৰূপহী অসম দৈনিক
ৰূপহী অসম দৈনিক
Advertising agency Rupahi, Nagaon•
2 hrs ago

জুৰীয়াৰ উদমাৰী বালুকটিয়াৰ জাহেদ আলী আৰু তেওঁৰ পত্নীয়ে ভাতৃ আয়ুব আলীক কৰিলে বে-ঘৰ ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ বান্ধি মাৰিলে তলা। ফৌজদাৰী আদালতত গোচৰ তৰিছে ভায়েক আয়ুব আলীয়ে। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰি বালুকটিয়াৰ মফিজউদ্দীনৰ পুত্ৰ আয়ুব আলী তেওঁৰ তিনি সন্তান আৰু পত্নী সহ কৰ্মসূত্ৰে থাকে গুৱাহাটীত। ভায়েক বাহিৰত থকাৰ সুযোগতে আয়ুব আলীৰ ককায়েক জাহেদ আলীয়ে ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ দি ঘৰটো তলা লগাই অবৈধভাৱে দখল কৰি ৰাখিছে বুলি অভিযোগ কৰিছে। ঘৰৰ ওচৰলৈ গলেই কাজিয়াত লিপ্ত হয় ককায়েক জাহেদ আলী।

More news from Sonitpur and nearby areas
  • সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
    1
    সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    16 hrs ago
  • Post by আবুল হোসেন মন্ডল
    3
    Post by আবুল হোসেন মন্ডল
    user_আবুল হোসেন মন্ডল
    আবুল হোসেন মন্ডল
    Electrician ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    11 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    6 hrs ago
  • ৰঙিয়াত ৪০ কোটি টকা ব্যয়সাপেক্ষে ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত চেপ্তি চ 'কৰ পৰা কুলহাটী পথ নিৰ্মাণৰ শিলান্যাস। দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অসম মালা ৩.০ অধীনত অসমৰ ৭০ টাকৈ বৃহৎ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনী কৰাৰ অংশস্বৰূপে ৰঙিয়াৰ চেপ্তি চ'ক-কুলহাটী পথ সংযোগী পথ চোৱা সৱলীকৰণ আৰু বহলীকৰণ জৰিয়তে ৪০ কোটি টকা ব্যয় সাপেক্ষে ১০ কিলোমিটাৰ দৈঘ্যৰ বৃহৎ পথটি নিৰ্মাণ কাৰ্যৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰে । তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ভবেশ কলিতাই পথটিৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
    1
    ৰঙিয়াত ৪০ কোটি টকা ব্যয়সাপেক্ষে ‘অসম মালা ৩.০’ আঁচনিৰ অধীনত চেপ্তি চ 'কৰ পৰা কুলহাটী পথ নিৰ্মাণৰ শিলান্যাস।
দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে অসম মালা ৩.০  অধীনত অসমৰ ৭০ টাকৈ বৃহৎ পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনী কৰাৰ অংশস্বৰূপে ৰঙিয়াৰ চেপ্তি চ'ক-কুলহাটী পথ সংযোগী পথ চোৱা সৱলীকৰণ আৰু বহলীকৰণ জৰিয়তে ৪০ কোটি টকা ব্যয় সাপেক্ষে ১০ কিলোমিটাৰ দৈঘ্যৰ বৃহৎ পথটি নিৰ্মাণ কাৰ্যৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভনী কৰে । তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক ভবেশ কলিতাই পথটিৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    16 min ago
  • 📌অনুপ্ৰৱেশকাৰীৰ লগত কংগ্ৰেছ! অসমৰ সভাত মোদীৰ তীব্ৰ আক্ৰমণ” 📌‘কংগ্ৰেছে ভূমিপুত্ৰক পট্টা নিদিলে’ — অসমত মোদীৰ ডাঙৰ অভিযোগ” 📌“অসমত মোদীৰ তীব্ৰ ৰাজনৈতিক আঘাত! কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ সহায়ক বুলি কটাক্ষ” #NarendraModi #PMModi #AssamWithModi #AssamPolitics #AssamNews #BreakingNews #ViralNews #PoliticalNews #NewsAssam #BJP
    1
    📌অনুপ্ৰৱেশকাৰীৰ লগত কংগ্ৰেছ! অসমৰ সভাত মোদীৰ তীব্ৰ আক্ৰমণ”
📌‘কংগ্ৰেছে ভূমিপুত্ৰক পট্টা নিদিলে’ — অসমত মোদীৰ ডাঙৰ অভিযোগ”
📌“অসমত মোদীৰ তীব্ৰ ৰাজনৈতিক আঘাত! কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ সহায়ক বুলি কটাক্ষ”
#NarendraModi #PMModi #AssamWithModi #AssamPolitics #AssamNews #BreakingNews #ViralNews #PoliticalNews #NewsAssam #BJP
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    2 hrs ago
  • ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    3
    ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ  মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত  শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক  নিয়মীয়া কৈ  শ্ৰমিকৰ  মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
  • মোহাম্মদ আবুল হোসেন মন্ডল আমার জন্য অনেক আদরের আমার জন্য খুব কম মানুষই যেন এক যুবকের মৃতদেহ উদ্ধার করল পুলিশ সুপার হুমায়ুন আহমেদ বলেন ও অন্যান্য প্রসঙ্গ যখন তখন তার স্বপ্নের সাধ ছিল এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন
    2
    মোহাম্মদ আবুল হোসেন মন্ডল আমার জন্য অনেক আদরের আমার জন্য খুব কম মানুষই যেন এক যুবকের মৃতদেহ উদ্ধার করল পুলিশ সুপার হুমায়ুন আহমেদ বলেন ও অন্যান্য প্রসঙ্গ যখন তখন তার স্বপ্নের সাধ ছিল এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন
    user_আবুল হোসেন মন্ডল
    আবুল হোসেন মন্ডল
    Electrician ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    12 hrs ago
  • 📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ! 📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য 📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী #HagramaMohilary #DipenBoro #ABSU #BPF #BodolandPolitics #AssamPolitics #UPPL #Congress #BJPAssam #NewsAssam #AssamNews #ViralNews
    1
    📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ!
📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য
📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী
#HagramaMohilary
#DipenBoro
#ABSU
#BPF
#BodolandPolitics
#AssamPolitics
#UPPL
#Congress
#BJPAssam
#NewsAssam
#AssamNews
#ViralNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    8 hrs ago
  • মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।
    3
    মেঘালয়ৰ তুৰাত আৱদ্ধ অসমৰ শ্ৰমিক। মেঘালয়ৰ তুৰাত সংঘটিত অপ্ৰীতিকৰ ঘটনাত আৱদ্ধ হৈ পৰিছে তামুলপুৰ জিলাৰ নাৰায়ণপুৰ গাঁওৰ প্ৰায় ১১ গৰাকী শ্ৰমিক। 
ভয়,শংকা আতংকৰ মাজত দিন কটাব লগা হৈছে শ্ৰমিক কেইজনৰ।নিৰাপত্তাহীনতাত ভুগি পৰিয়ালক ফোন অসহায় শ্ৰমিক সকলৰ। ঘটনাৰ শিহৰণ বৰ্ণনা শুনি অধিক চিন্তিত শ্ৰমিক পৰিয়ালৰ লোকৰ। শ্ৰমিক কেইজনৰ পৰিয়ালত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। যিকোনো প্ৰকাৰে অসমৰ শ্ৰমিক কেইজনক সুকলমে  নিজ ঘৰলৈ অনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে তামুলপুৰ আৰক্ষী প্ৰশাসনকো জনাইছে কাতৰ আহ্বান। 
নিজ সন্তান,স্বামীক সুৰক্ষিত ভাৱে ঘৰলৈ অনাৰ বাবে ইতিমধ্যে স্থানীয় প্ৰশাসনৰ সৈতেও কৰিছে যোগাযোগ। চিন্তিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। 
আৱদ্ধ হৈ পৰা শ্ৰমিক সকলৰ নাম ৰঞ্জিত তালুকদাৰ,উদয় দাস,হৰকুমাৰ দাস,আকাশ দাস,সুকুমাৰ দাস,অনিল দাস,শহাদেৱ দাস,প্ৰাণজিত দাস,মদন বিশ্বাস,অমৰ বিশ্বাস,ৰূপম বিশ্বাস।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.