Shuru
Apke Nagar Ki App…
মোহাম্মদ আল্লাহ তারাই আবার নতুন প্রজন্মের জন্য ধন্যবাদ জানাই এই রকম কোন বিভাগের প্রধান শিক্ষকের জন্য অনেক আদরের ছোট ভাই আর আমার বিশ্বাসের উপর নির্ভর করেন মোহাম্মদ হাবিব এর অবস্থান মানচিত্র মোহাম্মদ আবুল হোসেন মন্ডল আমার জন্য অনেক আদরের আমার জন্য খুব কম মানুষই যেন এক যুবকের মৃতদেহ উদ্ধার করল পুলিশ সুপার হুমায়ুন আহমেদ বলেন ও অন্যান্য প্রসঙ্গ যখন তখন তার স্বপ্নের সাধ ছিল এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন
আবুল হোসেন মন্ডল
মোহাম্মদ আল্লাহ তারাই আবার নতুন প্রজন্মের জন্য ধন্যবাদ জানাই এই রকম কোন বিভাগের প্রধান শিক্ষকের জন্য অনেক আদরের ছোট ভাই আর আমার বিশ্বাসের উপর নির্ভর করেন মোহাম্মদ হাবিব এর অবস্থান মানচিত্র মোহাম্মদ আবুল হোসেন মন্ডল আমার জন্য অনেক আদরের আমার জন্য খুব কম মানুষই যেন এক যুবকের মৃতদেহ উদ্ধার করল পুলিশ সুপার হুমায়ুন আহমেদ বলেন ও অন্যান্য প্রসঙ্গ যখন তখন তার স্বপ্নের সাধ ছিল এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন
More news from অসম and nearby areas
- Post by আবুল হোসেন মন্ডল3
- লংকাত ২নং অ'ভাৰ ব্ৰীজৰ আজি মুকলি কৰি নিজৰ মন্তব্য প্ৰকাশ কৰে এনেদৰে অসম চৰকাৰৰ মন্ত্ৰী পিজুছ হাজৰিকায় Pijush Hazarika1
- -মৰিগাঁৱত দ্বিতীয় দিনা কৃষক মেলা আৰু কৃষি সামগ্ৰী প্ৰদৰ্শনী অনুষ্ঠান* -মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত CSS_ ATMA আচনিৰ অধীনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কৃষক মেলাৰ আজি দ্বিতীয় দিন।* কৃষক মেলাত কৃষক সকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ যাতে বজাৰত উচিত মূল্য পাই তাৰ বাবে এক প্ৰশিক্ষণৰো ব্যবস্থা কৰা হয়। থলুৱা কৃষক সকলে যাতে ডিজিটেল মাৰ্কেটিং কৰিব পাৰে তাৰ বাবে এক ডিজিটেল এপৰ ব্যবস্থা কৰে কৃষি বিভাগে।* *জিলা কৃষি বিষয়া দিব্যজ্যোতি হাজৰিকা আৰু কৃষক মানস কুমাৰ নাথে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়1
- ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ। ধিং সমষ্টিত পুনৰ বিজেপিত যোগদান হেজাৰ হেজাৰ সংখ্যালঘু ৰাইজৰ। নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বিজেপিত যোগদানৰ সুত বৈছে সংখ্যালঘু ৰাইজৰ। আজি ধিং সমষ্টিৰ বিলটিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আওনিআটি খেৰজ গাঁৱত পুৰুষ মহিলা সহ হাজাৰ হাজাৰ কংগ্ৰেছ আৰু AIUDFৰ দলৰ কৰ্মীয়ে যোগদান কৰে বিজেপিত। সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপি নেতা তথা ধিং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামৰ নেতৃত্বতত সংখ্যালঘু ৰাইজে যোগদান কৰে বিজেপিত। ধিং সমষ্টিৰ সংখ্যালঘু ৰাইজে ধিং বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰাইজে। সংখ্যালঘু সম্প্ৰদায় বিজেপি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী খাদিমুল ইছলামক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে এই বাৰ ধিং সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰে সংখ্যালঘু ৰাইজে1
- ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ বান্ধি মাৰিলে তলা। ফৌজদাৰী আদালতত গোচৰ তৰিছে ভায়েক আয়ুব আলীয়ে। জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত উদমাৰি বালুকটিয়াৰ মফিজউদ্দীনৰ পুত্ৰ আয়ুব আলী তেওঁৰ তিনি সন্তান আৰু পত্নী সহ কৰ্মসূত্ৰে থাকে গুৱাহাটীত। ভায়েক বাহিৰত থকাৰ সুযোগতে আয়ুব আলীৰ ককায়েক জাহেদ আলীয়ে ভায়েকৰ ঘৰৰ চাৰিওফালে টিনৰ বেৰ দি ঘৰটো তলা লগাই অবৈধভাৱে দখল কৰি ৰাখিছে বুলি অভিযোগ কৰিছে। ঘৰৰ ওচৰলৈ গলেই কাজিয়াত লিপ্ত হয় ককায়েক জাহেদ আলী।1
- চামগুৰি সমষ্টিৰ ভোটাৰৰ মুখে মুখে চৰ্চাত আব্দুল আজিজৰ নাম। চামগুৰি সমষ্টিৰ চৌপাশে এতিয়া প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ চৰ্চা। ভোটাৰক আকৰ্ষিত কৰিছে আব্দুল আজিজে।1
- সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। চামগুৰি সমষ্টিৰ এ আই ইউডি এফৰ সাম্ভাব্য প্ৰাৰ্থী প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ নাম চৰ্চালৈ আহিছে। ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক সমীকৰণ। এইবাৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে এজন পুৰণি ৰাজনৈতিক নেতাই। তেওঁ হৈছে ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা আমছুৰ (AAMSU) অন্যতম জন্মদাতা আব্দুল আজিজ। শেহতীয়াকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ (AIUDF) দলত যোগদান কৰি চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ প্ৰস্তুতি চলোৱা আব্দুল আজিজক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা। অসমৰ সংখ্যালঘু ৰাজনীতিত এক পৰিচিত নাম আব্দুল আজিজ। আমছুৰ অন্যতম জন্মদাতা হিচাপে নিজৰ পৰিচয় গঢ়ি তোলা আব্দুল আজিজে এসময়ত অসম গণ পৰিষদৰ (AGP) টিকটত ৰূপহীহাট সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ গৈছিল। এতিয়া ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁ আনুষ্ঠানিকভাৱে এ আই ইউ ডি এফ দলত যোগদান কৰি পুনৰ সক্ৰিয় ৰাজনীতিত খোজ পেলাইছে। ২০২৬ চনৰ নিৰ্বাচনত তেওঁৰ মূল লক্ষ্য হৈছে চামগুৰি সমষ্টি। একালৰ শক্তিশালী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত এইবাৰ ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ সম্ভাৱনা আছে। যাৰ ফলত চামগুৰিত কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত এক আকৰ্ষণীয় ত্ৰিকোণীয় প্ৰতিদ্বন্দ্বিতা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।1
- মোহাম্মদ আবুল হোসেন মন্ডল আমার জন্য অনেক আদরের আমার জন্য খুব কম মানুষই যেন এক যুবকের মৃতদেহ উদ্ধার করল পুলিশ সুপার হুমায়ুন আহমেদ বলেন ও অন্যান্য প্রসঙ্গ যখন তখন তার স্বপ্নের সাধ ছিল এই ধরনের ঘটনার তদন্ত রিপোর্ট প্রকাশ করেছেন2