logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

10 hrs ago
user_আবুল হোসেন মন্ডল
আবুল হোসেন মন্ডল
Electrician ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
10 hrs ago

More news from Nagaon and nearby areas
  • জুৰীয়াৰ অসম আৰক্ষীৰ শ্বহীদ গোলাম হুছেইনৰ স্মৃতিত দগাৱত নিৰ্মাণ কৰা হ'ল এখনি তোৰণ। ২০০৯ চনত ডিমা হাছাও জিলা উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল আৰক্ষী জোৱান জনৰ। জুৰীয়াৰ গদাইমাৰী গাৱৰ এইগৰাকী গোলাম হুছেইনৰ স্মৃতিত নিৰ্মিত তোৰণ মুকলি কৰিলে বিধায়ক নুৰুল হুদাই
    1
    জুৰীয়াৰ অসম আৰক্ষীৰ শ্বহীদ গোলাম হুছেইনৰ স্মৃতিত দগাৱত নিৰ্মাণ কৰা হ'ল এখনি তোৰণ। ২০০৯ চনত ডিমা হাছাও জিলা উগ্ৰপন্থীৰ গুলীত মৃত্যু হৈছিল আৰক্ষী জোৱান জনৰ। জুৰীয়াৰ গদাইমাৰী গাৱৰ এইগৰাকী গোলাম হুছেইনৰ স্মৃতিত নিৰ্মিত তোৰণ মুকলি কৰিলে বিধায়ক নুৰুল হুদাই
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    14 hrs ago
  • 📌অনুপ্ৰৱেশকাৰীৰ লগত কংগ্ৰেছ! অসমৰ সভাত মোদীৰ তীব্ৰ আক্ৰমণ” 📌‘কংগ্ৰেছে ভূমিপুত্ৰক পট্টা নিদিলে’ — অসমত মোদীৰ ডাঙৰ অভিযোগ” 📌“অসমত মোদীৰ তীব্ৰ ৰাজনৈতিক আঘাত! কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ সহায়ক বুলি কটাক্ষ” #NarendraModi #PMModi #AssamWithModi #AssamPolitics #AssamNews #BreakingNews #ViralNews #PoliticalNews #NewsAssam #BJP
    1
    📌অনুপ্ৰৱেশকাৰীৰ লগত কংগ্ৰেছ! অসমৰ সভাত মোদীৰ তীব্ৰ আক্ৰমণ”
📌‘কংগ্ৰেছে ভূমিপুত্ৰক পট্টা নিদিলে’ — অসমত মোদীৰ ডাঙৰ অভিযোগ”
📌“অসমত মোদীৰ তীব্ৰ ৰাজনৈতিক আঘাত! কংগ্ৰেছক অনুপ্ৰৱেশকাৰীৰ সহায়ক বুলি কটাক্ষ”
#NarendraModi #PMModi #AssamWithModi #AssamPolitics #AssamNews #BreakingNews #ViralNews #PoliticalNews #NewsAssam #BJP
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    1 hr ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষে চকী এলেকাৰ ধলগুৰি প্ৰাথমিক বিদ্যালয়ত নিশা সংঘটিত হ’ল চুৰিকাণ্ড ৷ আজি পুৱা বিদ্যালয় খোলাৰ পিছতে উক্ত চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ামতে চুৰৰ দলে মুল গেটৰ লগতে কেইবাখনো কোঠাৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি উক্ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰে ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত শিঙৰী আৰক্ষে চকী এলেকাৰ ধলগুৰি প্ৰাথমিক বিদ্যালয়ত নিশা সংঘটিত হ’ল চুৰিকাণ্ড ৷ আজি পুৱা বিদ্যালয় খোলাৰ পিছতে উক্ত চুৰিকাণ্ডৰ ঘটনা পোহৰলৈ আহে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ামতে চুৰৰ দলে মুল গেটৰ লগতে কেইবাখনো কোঠাৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি উক্ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত কৰে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    8 hrs ago
  • সোনাইয়ে মূখ্যমন্ত্রী মহিলা উদ্যমিতা যোজনার চেক বিতরণ করলেন মন্ত্রী কৌশিক রায়
    1
    সোনাইয়ে মূখ্যমন্ত্রী মহিলা উদ্যমিতা যোজনার চেক বিতরণ করলেন মন্ত্রী কৌশিক রায়
    user_BAHAR UDDIN LASKAR
    BAHAR UDDIN LASKAR
    শিলচৰ, কাছাৰ, অসম•
    12 hrs ago
  • Post by Binoy Routh
    1
    Post by Binoy Routh
    user_Binoy Routh
    Binoy Routh
    শিলচৰ, কাছাৰ, অসম•
    22 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    5 hrs ago
  • আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী কৈ ড্ৰাগছ আসক্তই চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
    1
    আজি দিনৰ ভাগত জুৰীয়াৰ আলিটাঙনী স্থিত বেষ্ট' নিচামুক্তি কেন্দ্ৰত হঠাতে উপস্থিত হয় নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰী কাৰ্যালয়ৰ বিষয়া, জিলা স্বাস্থ্য বিভাগৰ বিষয়া, জিলা সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু আৰক্ষী বিভাগৰ বিষয়াসকলেৰে গঠিত জিলা ড্ৰাগছ  পুনৰসংস্থাপন সমিতিৰ এটি বৃহৎ দল। দলটিয়ে নিচা মুক্তি কেন্দ্ৰটিত প্ৰৱেশ কৰি আভ্যন্তৰিণ সকলো দিশ পুংখানুপুংখভাৱে পৰ্যালোচনা কৰাৰ লগতে নথিপত্ৰৰ প্ৰতিলিপি সংগ্ৰহ কৰি নিয়ে। উল্লেখযোগ্য যে, আশ্ৰাফুল আলম মালিকানাধীন এই নিচা মুক্তি কেন্দ্ৰত প্ৰায় পঞ্চাশ গৰাকী 
কৈ ড্ৰাগছ আসক্তই
চিকিৎসা গ্ৰহণ কৰি আছে আৰু ইতিমধ্যে তিনিশৰো অধিক ৰোগী সুস্থ হৈ সাধাৰণ জীৱন যাপন কৰিবলৈ সক্ষম হৈছে বুলি জনায় নিচা মুক্তি কেন্দ্ৰৰ পৰিচালক গৰাকীয়ে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    23 hrs ago
  • 📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ! 📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য 📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী #HagramaMohilary #DipenBoro #ABSU #BPF #BodolandPolitics #AssamPolitics #UPPL #Congress #BJPAssam #NewsAssam #AssamNews #ViralNews
    1
    📌দ্বীপেন বড়োয়ে BPFৰ একো ক্ষতি কৰিব নোৱাৰে” — হাগ্ৰামা মহিলাৰীৰ সোজা চেলেঞ্জ!
📌ABSUৰ সভাপতি দ্বীপেন বড়োক লৈ হাগ্ৰামা মহিলাৰীৰ তীব্ৰ মন্তব্য
📌কংগ্ৰেছ, বিজেপি বা UPPLলৈ যাওক… BPFক একো নহয়!” — হাগ্ৰামা মহিলাৰী
#HagramaMohilary
#DipenBoro
#ABSU
#BPF
#BodolandPolitics
#AssamPolitics
#UPPL
#Congress
#BJPAssam
#NewsAssam
#AssamNews
#ViralNews
    user_H News National
    H News National
    Guwahati, Kamrup Metro•
    7 hrs ago
  • সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
    1
    সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ এইবেলি অসম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াব ঝাৰখণ্ড মুক্তি মৰ্চাই ৷ সেয়েহে অসম বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত ঝাৰখণ্ডৰ এগৰাকী বিধায়কৰ মন্তব্য
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    15 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.