logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লখিমপুৰ ৰাজীৱ ভৱনত কংগ্ৰেছকৰ্মীৰ প্ৰতিবাদ।লখিমপুৰ জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আজি একাংশ কংগ্ৰেছীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

2 hrs ago
user_Palash Gogoi Press
Palash Gogoi Press
Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
2 hrs ago

লখিমপুৰ ৰাজীৱ ভৱনত কংগ্ৰেছকৰ্মীৰ প্ৰতিবাদ।লখিমপুৰ জিলা কংগ্ৰেছ কাৰ্য্যালয়ত আজি একাংশ কংগ্ৰেছীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

More news from অসম and nearby areas
  • হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    1
    হাতে হাতে কংগ্ৰেছী পতাকা লৈ ন-কংগ্ৰেছী জয়ন্ত খাউণ্ডৰ প্ৰাৰ্থীত্ব বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    2 hrs ago
  • মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে। মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।
    1
    মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।
মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ৰাহুল ছেত্ৰীক ঢোলে দগৰে ঘৰলৈ আদৰি আনিলে ৰাইজে।
    user_Majuli Update
    Majuli Update
    Local News Reporter মাজুলী, মাজুলী, অসম•
    6 hrs ago
  • true lines
    1
    true lines
    user_Sri Gaurab Jyoti Saikia
    Sri Gaurab Jyoti Saikia
    গোলাঘাট, গোলাঘাট, অসম•
    1 hr ago
  • ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক নিয়মীয়া কৈ শ্ৰমিকৰ মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    3
    ভাৰত চৰকাৰৰ অন্যতম প্ৰতিষ্ঠান ’ইউল’ কোম্পানীৰ বৃহৎ চাহ বাগিচা গোলাঘাট জিলাৰ মৰঙি ৰাজহচক্ৰৰ অধীনৰ  মুৰফুলনী চাহবাগিছাত অসম চাহ মজদুৰ সংঘ মুৰফুলনী শাখাৰ উদ্যোগত  শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দীৰ্ঘদিন ধৰি বাগিচাখনৰ শ্ৰমিক সকলক  নিয়মীয়া কৈ  শ্ৰমিকৰ  মজুৰি, ৰেচন, বকেয়া আদি প্ৰাপ্য আদায়ৰ দাবীত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাহবাগিছাখনৰ সকলো শ্ৰমিকে বাগিচাৰ কাম বন্ধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ। যাৰ ফলত পুৱাৰে পৰা বাগিচাখনৰ সকলো কাম - কাজ অচল হৈ পৰে৷ অতি শীঘ্ৰেই শ্ৰমিক সকলৰ প্ৰাপ্য প্ৰদান নকৰিলে ধাৰাবাহিকভাৱে ভয়াবহ আন্দোলনৰ কাৰ্যসুচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে বাগিচা কৰ্তৃপক্ষক।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    4 hrs ago
  • Post by Migom tayung
    1
    Post by Migom tayung
    user_Migom tayung
    Migom tayung
    Gogamukh, Dhemaji•
    3 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    সাংবাদিক বিশ্বনাথ, বিশ্বনাথ, অসম•
    6 hrs ago
  • আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো
    1
    আমাৰ ৰাস্তা বহুত বেয় অনুগ্ৰহ কৰি বনাই দিয়ে যেন তাৰে কামনা কৰি ভিডিঅ ক্লিপটো share কৰিছো
    user_Aja taid
    Aja taid
    ধেমাজি, ধেমাজি, অসম•
    7 hrs ago
  • এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।​এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
    3
    এই দৃশ্য "ৰংবঙৰ" সামূহিক ভৱনৰ। গোলাঘাট বন সংমণ্ডলৰ উদ্যোগত আৰু গোলাঘাট বনাঞ্চলিক কাৰ্যালয়ৰ সহযোগত আজি এক বিশেষ সজাগতা সভা অনুষ্ঠিত হয়। এই সভাৰ মূল বিষয় আছিল ‘মানুহ- বন্যপ্ৰাণীৰ সংঘাত’। মৰঙি মৌজাৰ ভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পোৱা বন্যহস্তী আৰু অন্যান্য বন্যপ্ৰাণীৰ উপদ্ৰৱ কেনেকৈ ৰোধ কৰিব পাৰি আৰু বন বিভাগৰ সৈতে সমন্বয় ৰাখি কেনেকৈ সুৰক্ষিত হৈ থাকিব পাৰি, সেই সন্দৰ্ভত স্থানীয় ৰাইজক সজাগ কৰা হয়।​এই সভাত বন বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াৰ লগতে স্থানীয় গণ্য-মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.