Shuru
Apke Nagar Ki App…
যোৱা সোমবাৰে হোজাই চহৰত গাড়ীৰ বেছি ভিৰ থকাৰ বাবে এটা এম্বুলেন্স বহু সময় ধৰি গাড়ীৰ জামৰ মাজত ফেঁসি আছিল। 🚑🛣️
HOJAI JUGIJAN NEWS
যোৱা সোমবাৰে হোজাই চহৰত গাড়ীৰ বেছি ভিৰ থকাৰ বাবে এটা এম্বুলেন্স বহু সময় ধৰি গাড়ীৰ জামৰ মাজত ফেঁসি আছিল। 🚑🛣️
More news from Assam and nearby areas
- Post by HOJAI JUGIJAN NEWS1
- mikir para Assam indane oil jamuna valley indane gramin vitrak people crowd1
- জুড়িয়া কলোনি জালা কংগ্রেসের মিটিং1
- চামগুৰিত বলিছে নিৰ্বাচনী গৰম বতাহ। আব্দুল আজিজৰ নিৰ্বাচনী প্ৰচাৰ তুংগত সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় উদ্বোধন1
- ইয়াৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ উপসভাপতি আজিজুৰ ৰহমান(বিল্লা), লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক আতাউৰ ৰহমানৰ, মৰিগাঁও জিলা কংগ্ৰেছৰ সেৱা দলৰ সাধাৰণ সম্পাদক ইক্ৰামুল হুছেইনৰ কংগ্ৰেছ দলৰ সকলো বিষয়বাৱৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে ডাঃ ফৰিদুল হুছেইনৰ শ শ সমৰ্থকে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। লাহৰীঘাটৰ পৰা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি কংগ্ৰেছৰ পৰা পদত্যাগ কৰে। পদত্যাগ কৰাৰ পিছত কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছ প্ৰাৰ্থী ডাঃ আছিফ মহম্মদ নাজাৰ আৰু গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিয়ে পৰিবেশ উত্তাল কৰি তোলে ।আনহাতে দলত্যাগ কৰা কংগ্ৰেছ কৰ্মী সকলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ছিদ্দিক আহমেদক সমৰ্থন কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে3
- ধিংত AIUDF ৰ শক্তিশালী ৰণশিঙা — ওৱাইছীৰ উপস্থিতিত উন্মাদনা1
- বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই প্ৰায় এক হাজাৰ লোকৰ উপস্থিতিত কলিয়াবৰ সমষ্টিত নতুন কৈ অন্তৰ্ভুক্ত হোৱা গাঁৱত হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেশৱ মহন্তক তীব্ৰ সমালোচনা কৰে কলিয়াবৰত এইবাৰ কেশৱ মহন্তৰ দূৰ্গ এচপৰা এচপৰা কলিয়াবৰৰ ৰাইজে খহাব বুলি মন্তব্য ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰতিপ কুমাৰ বৰুৱাৰ1
- দিপালী কলিতা,ডিফলু বেলুগুৰি গাওঁ পঞ্চায়তৰ সভানেত্ৰী শ্বমীমা ইয়াচমিন লগতে প্ৰায় তিনি শতাধিক BJP ৰ তৃণমূল কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছ দলত। দেওবাৰে অনুষ্ঠিত হোৱা সভাত প্ৰাই দুই হাজাৰ ৰাইজ উপস্থিত থাকে। বিগত 2020 চনত তৃণমূল পৰ্যায়ৰ এইজন প্ৰভাৱ শালী ও নিষ্ঠাবান কৰ্মী আজিজুল ইছলাম খানে বহু গৰাকী নিষ্ঠাবান কৰ্মীক লগত লৈ যোগ দিছিল BJP দলত। BJP দলত কাৰ্যাকৰতাৰ সন্মান নাই । BJPদলত শ্ৰেণী হিচাপত সন্মান দিযা হয় বুলি অভিযোগ তুলি আজি বহু ৰাইজৰ উপস্থিতি আজিজুল ইছলাম খানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। যোগদান কাৰ্যসূচীখন হাজী জাফৰ আলীৰ সভাপতিত্বত সভাত উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন,চামগুৰি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তাঞ্জিল হুছেইন, NSUI National সভাপতি আৰু ৰাজ্যিক NSUI সভাপতি উপস্থিত থাকে।3