Shuru
Apke Nagar Ki App…
ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলিত আয়োজন কৰা বিহুনাছ,ঢোলবাদন আৰু জেংবিহুৰ কৰ্মশালা সামৰণী সদৌ অসম ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলিত আয়োজন কৰা বিহুনাছ,ঢোলবাদন আৰু জেংবিহুৰ কৰ্মশালা সামৰণী পৰিল।
Assam sangbad 24
ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলিত আয়োজন কৰা বিহুনাছ,ঢোলবাদন আৰু জেংবিহুৰ কৰ্মশালা সামৰণী সদৌ অসম ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ঢেকীয়াজুলিত আয়োজন কৰা বিহুনাছ,ঢোলবাদন আৰু জেংবিহুৰ কৰ্মশালা সামৰণী পৰিল।
More news from Sonitpur and nearby areas
- ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ1
- Post by Mustafa SalimAhmed1
- ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ।1
- উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৮৭% নম্বৰ লাভ কৰি কাতি মাৰি পথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেহফিল কবিৰ আজাদে। নগাঁৱৰ FGIৰ পৰা তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীৰ সফলতাৰ আঁৰত কি লুকাই আছে তাৰ বাবে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন1
- মহিলা সকলৰ বাবে ভাল খবৰ l আপুনি চিন্তা কৰিব নালাগে ময়োশ্ৰী ছাত্ৰী নিবাস আজিয়েই যোগাযোগ কৰিব পাৰে আপুনি যদি কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেনে হলে আপুনি থাকিব লৈ ছাত্ৰী নিবাস বিচাৰি আছে নেকি ? তেতিয়া হলে চিন্তা নাই উন্নতৰ মানৰ ছাত্ৰী নিবাস আছে আজিয়েই যোগাযোগ কৰিব পাৰে। মৰিগাঁও চহৰ পৰা মাত্ৰ ১০০মিটাৰ দূৰত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাস (P G) ছোৱালী আৰু কাম কৰা মহিলাৰ বাবে আজিয়েই যোগাযোগ কৰিব পাৰে মৰিগাঁও গছবাৰি গাওঁত অৱস্থিত এই ময়োশ্ৰী ছাত্ৰী নিবাসটো লৈ আপোনালোক স্বাগতম জনাইছো যোগাযোগৰ বাবে 7086630140/93659567511
- Post by Mahesh kumar das1
- Post by অঞ্জন শইকীয়া4
- শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷1