logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

চতিয়াৰ যুৱক বহিৰাজ্যত সন্ধানহীন* #পৰিয়ালৰ মাজত হাহাঁকাৰ চতিয়াৰ আৰক্ষী থানাৰ কৰৈয়নীৰ ওভোটা বিল গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ 26 বছৰীয়া সঞ্জীত চাহানী নামৰ যুৱক জন যোৱা কেইদিনমান ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে এপ্ৰিল মাহৰ 27 তাৰিখে সঞ্জীতে গাৱঁৰে কেবাজন ব্যক্তিৰ লগত চেন্নাইলৈ কাম কৰিবলৈ যোৱাত আধা বাটতে হঠাত সঞ্জীত অসুস্থ হৈ পৰাত 29 তাৰিখে কলিকতাৰ পৰা আকৌ ঘৰ অভিমূখে লগৰ দুজনৰ লগত আহি থকা অৱস্থাত পশ্চিম বংগৰ আলিপুৰ দুৱাৰ ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈছে বুলি পৰিয়ালৰ লোকক অৱগত কৰে সঞ্জীতৰ লগত থকা ছুৰুজ নামৰ ব্যক্তি জনে৷ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্নস্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ কোনো সম্ভেদ লাভ কৰা নাই৷ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চতিয়া আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে ব্যক্তি গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই । কোনো সদাশয় লোকে ব্যক্তি জনৰ কোনো সম্ভেদ পালে 6003890451 আৰু9365550928 ফোন নম্বৰৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

3 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
3 hrs ago

চতিয়াৰ যুৱক বহিৰাজ্যত সন্ধানহীন* #পৰিয়ালৰ মাজত হাহাঁকাৰ চতিয়াৰ আৰক্ষী থানাৰ কৰৈয়নীৰ ওভোটা বিল গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ 26 বছৰীয়া সঞ্জীত চাহানী নামৰ যুৱক জন যোৱা কেইদিনমান ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে

এপ্ৰিল মাহৰ 27 তাৰিখে সঞ্জীতে গাৱঁৰে কেবাজন ব্যক্তিৰ লগত চেন্নাইলৈ কাম কৰিবলৈ যোৱাত আধা বাটতে হঠাত সঞ্জীত অসুস্থ হৈ পৰাত 29 তাৰিখে কলিকতাৰ পৰা আকৌ ঘৰ অভিমূখে লগৰ দুজনৰ লগত আহি থকা অৱস্থাত পশ্চিম বংগৰ আলিপুৰ দুৱাৰ

ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হৈছে বুলি পৰিয়ালৰ লোকক অৱগত কৰে সঞ্জীতৰ লগত থকা ছুৰুজ নামৰ ব্যক্তি জনে৷ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্নস্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱক জনৰ কোনো সম্ভেদ লাভ কৰা নাই৷ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চতিয়া আৰক্ষী থানাত

নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে ব্যক্তি গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই । কোনো সদাশয় লোকে ব্যক্তি জনৰ কোনো সম্ভেদ পালে 6003890451 আৰু9365550928 ফোন নম্বৰৰ জৰিয়তে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

More news from অসম and nearby areas
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    3 hrs ago
  • Post by KHABAR 24 BISWANATH
    1
    Post by KHABAR 24 BISWANATH
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    16 hrs ago
  • তেজপুৰ ৰূপাজুলি চাহ বাগিচাত কিয় চাহ গছৰ পুলিক অসমীয়া গামোচাৰে সন্মান প্ৰদান কৰে। চাওঁ আহক।
    1
    তেজপুৰ ৰূপাজুলি চাহ বাগিচাত কিয় চাহ গছৰ পুলিক অসমীয়া গামোচাৰে সন্মান প্ৰদান কৰে। চাওঁ আহক।
    user_Asom khobor(অসম খবৰ)
    Asom khobor(অসম খবৰ)
    Local News Reporter বিশ্বনাথ, বিশ্বনাথ, অসম•
    20 hrs ago
  • ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি। কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ।
    1
    ৰূপহীহাটৰ কদমগুৰিত নিশা উত্তপ্ত পৰিস্থিতি।
কদমগুৰিৰ জামালুদ্দিন নামৰ ব্যক্তি জনৰ বাসগৃহত ১০ জনীয়া এটা দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি চলালে আক্ৰমণ।
    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    2 hrs ago
  • ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ
    1
    ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    4 hrs ago
  • উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৮৭% নম্বৰ লাভ কৰি কাতি মাৰি পথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেহফিল কবিৰ আজাদে। নগাঁৱৰ FGIৰ পৰা তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীৰ সফলতাৰ আঁৰত কি লুকাই আছে তাৰ বাবে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন
    1
    উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৮৭% নম্বৰ লাভ কৰি কাতি মাৰি পথাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মেহফিল কবিৰ আজাদে। নগাঁৱৰ FGIৰ পৰা তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ছাত্ৰ গৰাকীৰ সফলতাৰ আঁৰত কি লুকাই আছে তাৰ বাবে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    6 hrs ago
  • ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা। আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।
    1
    ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও জিলা আয়ুক্তৰ মে' দিৱস উদযাপন, কৃষক-শ্ৰমিকক সম্বৰ্দ্ধনা।
আন্তৰাষ্ট্ৰীয় মে' দিৱসৰ দিনটো আজি নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই অতি ব্যতিক্ৰমীভাবে উদযাপন কৰে। তেওঁ দিনটো কৃষক-শ্ৰমিকসকলৰ মাজত অতিবাহিত কৰাৰ লগতে তেওঁলোকক ফুলাম গামোচাৰে শুভেচ্ছাও জ্ঞাপন কৰে। আজি পুৱা শ্ৰম বিভাগৰ জৰিয়তে কেবাটাও শ্ৰমিক সংগঠনৰ সদস্যক জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষলৈ মতাই আনি তেওঁলোকৰ সৈতে মে' দিৱসৰ তাৎপৰ্য সম্পৰ্কে আলোচনা কৰে। আয়ুক্ত গৰাকীয়ে দেশৰ উন্নয়নত শ্ৰমিক সকলৰ অপৰিহাৰ্য বৰঙণিৰ কথাও উল্লেখ কৰি সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাব লাগিব বুলি মন্তব্য কৰে। তেওঁ এই প্ৰসঙ্গত সকলোৰে সৈতে ড: ভূপেন হাজৰিকাৰ "মানুহে মানুহৰ বাবে" গীতটি গাই অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত উপস্থিত থকা শ্ৰমিকসকলক তেওঁ ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু মে' দিৱসৰ ওলগ জনায়। ইয়াৰ পিছতে তেওঁ শেনচোৱাৰ শ্যামলী কৃষি পামৰ পথাৰলৈ গৈ অঞ্চলটোৰ কেবাজনো প্ৰগতিশীল কৃষককো ফুলাম গামোচাৰে ওলগ জনায়। ইয়াতো জিলা আয়ুক্ত গৰাকীয়ে শ্ৰমিক দিৱসৰ ইতিহাস আৰু তাৎপৰ্য ব্যাখ্যা কৰি দেশৰ প্ৰগতিৰ কৃষকসকলৰ ভূমিকাৰ আন্তৰিক শলাগ লয়। এই অনুষ্ঠানত জিলা কৃষি বিষয়া নিখিল নাৰায়ন বৰুৱাও উপস্থিত থাকে।
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    20 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত বেলশিৰি চাহ বাগিছাত আজি উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ উল্লেখ্য যে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এই বৰ্ষতো বেলশিৰি চাহ বাগিছাত উদ্‌যাপন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ আজিৰ উক্ত শ্ৰমিক দিৱসৰ অনুষ্ঠানত উপস্থিত থাকে শ্ৰমিক নেতা জছপাল টপ্ন ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.