logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান 🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে। আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়। অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে। লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। চুমী দত্তৰ ৰিপ’ৰ্ট Focus Axom 24 — Truth, Time, and Trust . . . . #everyonefollowers #FocusAxom24 #nonfollowers #follower #highlightseveryone

1 hr ago
user_ভাস্কৰ জ্যোতি দত্ত
ভাস্কৰ জ্যোতি দত্ত
Local News Reporter বোকাখাত, গোলাঘাট, অসম•

More news from অসম and nearby areas
  • লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান 🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে। আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়। অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে। লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। চুমী দত্তৰ ৰিপ’ৰ্ট Focus Axom 24 — Truth, Time, and Trust . . . . #everyonefollowers #FocusAxom24 #nonfollowers #follower #highlightseveryone
    1
    লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান
🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান
লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে।
আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়।
অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে।
লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
চুমী দত্তৰ ৰিপ’ৰ্ট
Focus Axom 24 — Truth, Time, and Trust
.
.
.
.
#everyonefollowers #FocusAxom24 
#nonfollowers #follower #highlightseveryone
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    1 hr ago
  • 📌আজি পৱিত্ৰ হৰতালিকা তীজ। 📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।
    1
    📌আজি পৱিত্ৰ হৰতালিকা তীজ।

📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    12 hrs ago
  • Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    1
    Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    1 hr ago
  • বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    4
    বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম
বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    23 hrs ago
  • পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। 

মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। 

স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে।

স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে।

অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।

    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    10 hrs ago

    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান
    1
    বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান
বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    23 hrs ago
  • মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🔴 মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🛑 মাতৃ-কন্যাৰ হৃদয়স্পৰ্শী কণ্ঠৰ এক সুমধুৰ গীতে ইতিমধ্যে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সমাদৰ। মধুস্মিতা মেধি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃৰ সৈতে পৰিৱেশন কৰা এই গীতটোৱে শ্ৰোতাৰ মন জয় কৰাৰ লগতে নেটিজেনৰ মাজতো সৃষ্টি কৰিছে বিশেষ চৰ্চা। 🛑 জানিব পৰা মতে, মধুস্মিতা মেধি আৰু তেওঁৰ মাতৃৰ ঘৰ পাঠশালাৰ পাটাছাকুছিত। মাতৃ-কন্যাৰ এই সুন্দৰ যুগলবন্দী আৰু সাংস্কৃতিক প্ৰচেষ্টাক এক ইতিবাচক নিদৰ্শন হিচাপে লৈ বহু লোকে দুয়োগৰাকীকে আন্তৰিকভাৱে প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। 🛑 সংগীতৰ জৰিয়তে মাতৃ-কন্যাৰ এনে সুন্দৰ সম্পৰ্ক আৰু সাংস্কৃতিক প্ৰতিভাৰ প্ৰকাশে অসমীয়া সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজতো সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে। মাতৃ-কন্যাৰ এই সুমধুৰ প্ৰয়াসলৈ Focus Axom 24-ৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। Focus Axom 24 — Truth, Time, and Trust News Desk Report . . . . #everyone #FocusAxom24 #nonfollowers #follower #highlightseveryone
    1
    মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম

🔴 মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম
🛑 মাতৃ-কন্যাৰ হৃদয়স্পৰ্শী কণ্ঠৰ এক সুমধুৰ গীতে ইতিমধ্যে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সমাদৰ। মধুস্মিতা মেধি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃৰ সৈতে পৰিৱেশন কৰা এই গীতটোৱে শ্ৰোতাৰ মন জয় কৰাৰ লগতে নেটিজেনৰ মাজতো সৃষ্টি কৰিছে বিশেষ চৰ্চা।
🛑 জানিব পৰা মতে, মধুস্মিতা মেধি আৰু তেওঁৰ মাতৃৰ ঘৰ পাঠশালাৰ পাটাছাকুছিত। মাতৃ-কন্যাৰ এই সুন্দৰ যুগলবন্দী আৰু সাংস্কৃতিক প্ৰচেষ্টাক এক ইতিবাচক নিদৰ্শন হিচাপে লৈ বহু লোকে দুয়োগৰাকীকে আন্তৰিকভাৱে প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে।
🛑 সংগীতৰ জৰিয়তে মাতৃ-কন্যাৰ এনে সুন্দৰ সম্পৰ্ক আৰু সাংস্কৃতিক প্ৰতিভাৰ প্ৰকাশে অসমীয়া সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজতো সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।
মাতৃ-কন্যাৰ এই সুমধুৰ প্ৰয়াসলৈ Focus Axom 24-ৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
Focus Axom 24 — Truth, Time, and Trust
News Desk Report
.
.
.
.
#everyone #FocusAxom24 
#nonfollowers #follower #highlightseveryone
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.