Shuru
Apke Nagar Ki App…
কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে স্বাহানাজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছানিদুল ইছলামে । কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে স্বাহানাজ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ ছানিদুল ইছলামে ।
ND Axom

More news from অসম and nearby areas
- H.S.ৰ ফলাফল বেয়া হোৱাৰ বাবেই যুৱতীৰ ভ*য়ংকৰ কা*ণ্ড। যোগীঘোপা-পঞ্চৰত্ন দলঙৰ পৰা মহাবাহুত জপিয়াই চৰম পন্থাৰ চেষ্টা যুৱতীৰ।1
- Post by Hii1
- Post by RINGKU Talukdar1
- Post by Mithun Rabha1
- 🔹সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত সন্তোষ প্ৰকাশ সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষ। 🔹৯৪ শতাংশ উত্তীৰ্ণৰ সংখ্যাৰে উজলিল চৰকাৰী বিদ্যালয়খন। ইয়াৰে প্ৰথম ৮ গৰাকী দ্বিতীয় ৯৪ আৰু তৃতীয় বিভাগত ৪৪ গৰাকী উৰ্ত্তীণ। 🔹ইয়াৰে এৰাবিকত ৩ বুৰঞ্জীত ২ ভূগোলত ১ আৰু ৰিটেইলত এজনে লেটাৰ নম্বৰ পাবলৈ সক্ষম হয়।1
- ৰাজ্যৰ ভিতৰতেই কলা শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম বাক্সা1
- উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক। ৯১.৮ শতাংশ নম্বৰ লাভ কৰি আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক লৈ ডিষ্টিংচন সহ উত্তীৰ্ণ হয় মেধাৱী ছাত্ৰী গৰাকী। সফলতা লাভত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে বুলি স্বীকাৰ কৰে মেধাৱী ছাত্ৰী বৰষাই।1
- চিকিৎসক হোৱাৰ সপোন বৰপেটাৰ নলীগাওঁৰ ছালমা আখতাৰাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮৬.২ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ছালমা আখতাৰা।1