Shuru
Apke Nagar Ki App…
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা অসম গন পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী মুজিবুৰ ৰহমানে সমগ্ৰ অসমবাসী লৈ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা অসম গন পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী মুজিবুৰ ৰহমানে সমগ্ৰ অসমবাসী লৈ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন
Time Talks 24
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা অসম গন পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী মুজিবুৰ ৰহমানে সমগ্ৰ অসমবাসী লৈ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা অসম গন পৰিষদ দলৰ জ্যেষ্ঠ কৰ্মী মুজিবুৰ ৰহমানে সমগ্ৰ অসমবাসী লৈ ঈদুল ফিতৰৰ শুভেচ্ছা জ্ঞাপন
More news from Nagaon and nearby areas
- নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আছিল বিশিষ্ট চিকিৎসক ডাঃ দূৰ্লভ চমুৱা। নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব লাভ কৰি ডাঃ দুৰ্লভ চমুৱাই তেওঁৰ ভৱিষ্যত আচঁনিৰ সম্পৰ্কত এইদৰে কয়।1
- চামগুৰিত বিজেপিৰ প্ৰাৰ্থী অনিল শইকীয়াই মুখ্যমন্ত্রী ড'হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। অনিল শইকীয়াৰ বাসগৃহত আজি দলীয় কৰ্মীৰ আতচবাজী ফুটাই আনন্দ উল্লাস পালন কৰে। চামগুৰি সমষ্টিৰ প্ৰতিটো ঘৰেই অনিল শইকীয়াৰ পৰিয়াল গতিকে ঘৰৰ লৰাক জিকোৱাৰ ক্ষেত্রত সকলোৱে আগ-ভাগ সব বুলি মন্তব্য কৰে। চামগুৰিত এইবাৰ ৰজাঘৰীয়া লৰা আৰু সাধাৰণ ঘৰৰ লৰাৰ মাজত যুঁজ হব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অনিল শইকীয়াই।1
- Post by HOJAI JUGIJAN NEWS1
- Post by Mahesh kumar das1
- বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল ৰঙিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ভবেশ কলিতাৰ ৰঙিয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ভবেশ কলিতাই আজি আনুষ্ঠানিকভাৱে দাখিল কৰে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে হাজাৰ হাজাৰ সমৰ্থকৰ উপস্থিতিত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰে ৰঙিয়াত। তৃতীয়বাৰৰ বাবে দলীয় টিকট লাভ কৰি আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ বাবে ৰাওনা হয় ভবেশ কলিতাই। পুৱাই ৰঙিয়া নগৰৰ শিৱ মন্দিৰত সমবেত হয় দলীয় কৰ্মী আৰু সমৰ্থক।শিৱ মন্দিৰত আশীষ গ্ৰহণ কৰাৰ পিছতে সোনেশ্বৰত উপস্থিত হৈ দলীয় নেতা কৰ্মীক সাক্ষাৎ কৰে ভবেশ কলিতাই।সোনেশ্বৰৰ পৰা আমিনগাঁওলৈ বিশাল সমদলৰে ৰাওনা হয় ভবেশ কলিতাই।যত দেখা গল উৎসাহী সমৰ্থকৰ লানি নিছিগা ভিৰ। মনোনয়ন দাখিলৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়াই বিধায়ক ভবেশ কলিতাই। তেওঁ কয় যে বিগত নিৰ্বাচনৰ বিপৰীতে এইবাৰ ৫০ হাজাৰ ভোটৰ ব্যৱধানত বিজয়ী সাব্যস্ত কৰিবলৈ সক্ষম হব ।1
- দলীয় প্ৰাৰ্থী লাভৰ পিছতেই আজি ধুবুৰীত উপস্থিত হ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী বেবী বেগম।1
- মোৰ দেউতা দুবাৰকৈ ৰূপহী হাটৰ বিধায়ক আছিল। তৃতীয় বাৰৰ বাবে মনোনয়ন দাখিল কৰিবলৈ আহিছে। এইবাৰো বিপুল ভোটত জয়ী হ'ব ৰূপহীহাট সমষ্টিৰ পৰা। এই মন্তব্য ৰূপহী হাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ1
- Post by Mahesh kumar das1
- #PradyutBordoloi #AssamPolitics #ViralNews #AssamNews #BreakingNews #DimpluRanjanSharma #PoliticalUpdate #HNews #NewsAssam1