logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।

2 hrs ago
user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
2 hrs ago

*ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ

কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ

কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু

স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।

More news from অসম and nearby areas
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্‌যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷
    1
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে অসমবাসীক ১৭ ছেপ্তেম্বৰত এগছি আশীৰ্বাদৰ বন্তি জ্বলাবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ
দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ হকে ২৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে অহা ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা কাৰ্যসূচীৰে নৰেন্দ্ৰ মোদীৰ ওপজা দিন উদ্‌যাপন কৰিবলৈ সমগ্ৰ দেশবাসী সাজু হৈছে। মাহজোৰা 'সেৱা সংকল্প অভিযান'ৰ এক অংশস্বৰূপে অহা ১৭ ছেপ্টেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত অসমবাসী ৰাইজক নিজৰ বাসভৱন, মঠ-মন্দিৰ, অনুষ্ঠান,প্ৰতিষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে এগছি আশীৰ্বাদৰ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া এ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 min ago
  • স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ | ​শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।
    3
    স্বাস্থ্য বিভাগৰ অৱহেলাৰ বিৰুদ্ধে যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও জাতীয় সংগ্ৰামী সেনাৰ |

​শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগ্ৰামী সেনা, অসমে। ১৯৮৪ চনতে স্থাপিত চিকিৎসালয়খনত উপযুক্ত সেৱা নোপোৱাৰ অভিযোগ তুলি সংগঠনটোৱে খালী পদ পূৰণ, বিশেষজ্ঞ চিকিৎসক নিযুক্তি, নিয়মীয়া আল্ট্ৰাচাউণ্ডৰ সুবিধা, খোৱাপানী আৰু সুৰক্ষা নিশ্চিত কৰা তথা দুৰ্নীতিৰ তদন্তৰ দাবীত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক ১৬ দফীয়া স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। অহা ১০ দিনৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰিলে কাৰ্যালয় তলাবন্ধ আৰু পথ অৱৰোধৰ দৰে জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা সম্পাদক ৰিদিপ ডেকাই সকীয়নি প্ৰদান কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    5 hrs ago
  • মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন* * ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য। গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে। প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা। প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়। সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন। সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা সমাজৰ মংগল কামনা কৰে।
    1
    মথুৰাপুৰ পূজা ফিল্ডত উলহ-মালহেৰে শ্ৰী শ্ৰী গণেশ পূজা উদযাপন*
*
ভক্তপ্ৰাণৰ লানি নিচিঙা আগমণে পূজাৰ থলিত ভক্তপ্ৰাণ লোকে লোকাৰণ্য।
গণেশ পূজাত আশীষ লবলৈ হাজাৰ হাজাৰ গণেশ ভক্তৰ সমাগম।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰ পূজা মণ্ডপত মথুৰাপুৰ তিনিআলি গণেশ পূজা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ৰাইজৰ সহযোগত উদযাপন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা।
ভগৱান গণেশ বাধাৰ ৰক্ষক আৰু জ্ঞান বুদ্ধি মত্তৰ ঈশ্বৰ বুলি গণ্য কৰি হিন্দু সকলে এই উৎসৱ পালন কৰি আহিছে।
প্ৰতি বছৰৰ দৰে এই বছৰো মথুৰাপুৰত তিনিদিনীয়াকৈ উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী শ্ৰী গণেশ পূজা।
প্ৰথমদিনা দেওবাৰে প্ৰতিমা স্থাপন আৰু ভজন কীৰ্তন অনুষ্ঠিত কৰা হয়।
সোমবাৰে পুৱাৰে পৰা পূজা আৰম্ভ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ লগতে যজ্ঞ আৰু আৰতি অনুষ্ঠিত হয়। আৰু মঙ্গলবাৰে কৰা হ'ব প্ৰতিমা বিসৰ্জন।
সোমবাৰে পুৱাৰে পৰা দেখা পোৱা গ'ল হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে গণেশ দেৱতাৰ চৰণত ধুপ চাকি , নৈবদ্য আগবঢ়াঈ পৰিয়াল তথা  সমাজৰ মংগল কামনা কৰে।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    10 hrs ago
  • Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City. Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    1
    Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
Shri Shri Ganesh Puja celebration at Thana Road, Jorhat City.
    user_Debojit Kumar Bordoloi
    Debojit Kumar Bordoloi
    Photographer যোৰহাট পশ্চিম, যোৰহাট, অসম•
    8 hrs ago
  • তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌদিশে, ভয়াৱহ দিশে গতি কৰিছে নৱপ্ৰজন্মই৷ তাৰ মাজতে আজি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷ মাৰাত্মক ড্ৰাগছৰ কাৰণে তিনিচুকীয়া জিলাত এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰত Red Zone হিচাপে পৰিণত হৈছ৷ গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুৱে৷
    1
    তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷
মাৰাত্মক ড্ৰাগছে চানি ধৰিছে চৌদিশে, ভয়াৱহ দিশে গতি কৰিছে নৱপ্ৰজন্মই৷
তাৰ মাজতে আজি তিনিচুকীয়াত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷
মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিবাদী কায্যসূচীৰ জৰিয়তে দাবী উত্থাপন কৰিছে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই৷
মাৰাত্মক ড্ৰাগছৰ কাৰণে তিনিচুকীয়া জিলাত এতিয়া HIV সংক্ৰমণৰ ক্ষেত্ৰত Red Zone হিচাপে পৰিণত হৈছ৷
গতিকে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পুলিয়ে পোখাই উৎখাত কৰিবলৈ দাবী জনাইছে তিনিচুকীয়া আছুৱে৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    13 hrs ago
  • নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট | Focus Axom 24 . . . . #FocusAxom24 #nonfollowers #highlightseveryone #foryoupageシ #everyone AICC Communications Indian National Congress focus axom 24
    1
    নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ

নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ, দলীয় নেতৃত্বক ধন্যবাদ শিৱামণি বৰাৰ
নগাঁৱৰ পৰা আছিক আহমেদৰ ৰিপৰ্ট | Focus Axom 24
.
.
.
.
#FocusAxom24 #nonfollowers #highlightseveryone #foryoupageシ #everyone 
AICC Communications Indian National Congress focus axom 24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    5 hrs ago
  • বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।
    1
    বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী।

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী।
২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী।
ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প।
লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন।
দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো।
গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে।
অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ।
আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।
    user_Shyam Jadhav
    Shyam Jadhav
    Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•
    10 hrs ago
  • *ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।
    4
    *ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটন আৰু আধ্যাত্মিকস্থলী ৰূপে গঢ়ি তোলাৰ আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ যোৰহাট ভ্ৰমণৰ আজি তৃতীয় দিনাৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াপানী আউনীআটী বিশ্ববিদ্যালয়ৰ পৰা পোনে পোনে আহি ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, বন্তি , শৰাই নৈবেদ্য আগবঢ়াই নেদেখাজনৰ পৰা আশীষ গ্ৰহণ কৰে। উল্লেখ যে, ঢেকীয়াখোৱা বৰনামঘৰ পৰিচালনা সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীক গামোচা, সঁফুৰা চেলেং আদিৰে আদৰণি জনোৱাৰ লগতে পৰিচালনা সমিতিৰ তৰফৰ পৰা ঢেকীয়াখোৱা বৰনামঘৰক পৰ্য্যটনৰ থলী হিচাপে গঢ়ি তুলিবলৈ আৰু স্ত্ৰীট লাইট লগোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক স্মাৰকপত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰনামঘৰক পৰ্য্যটনস্থলীৰ লগতে আধ্যাত্মিকস্থলী হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা হাতত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    2 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.