logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত উলহ-মালহেৰে উদযাপন কৰা হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী। ২৫ বছৰীয়া গৌৰৱময় পৰিক্ৰমা সম্পূৰ্ণ কৰি এই বিশেষ উপলক্ষে আয়োজন কৰা হয় বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী। ভক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ পৰিৱেশেৰে মুখৰিত হৈ পৰিল তিনিচুকীয়া জিলাৰ বাৰ্মা কেম্প। লিডু আৰক্ষী চকীৰ অন্তৰ্গত বাৰ্মা কেম্পত এইবাৰ বিশেষ উলহ-মালহেৰে অনুষ্ঠিত হয় গণেশ পূজাৰ ছিলভাৰ জুবিলী উদযাপন। দীৰ্ঘ ২৫ বছৰে চলি অহা এই গণেশ পূজাই অঞ্চলটোৰ ৰাইজৰ মাজত এক বিশেষ স্থান দখল কৰি আহিছে। এইবাৰ ছিলভাৰ জুবিলী উপলক্ষে পূজা-অৰ্চনা, ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় এই বিশেষ দিনটো। গণেশ দেৱতাৰ পূজা-অৰ্চনাত অংশগ্ৰহণ কৰি ভক্তসকলে সমাজৰ শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰে। অনুষ্ঠানত স্থানীয় ৰাইজ, ভক্ত আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোক কৰি তোলে অধিক আকৰ্ষণীয়। পূজাৰ পৰিৱেশত দেখা যায় ভক্তি, আনন্দ আৰু উৎসাহৰ এক অপূৰ্ব সমাহাৰ। আয়োজকসকলে কয় যে, বিগত ২৫ বছৰ ধৰি চলি অহা এই পূজাই ধৰ্মীয় পৰম্পৰা অটুট ৰখাৰ লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সম্প্ৰীতি সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ছিলভাৰ জুবিলীৰ এই বিশেষ আয়োজনৰ জৰিয়তে পুৰণি স্মৃতি সুঁৱৰি নতুন প্ৰজন্মকো এই পৰম্পৰাৰ সৈতে জড়িত কৰাৰ এক প্ৰয়াস কৰা হয়।

2 hrs ago
user_Shyam Jadhav
Shyam Jadhav
Local News Reporter মাৰ্ঘেৰিটা, তিনিচুকীয়া, অসম•

More news from অসম and nearby areas
  • বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷
    4
    বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম
বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়া৷
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    21 hrs ago
  • মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🔴 মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম 🛑 মাতৃ-কন্যাৰ হৃদয়স্পৰ্শী কণ্ঠৰ এক সুমধুৰ গীতে ইতিমধ্যে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সমাদৰ। মধুস্মিতা মেধি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃৰ সৈতে পৰিৱেশন কৰা এই গীতটোৱে শ্ৰোতাৰ মন জয় কৰাৰ লগতে নেটিজেনৰ মাজতো সৃষ্টি কৰিছে বিশেষ চৰ্চা। 🛑 জানিব পৰা মতে, মধুস্মিতা মেধি আৰু তেওঁৰ মাতৃৰ ঘৰ পাঠশালাৰ পাটাছাকুছিত। মাতৃ-কন্যাৰ এই সুন্দৰ যুগলবন্দী আৰু সাংস্কৃতিক প্ৰচেষ্টাক এক ইতিবাচক নিদৰ্শন হিচাপে লৈ বহু লোকে দুয়োগৰাকীকে আন্তৰিকভাৱে প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে। 🛑 সংগীতৰ জৰিয়তে মাতৃ-কন্যাৰ এনে সুন্দৰ সম্পৰ্ক আৰু সাংস্কৃতিক প্ৰতিভাৰ প্ৰকাশে অসমীয়া সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজতো সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে। মাতৃ-কন্যাৰ এই সুমধুৰ প্ৰয়াসলৈ Focus Axom 24-ৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। Focus Axom 24 — Truth, Time, and Trust News Desk Report . . . . #everyone #FocusAxom24 #nonfollowers #follower #highlightseveryone
    1
    মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম

🔴 মাতৃ-কন্যাৰ সুমধুৰ গীতে মুগ্ধ কৰিছে সহস্ৰজনক, প্ৰশংসাৰে উপচিছে সামাজিক মাধ্যম
🛑 মাতৃ-কন্যাৰ হৃদয়স্পৰ্শী কণ্ঠৰ এক সুমধুৰ গীতে ইতিমধ্যে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সমাদৰ। মধুস্মিতা মেধি নামৰ এগৰাকী যুৱতীয়ে নিজ মাতৃৰ সৈতে পৰিৱেশন কৰা এই গীতটোৱে শ্ৰোতাৰ মন জয় কৰাৰ লগতে নেটিজেনৰ মাজতো সৃষ্টি কৰিছে বিশেষ চৰ্চা।
🛑 জানিব পৰা মতে, মধুস্মিতা মেধি আৰু তেওঁৰ মাতৃৰ ঘৰ পাঠশালাৰ পাটাছাকুছিত। মাতৃ-কন্যাৰ এই সুন্দৰ যুগলবন্দী আৰু সাংস্কৃতিক প্ৰচেষ্টাক এক ইতিবাচক নিদৰ্শন হিচাপে লৈ বহু লোকে দুয়োগৰাকীকে আন্তৰিকভাৱে প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছে।
🛑 সংগীতৰ জৰিয়তে মাতৃ-কন্যাৰ এনে সুন্দৰ সম্পৰ্ক আৰু সাংস্কৃতিক প্ৰতিভাৰ প্ৰকাশে অসমীয়া সমাজৰ চহকী সাংস্কৃতিক পৰম্পৰাক অধিক সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মৰ মাজতো সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে।
মাতৃ-কন্যাৰ এই সুমধুৰ প্ৰয়াসলৈ Focus Axom 24-ৰ তৰফৰ পৰাও আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন।
Focus Axom 24 — Truth, Time, and Trust
News Desk Report
.
.
.
.
#everyone #FocusAxom24 
#nonfollowers #follower #highlightseveryone
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
  • 📌আজি পৱিত্ৰ হৰতালিকা তীজ। 📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।
    1
    📌আজি পৱিত্ৰ হৰতালিকা তীজ।

📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    বিশ্বনাথ, বিশ্বনাথ, অসম•
    10 hrs ago
  • বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান
    1
    বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান
বোকাজানত কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে বিশেষ অভিযান
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    22 hrs ago
  • পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।
    1
    পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। 

মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। 

স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে।

স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে।

অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।

    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    8 hrs ago

    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    8 hrs ago
  • গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা big braking 🔴 গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা ব’নাচক কেন্দ্ৰ কৰি সংঘাত পৰিহাৰ কৰি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ আহ্বান AC: গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত হয় ব’নাচ সজাগতা সাধাৰণ সভা। আজি গোলাঘাট শাখা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাখনত অনাগত সময়ত ব’নাচ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অতীতত ব’নাচক কেন্দ্ৰ কৰি বিভিন্ন বাগিচাৰ মাজত সৃষ্টি হোৱা সংঘাত যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনোৱা হয়। গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট। . . . . #highlightseveryone #everyonefollowers #follower #facebookvideo #FocusAxom24
    1
    গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা
big braking 
🔴 গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ ব’নাচ সজাগতা সভা
ব’নাচক কেন্দ্ৰ কৰি সংঘাত পৰিহাৰ কৰি শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ আহ্বান
AC:
গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ উদ্যোগত অনুষ্ঠিত হয় ব’নাচ সজাগতা সাধাৰণ সভা। আজি গোলাঘাট শাখা সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজহুৱা সভাখনত অনাগত সময়ত ব’নাচ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
অতীতত ব’নাচক কেন্দ্ৰ কৰি বিভিন্ন বাগিচাৰ মাজত সৃষ্টি হোৱা সংঘাত যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে সকলো পক্ষকে শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ আহ্বান জনোৱা হয়।
গোলাঘাটৰ পৰা চুমী দত্তৰ ৰিপোৰ্ট।
.
.
.
.
#highlightseveryone  #everyonefollowers #follower #facebookvideo #FocusAxom24
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    4 hrs ago
  • ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা। ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা।
    1
    ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। 
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা। 

ৰূপহীহাটৰ ভূৰবন্ধাত কংগ্ৰেছৰ ভেঁটিত কঁপনি তুলি দুই শতাধিকৰ বিজেপিত যোগদান। 
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰূপহীহাট সমষ্টিত তীব্ৰতৰ হৈছে ৰাজনৈতিক তৎপৰতা।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    23 hrs ago
  • ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ
    1
    ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি
📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি
📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ
📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 
📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ
    user_Pankaj
    Pankaj
    ঢেকিয়াজুলি (পিটি), শোণিতপুৰ, অসম•
    9 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.