logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

NDA (National Defence Academy)ৰ পৰীক্ষাত প্ৰথম প্ৰয়াসতে সফল দক্ষিণ গান্ধীবাৰীৰ ভাৰ্গৱ কলিতা NDA (National Defence Academy)ৰ পৰীক্ষাত প্ৰথম প্ৰয়াসতে সফল দক্ষিণ গান্ধীবাৰীৰ ভাৰ্গৱ কলিতা। এই সাফল্যৰ বাবে ভাৰ্গৱ কলিতাৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু শুভকামনা জনায় সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাস। ✈️ আজি স্বাস্থ্য পৰীক্ষাৰ উদ্দেশ্যে নতুন দিল্লীলৈ ৰাওনা হ'ব ভাৰ্গৱ।

6 hrs ago
user_NAlive24
NAlive24
Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
6 hrs ago
58b121fa-3aad-43ba-be4a-1a49ac148af8

NDA (National Defence Academy)ৰ পৰীক্ষাত প্ৰথম প্ৰয়াসতে সফল দক্ষিণ গান্ধীবাৰীৰ ভাৰ্গৱ কলিতা NDA (National Defence Academy)ৰ পৰীক্ষাত প্ৰথম প্ৰয়াসতে সফল দক্ষিণ গান্ধীবাৰীৰ ভাৰ্গৱ কলিতা। এই সাফল্যৰ বাবে ভাৰ্গৱ কলিতাৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা আৰু শুভকামনা জনায় সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য সম্পাদক ডুলুজিৎ দাস। ✈️ আজি স্বাস্থ্য পৰীক্ষাৰ উদ্দেশ্যে নতুন দিল্লীলৈ ৰাওনা হ'ব ভাৰ্গৱ।

More news from অসম and nearby areas
  • বালাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কথিত ধন সংগ্ৰহৰ দৃশ্য গোপন কেমেৰাত বন্দী বজালী সমষ্টিত PMAY দুৰ্নীতিৰ বিস্ফোৰক অভিযোগ! বালাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কথিত ধন সংগ্ৰহৰ দৃশ্য গোপন কেমেৰাত বন্দী #Barpetakhabar #বৰপেটাখবৰ #Newsupdate #pmay #Bajali
    1
    বালাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কথিত ধন সংগ্ৰহৰ দৃশ্য গোপন কেমেৰাত বন্দী
বজালী সমষ্টিত PMAY দুৰ্নীতিৰ বিস্ফোৰক অভিযোগ! বালাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ কথিত ধন সংগ্ৰহৰ দৃশ্য গোপন কেমেৰাত বন্দী
#Barpetakhabar #বৰপেটাখবৰ #Newsupdate #pmay #Bajali
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    8 hrs ago
  • ঢেকীয়াজুলিত শুভ উদ্বোধন কৰা হৈছে নৃত্যাঞ্জলি ডান্স এণ্ড আৰ্ট একাডেমিৰ ষ্টুডিঅ
    1
    ঢেকীয়াজুলিত শুভ উদ্বোধন কৰা হৈছে নৃত্যাঞ্জলি ডান্স এণ্ড আৰ্ট একাডেমিৰ ষ্টুডিঅ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    18 hrs ago
  • মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ⭕মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ। ⭕বৰপেটাৰ খৰধৰা ভেৰাভিঠাত মুকলি হ'ল Board of open schooling and Skill Education ৰ চেণ্টাৰ। #Barpetakhabar #বৰপেটাখবৰ #NewsUpdate
    1
    মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ।
⭕মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেইল কৰা শিক্ষাৰ্থীৰ বাবে ভাল খবৰ।
⭕বৰপেটাৰ খৰধৰা ভেৰাভিঠাত মুকলি হ'ল Board of open schooling and Skill Education ৰ চেণ্টাৰ।
#Barpetakhabar #বৰপেটাখবৰ #NewsUpdate
    user_Barpeta khabar
    Barpeta khabar
    Newsagent বৰপেটা, বৰপেটা, অসম•
    8 hrs ago
  • মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয় চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰি, ACS মহোদয়াক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। সেই উপলক্ষে আজি মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন–২০২৬ৰ পূৰ্বে মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমতী অনামিকা তেৱাৰীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু দায়িত্বশীলতাৰ জৰিয়তে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে আৰু সফলতাৰে সম্পন্ন কৰি বিশেষ সুনাম অৰ্জন কৰে। চুটি কাৰ্যকালৰ মাজতো তেওঁ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু জনস্বাৰ্থজড়িত বিষয়সমূহ সংবেদনশীলভাৱে গ্ৰহণ কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সকলোৰে আস্থা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, তেওঁ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণকাৰ্য নিয়মীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে ৰূপায়ণ আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। বিদায় সম্ভাষণ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা, দক্ষ নেতৃত্ব আৰু জনকল্যাণমূলক অৱদানৰ শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীঘায়ু আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নতুন দায়িত্বত সফলতা কামনা কৰি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।
    1
    মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়
চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰি, ACS মহোদয়াক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। সেই উপলক্ষে আজি মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন–২০২৬ৰ পূৰ্বে মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমতী অনামিকা তেৱাৰীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু দায়িত্বশীলতাৰ জৰিয়তে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে আৰু সফলতাৰে সম্পন্ন কৰি বিশেষ সুনাম অৰ্জন কৰে। চুটি কাৰ্যকালৰ মাজতো তেওঁ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু জনস্বাৰ্থজড়িত বিষয়সমূহ সংবেদনশীলভাৱে গ্ৰহণ কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সকলোৰে আস্থা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ উপৰিও, তেওঁ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণকাৰ্য নিয়মীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে ৰূপায়ণ আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে।
বিদায় সম্ভাষণ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা, দক্ষ নেতৃত্ব আৰু জনকল্যাণমূলক অৱদানৰ শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীঘায়ু আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নতুন দায়িত্বত সফলতা কামনা কৰি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    6 hrs ago
  • হিন্দু সুৰক্ষা সেনাৰ সভাপতি কাঞ্চন দেৱ নাথক এসময়ত কৰা কুকৰ্মৰ বাবে ৰাইজে এইদৰে কাণত ধৰাই শাস্তি দিছিল!
    1
    হিন্দু সুৰক্ষা সেনাৰ সভাপতি কাঞ্চন দেৱ নাথক এসময়ত কৰা কুকৰ্মৰ বাবে ৰাইজে এইদৰে কাণত ধৰাই শাস্তি দিছিল!
    user_News Headlines 24×7
    News Headlines 24×7
    Newsagent বৰপেটা, বৰপেটা, অসম•
    12 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.