Shuru
Apke Nagar Ki App…
হিন্দু সুৰক্ষা সেনাৰ সভাপতি কাঞ্চন দেৱ নাথক এসময়ত কৰা কুকৰ্মৰ বাবে ৰাইজে এইদৰে কাণত ধৰাই শাস্তি দিছিল!
News Headlines 24×7
হিন্দু সুৰক্ষা সেনাৰ সভাপতি কাঞ্চন দেৱ নাথক এসময়ত কৰা কুকৰ্মৰ বাবে ৰাইজে এইদৰে কাণত ধৰাই শাস্তি দিছিল!
More news from অসম and nearby areas
- গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন গোৰেশ্বৰত বিপিএফৰ বিশেষ অভিৱৰ্তন । গোৰেশ্বৰ ব্লক বিপিএফ,যুৱ,মহিলা,বি.এছ.ইউ. আৰু দলটোৰ সকলো কোষৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হয় এই অভিৱৰ্তন । পুৱা গোৰেশ্বৰ ব্লক বিপিএফৰ সভাপতি ধনঞ্জয় বসুমতাৰীয়ে পতাকা উত্তোলনেৰে অভিৱৰ্তনৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে । মুকলি সভা উদ্বোধন কৰে বিটিচিৰ EM তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীয়ে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ ৰাজহ,ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ EM লৌমশ্ৰাও দৈমাৰীয়ে । লগতে নিৰ্দিষ্ট ব্যক্তাৰ ভাষণ ৰাখে তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক দৈমু বড়ো । উল্লেখ্য যে,বিটিচিৰ কল্যানকামী আঁচনী সমূহ সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে সভাত উল্লেখ কৰে EM মহেশ্বৰ বসুমতাৰী আৰু লৌমশ্ৰাও দৈমাৰীয়ে ।1
- বানপীড়িতক সহায়ৰ বাবে অখিল গগৈৰ বাসগৃহত আজমল ফাউণ্ডেচনৰ বিনামূলীয়া চিকিৎসা শিবিৰ অখিল গগৈৰ লুখুৰাখনত থকা ঘৰতে আয়োজন কৰা হল আজমলৰ বিনামূলীয়া চিকিৎসা শিবিৰ বানাক্ৰান্ত অঞ্চলত বিভিন্ন প্ৰকাৰৰ সহায় সহযোগিতাৰ লগতে উজনিৰ ৬টা অঞ্চলত নিৰন্তৰ ভাৱে আজমলৰ বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰি আগবঢ়াই গৈছে স্বাস্থ্য শিবিৰ। হোজাইৰ হাম হস্পিটেলৰ চিকিৎসকৰ দ্বাৰা বন্যাৰ্তক আগবঢ়ায় চিকিৎসা সেৱা1
- ভাৰতীয় লোকপিয়ল ২০২৭ ৰ স্ব-গণনা প্ৰক্ৰিয়া অসমত আৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ২পৰা১৬ আগষ্টলৈকে প্ৰতি গৰাকী নাগৰিকে ৱেবছাইটত নিজৰ ঘৰৰ তথ্য ঘৰত বহিয়েই পূৰণ কৰিব পাৰে। নিউজ স্মাৰ্ট মোবাইলৰে অনলাইন যোগে তথ্য দিব পাৰিব স্বগণনা প্ৰক্ৰিয়াত।1
- মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয় চৰকাৰী নিৰ্দেশনা অনুসৰি মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তেৱাৰি, ACS মহোদয়াক অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি কৰা হৈছে। সেই উপলক্ষে আজি মৰিগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসনৰ উদ্যোগত এক আন্তৰিক বিদায় সম্ভাষণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে। উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচন–২০২৬ৰ পূৰ্বে মৰিগাওঁ জিলাৰ জিলা আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শ্ৰীমতী অনামিকা তেৱাৰীয়ে অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষ নেতৃত্ব, নিষ্ঠা আৰু দায়িত্বশীলতাৰ জৰিয়তে জিলাখনৰ নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে আৰু সফলতাৰে সম্পন্ন কৰি বিশেষ সুনাম অৰ্জন কৰে। চুটি কাৰ্যকালৰ মাজতো তেওঁ সাধাৰণ ৰাইজৰ সমস্যা, অভাৱ-অভিযোগ আৰু জনস্বাৰ্থজড়িত বিষয়সমূহ সংবেদনশীলভাৱে গ্ৰহণ কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে সকলোৰে আস্থা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও, তেওঁ জিলাখনৰ বিভিন্ন উন্নয়নমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প আৰু নিৰ্মাণকাৰ্য নিয়মীয়াভাৱে ক্ষেত্ৰ পৰিদৰ্শন কৰি কামৰ গুণগত মান, সময়মতে ৰূপায়ণ আৰু স্বচ্ছতা নিশ্চিত কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। বিদায় সম্ভাষণ অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা তেওঁৰ নিষ্ঠাপূৰ্ণ সেৱা, দক্ষ নেতৃত্ব আৰু জনকল্যাণমূলক অৱদানৰ শলাগ লোৱা হয়। লগতে তেওঁৰ সুস্বাস্থ্য, দীঘায়ু আৰু অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব হিচাপে নতুন দায়িত্বত সফলতা কামনা কৰি আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰা হয়।1
- হিন্দু সুৰক্ষা সেনাৰ সভাপতি কাঞ্চন দেৱ নাথক এসময়ত কৰা কুকৰ্মৰ বাবে ৰাইজে এইদৰে কাণত ধৰাই শাস্তি দিছিল!1