logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

*নিমনাগড়ত "প্ৰধানমন্ত্ৰী জন-ঔষধি ফাৰ্মেচী" শুভ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ।* দুখীয়া- দৰিদ্ৰ লোকৰ সুবিধাৰ্থে সুলভ মূল্যত দৰৱ ক্ৰয় কৰিব পৰা "প্ৰধানমন্ত্ৰী জন-ঔষধি ফাৰ্মেচী" শুভ উদ্বোধন। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি অন্তৰ্গত নিমনাগড়ত অৱস্থিত শিলাকুটি গাওঁ পঞ্চায়ত সমবায় সমিতি লিমিটেডত শনিবাৰে "প্ৰধানমন্ত্ৰী জন-ঔষধি ফাৰ্মেচী" ফিটা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। উদ্বোধনী অনুষ্ঠানত বিভাগীয় বিষয়া সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

on 21 January
user_Charaideo news
Charaideo news
মাহমৰা, চৰাইদেউ, অসম•
on 21 January

*নিমনাগড়ত "প্ৰধানমন্ত্ৰী জন-ঔষধি ফাৰ্মেচী" শুভ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ।* দুখীয়া- দৰিদ্ৰ লোকৰ সুবিধাৰ্থে সুলভ মূল্যত দৰৱ ক্ৰয় কৰিব পৰা "প্ৰধানমন্ত্ৰী জন-ঔষধি ফাৰ্মেচী" শুভ উদ্বোধন। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টি অন্তৰ্গত নিমনাগড়ত অৱস্থিত শিলাকুটি গাওঁ পঞ্চায়ত সমবায় সমিতি লিমিটেডত শনিবাৰে "প্ৰধানমন্ত্ৰী জন-ঔষধি ফাৰ্মেচী" ফিটা কাটি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। উদ্বোধনী অনুষ্ঠানত বিভাগীয় বিষয়া সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

  • user_User7546
    User7546
    Balijana, Goalpara
    🙏
    on 24 January
More news from অসম and nearby areas
  • চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।
    1
    চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    4 hrs ago
  • সোণাৰিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক জয়ী কৰোৱাৰ আহ্বান প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈৰ। সোণাৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অব্যাহত। বেঙেনাবাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে
    1
    সোণাৰিত বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰক জয়ী কৰোৱাৰ আহ্বান প্ৰাক্তন সাংসদ তথা অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈৰ।
সোণাৰিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা অব্যাহত।
বেঙেনাবাৰীত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈয়ে
    user_Charaideo News & Entertainment
    Charaideo News & Entertainment
    সোণাৰি, চৰাইদেউ, অসম•
    14 hrs ago
  • শিৱসাগৰ জিলাৰ মেটেকা কুৰুলাকটীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত, মেটেকা কুৰুলাকটীয়া গাঁৱৰ নামঘৰত স্থানীয় যুৱক-যুৱতীসকলৰ দ্বাৰা অলপতে #ভৰতৰ নন্দীগ্ৰাম যাত্ৰা, জটায়ুৰ বীৰগতি লাভ# শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয় ৷ নাটখনিয়ে দৰ্শনৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, সকলো শিল্পীৰ লগতে বিশেষকৈ ভৰতৰ চৰিত্ৰত অভিনয় কৰা যুৱ শিল্পী বিকি বুঢ়াগোহাঁইৰ সুন্দৰ অভিনয়ে সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ৷
    3
    শিৱসাগৰ জিলাৰ মেটেকা কুৰুলাকটীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত, মেটেকা কুৰুলাকটীয়া গাঁৱৰ নামঘৰত স্থানীয় যুৱক-যুৱতীসকলৰ দ্বাৰা অলপতে #ভৰতৰ নন্দীগ্ৰাম যাত্ৰা, জটায়ুৰ বীৰগতি লাভ# শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয় ৷ নাটখনিয়ে দৰ্শনৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, সকলো শিল্পীৰ লগতে বিশেষকৈ ভৰতৰ চৰিত্ৰত অভিনয় কৰা যুৱ শিল্পী বিকি বুঢ়াগোহাঁইৰ সুন্দৰ অভিনয়ে সাংস্কৃতিকপ্ৰেমী ৰাইজক আপ্লুত কৰি তোলে ৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    10 hrs ago
  • ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে আজি ডিমৌত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। যোৰহাট আৰু ডিমৌ আৰক্ষীৰ এক যুটীয়া অভিযানত ডিমৌৰ আঠাবাৰী অঞ্চলত এক বৃহৎ ড্ৰাগছ বিৰোধী সফলতা লাভ কৰিবলৈ সক্ষম হয়। আঠাবাৰী গাঁও পঞ্চায়তৰ বিজেপি সভাপতিৰ বাসগৃহৰ অতি নিকটৰ পৰা আৰক্ষীয়ে ১১ টাকৈ নিষিদ্ধ টিফিন বক্স সদৃশ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আবু শ্বেখ নামৰ এজন কুখ্যাত সৰবৰাহকাৰীক আটক কৰে।
    4
    ৰাজ্যত অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ মাজতে আজি ডিমৌত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য। যোৰহাট আৰু ডিমৌ আৰক্ষীৰ এক যুটীয়া অভিযানত ডিমৌৰ আঠাবাৰী অঞ্চলত এক বৃহৎ ড্ৰাগছ বিৰোধী সফলতা লাভ কৰিবলৈ সক্ষম হয়। আঠাবাৰী গাঁও পঞ্চায়তৰ বিজেপি সভাপতিৰ বাসগৃহৰ অতি নিকটৰ পৰা আৰক্ষীয়ে ১১ টাকৈ নিষিদ্ধ টিফিন বক্স সদৃশ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে আবু শ্বেখ নামৰ এজন কুখ্যাত সৰবৰাহকাৰীক আটক কৰে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    14 hrs ago
  • Assam dhamaji Ranjit Roy nirdal party balak bormacery Thakur kirtan 2no Karan basti sila pathar
    1
    Assam dhamaji Ranjit Roy nirdal party balak bormacery Thakur kirtan 2no Karan basti sila pathar
    user_Surjo Raj
    Surjo Raj
    চিচিবাৰগাঁও, ধেমাজি, অসম•
    22 hrs ago
  • তিনিচুকীয়াত সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰ’ড শ্ব’ তিনিচুকীয়াৰ প্ৰাৰ্থী পুলক গোঁহাইক কাষত কৰে ৰ’ড শ্ব’ শ্ব’ৰ অন্ততঃ তিনিচুকীয়াবাসীক সম্বোধন কৰে আৰু বিজেপি ক ভোট দি পুলক গোঁহাইক জয়যুক্ত কৰিবলৈ আহ্বান জনাই। সমান্তৰালভাৱে নিৰ্বাচনৰ এক মাহৰ পাছতে তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ সমস্যা সমাধান কৰিবলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
    1
    তিনিচুকীয়াত সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰ’ড শ্ব’
তিনিচুকীয়াৰ প্ৰাৰ্থী পুলক গোঁহাইক কাষত কৰে ৰ’ড শ্ব’
শ্ব’ৰ অন্ততঃ তিনিচুকীয়াবাসীক সম্বোধন কৰে আৰু বিজেপি ক ভোট দি পুলক গোঁহাইক জয়যুক্ত কৰিবলৈ আহ্বান জনাই।
সমান্তৰালভাৱে নিৰ্বাচনৰ এক মাহৰ পাছতে তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ সমস্যা সমাধান কৰিবলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    14 hrs ago
  • MAJULI NEWS BHAITI RICHONG মাজুলীত এছ ইউ চি আই (চি) প্ৰাৰ্থী হিচাপে টছ লাইতৰ ছবিত প্ৰতিদন্দিতা কমৰেড ভাইতি ৰিচঙৰ। উগ্ৰ প্ৰাদেশিকতাবাদ ‍আৰু উগ্ৰ সাম্প্ৰদায়িকতা বাদৰ আক্ৰমণত বিধ্বস্ত অসমত শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তুলিবলৈ আৰু ব‍ানপন্থী ‍আন্দোলন পুনৰুজ্জীৱিত কৰিবলৈ ৯৮ নং মাজুলী জনজাতি বিধান সমষ্টিৰ পৰা এছ ইউ চি আই (চি) মনোনীত প্ৰাৰ্থী কমৰেড ভাইতি ৰিচঙৰ নিৰ্বাচনী প্ৰচাৰ। মাজুলীৰ ব্যৱসায়িক স্থান সমূহত প্ৰচাৰ ভাইতি ৰিচঙৰ। বিজেপি কংগ্ৰেছ সকলো ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা ভাইতি ৰিচঙৰ।
    1
    MAJULI NEWS BHAITI RICHONG
মাজুলীত এছ ইউ চি আই (চি) প্ৰাৰ্থী হিচাপে টছ লাইতৰ ছবিত প্ৰতিদন্দিতা  কমৰেড ভাইতি ৰিচঙৰ।
উগ্ৰ প্ৰাদেশিকতাবাদ ‍আৰু উগ্ৰ সাম্প্ৰদায়িকতা বাদৰ আক্ৰমণত বিধ্বস্ত  অসমত শক্তিশালী ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তুলিবলৈ আৰু ব‍ানপন্থী ‍আন্দোলন পুনৰুজ্জীৱিত কৰিবলৈ ৯৮ নং মাজুলী জনজাতি বিধান  সমষ্টিৰ পৰা এছ ইউ চি আই (চি) মনোনীত প্ৰাৰ্থী কমৰেড ভাইতি ৰিচঙৰ  নিৰ্বাচনী প্ৰচাৰ।
মাজুলীৰ ব্যৱসায়িক স্থান সমূহত  প্ৰচাৰ ভাইতি ৰিচঙৰ। 
বিজেপি কংগ্ৰেছ সকলো ৰাজনৈতিক দলক কঠোৰ ভাষাৰে সমালোচনা ভাইতি ৰিচঙৰ।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    2 hrs ago
  • ৰাজ্যত নিৰ্বাচনৰ বতৰ । প্ৰতিকূল বতৰৰ মাজতো নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল । বিশেষকৈ প্ৰধান প্ৰতিদ্বন্দি কংগ্ৰেছ বিজেপি । বিজেপি দলৰ হৈ এইবাৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন যোৰহাট লোকসভা সাংসদ তথা সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে আবেলি আৰু সন্ধিয়া সোণাৰি সমষ্টিৰ টিঙালীবাম চাহ বাগিচা আইদেউ পুখুৰী চাহ বাগিচাৰ লগতে কেইবাটাও স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগত দলৰ হৈ নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে
    1
    ৰাজ্যত নিৰ্বাচনৰ বতৰ । প্ৰতিকূল বতৰৰ মাজতো নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল । বিশেষকৈ প্ৰধান প্ৰতিদ্বন্দি কংগ্ৰেছ বিজেপি । 
বিজেপি দলৰ হৈ এইবাৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন যোৰহাট লোকসভা সাংসদ তথা সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে 
আবেলি আৰু সন্ধিয়া সোণাৰি সমষ্টিৰ টিঙালীবাম চাহ বাগিচা আইদেউ পুখুৰী চাহ বাগিচাৰ লগতে কেইবাটাও স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগত দলৰ হৈ নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.