logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

তিনিচুকীয়া চহৰত সন্ধিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰ’ড শ্ব’ তিনিচুকীয়াত সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰ’ড শ্ব’ তিনিচুকীয়াৰ প্ৰাৰ্থী পুলক গোঁহাইক কাষত কৰে ৰ’ড শ্ব’ শ্ব’ৰ অন্ততঃ তিনিচুকীয়াবাসীক সম্বোধন কৰে আৰু বিজেপি ক ভোট দি পুলক গোঁহাইক জয়যুক্ত কৰিবলৈ আহ্বান জনাই। সমান্তৰালভাৱে নিৰ্বাচনৰ এক মাহৰ পাছতে তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ সমস্যা সমাধান কৰিবলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

16 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
16 hrs ago

তিনিচুকীয়া চহৰত সন্ধিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰ’ড শ্ব’ তিনিচুকীয়াত সন্ধিয়া মুখ্যমন্ত্ৰীৰ ৰ’ড শ্ব’ তিনিচুকীয়াৰ প্ৰাৰ্থী পুলক গোঁহাইক কাষত কৰে ৰ’ড শ্ব’ শ্ব’ৰ অন্ততঃ তিনিচুকীয়াবাসীক সম্বোধন কৰে আৰু বিজেপি ক ভোট দি পুলক গোঁহাইক জয়যুক্ত কৰিবলৈ আহ্বান জনাই। সমান্তৰালভাৱে নিৰ্বাচনৰ এক মাহৰ পাছতে তিনিচুকীয়ালৈ আহি তিনিচুকীয়াৰ সমস্যা সমাধান কৰিবলৈ আহিব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

More news from অসম and nearby areas
  • চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।
    1
    চৰাইদেউ জিলাৰ ৯৩ নং সোণাৰি সমষ্টিৰ সাপেখাতী মণ্ডলত আয়োজন বিজেপি দলৰ এক নিৰ্বাচনী প্ৰচাৰ সভা । সভাত দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে এই সভাত অঞ্চলটোৰ প্ৰায় দুই শতাধিক লোকে বিজেপিত যোগদান কৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।
    1
    জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ প্ৰসংগত আজি শিৱসাগৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰাক্তন কৃষক মুক্তিৰ ঐক্যমঞ্চৰ আহ্বায়ক সমিতিৰ সদস্য দুলু হাজৰিকাই। হাজৰিকাই স্পষ্টকৈ জনাইছে যে জুবিন গাৰ্গৰ দৰে এজন জাতীয় শিল্পীক লৈ কোনো ধৰণৰ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। ন্যায়িক বিষয়ত ৰাজনৈতিক মেৰপেঁচ সৃষ্টি নকৰিবলৈ সকীয়নি দি তেওঁ বিভিন্ন ৰাজনৈতিক দলক ক্ষুৰধাৰ সমালোচনা কৰে। জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোত সকলোকে একগোট হৈ কাম কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াত ৰাজনৈতিক স্বাৰ্থ নিহিত নাৰাখিবলৈ সতৰ্ক কৰি দিয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    22 hrs ago
  • SLUG _MAJULI SENIOR CITIZEN VOTE  মাজুলীত ৮৫ উৰ্দ্ধৰ আৰু বিশেষ ভাবে সক্ষম  ভোটাৰ ভোটদান। ৯ এপিলত সমগ্ৰ অসমতে হ'বলগীয়া এটা পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাঠো ৮ টা দিন বাকী থকা অৱস্থাত মাজুলী সমষ্টিতো ৮৫ বছৰ উদ্ধৰ পুৰুষ-মহিলা আৰু ৫০% ওপৰৰ বিশেষ ভাবে সক্ষম ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰিছে মাজুলী জিলা নিৰ্বাচনী বিভাগে। ৩১ মাৰ্চৰ পৰা ২ এপিললৈ চলিব এই ভোটদান প্ৰক্ৰিয়া। মাজুলীৰ ৫ টা দলে ঘৰে ঘৰে গৈ ৮৫ উৰ্দ্ধৰ পুৰুষ মহিলা আৰু বিশেষ ভাবে সক্ষম ব্যক্তিসকলৰ পোষ্টেল বেলট পেপাৰৰ জড়িয়তে ভোট সংগ্ৰহ কৰিছে। ঘৰতে ভোটদান কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি কৈছে ভোটাৰ সকলে। নিজৰ ঘৰতে ভোটদান কৰিবলৈ পাই আনন্দিত ককা আইতা  হত। এই  ভোট দান প্ৰক্ৰিয়াৰ জড়িয়তে ভোটৰ হাৰ বৃদ্ধি পাব।
    1
    SLUG _MAJULI SENIOR CITIZEN VOTE 
মাজুলীত ৮৫ উৰ্দ্ধৰ আৰু বিশেষ ভাবে সক্ষম  ভোটাৰ ভোটদান।
৯ এপিলত সমগ্ৰ অসমতে হ'বলগীয়া এটা পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাঠো ৮ টা দিন বাকী থকা অৱস্থাত মাজুলী সমষ্টিতো ৮৫ বছৰ উদ্ধৰ পুৰুষ-মহিলা আৰু ৫০% ওপৰৰ বিশেষ ভাবে সক্ষম ভোটাৰ সকলৰ ঘৰে ঘৰে গৈ ভোট সংগ্ৰহ কৰিছে মাজুলী জিলা নিৰ্বাচনী বিভাগে।
৩১ মাৰ্চৰ পৰা ২ এপিললৈ চলিব এই ভোটদান প্ৰক্ৰিয়া।
মাজুলীৰ ৫ টা দলে ঘৰে ঘৰে গৈ ৮৫ উৰ্দ্ধৰ পুৰুষ মহিলা আৰু বিশেষ ভাবে সক্ষম ব্যক্তিসকলৰ পোষ্টেল বেলট পেপাৰৰ জড়িয়তে ভোট সংগ্ৰহ কৰিছে।
ঘৰতে ভোটদান কৰিবলৈ পাই নিজকে সৌভাগ্যবান বুলি কৈছে ভোটাৰ সকলে।
নিজৰ ঘৰতে ভোটদান কৰিবলৈ পাই আনন্দিত ককা আইতা  হত।
এই  ভোট দান প্ৰক্ৰিয়াৰ জড়িয়তে ভোটৰ হাৰ বৃদ্ধি পাব।
    user_SANJIT SAIKIA
    SANJIT SAIKIA
    Video Creator মাজুলী, মাজুলী, অসম•
    15 hrs ago
  • শিশু সকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মৰঙি মৌজাৰ তেলগৰমত যোৱাতো বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ২ এপ্ৰিলত তেলগৰমৰ পাঁচজনকৈ সমাজ সচেতকৰ প্ৰচেষ্টাত তেলগৰম ত্ৰিবেণী সঙ্গীত কলা একাডেমিৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰা কিডজি ( Kid zee) বিদ্যালয়ৰ আজি প্ৰথম বৰ্ষপূৰ্তি তথা প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ সমগ্ৰ ভাৰতবৰ্ষতে শিশু সকলৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ বিজ্ঞানভিত্তিক আৰু বিশ্বমানৰ শিক্ষাৰ বাবে শিশুটিক প্ৰথমাৱস্থাৰ পৰাই গঢ় দিয়াৰ বাবে কিডজি বদ্ধপৰিকৰ৷ কিডজিৰ দৰে আগশাৰীৰ শিশু শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান তেলগৰমত গঢ়ি তোলাৰ বাবে ৰাইজে পৰিচালন সঞ্চালক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰে৷ শিশু সকলৰ বিভিন্ন নৃত্য - গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট শিশুপ্ৰেমী, অৱসৰপ্ৰাপ্ত শিক্ষক বাণীকান্ত ফুকনে শিশু বিদ্যালয়খনৰ নৱনিৰ্মীত গৃহ আৰু ধেমালি গৃহৰ দ্বাৰ উন্মোচন কৰে৷ অনুষ্ঠানত মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, সম্পাদক পৰাগজ্যোতি শইকীয়া, পৰিচালন সঞ্চালক পৰিষদৰ অৰুণ গগৈ,প্ৰমোদ দত্ত,মনোজ কুৰ্মী,মনু গগৈ,প্ৰণামিকা দত্ত সহ অভিভাৱক সকল আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷
    1
    শিশু সকলৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মৰঙি মৌজাৰ তেলগৰমত যোৱাতো বৰ্ষৰ আজিৰ দিনটোতে অৰ্থাৎ ২ এপ্ৰিলত তেলগৰমৰ পাঁচজনকৈ সমাজ সচেতকৰ প্ৰচেষ্টাত তেলগৰম ত্ৰিবেণী সঙ্গীত কলা একাডেমিৰ বাকৰিত প্ৰতিষ্ঠা লাভ কৰা কিডজি ( Kid zee) বিদ্যালয়ৰ আজি প্ৰথম বৰ্ষপূৰ্তি তথা প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ সমগ্ৰ ভাৰতবৰ্ষতে শিশু সকলৰ বাবে প্ৰাক্ প্ৰাথমিক শিক্ষাৰ বিজ্ঞানভিত্তিক আৰু বিশ্বমানৰ শিক্ষাৰ বাবে শিশুটিক প্ৰথমাৱস্থাৰ পৰাই গঢ় দিয়াৰ বাবে কিডজি বদ্ধপৰিকৰ৷ কিডজিৰ দৰে আগশাৰীৰ শিশু শিক্ষাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান তেলগৰমত গঢ়ি তোলাৰ বাবে ৰাইজে পৰিচালন সঞ্চালক মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰে৷ শিশু সকলৰ বিভিন্ন নৃত্য - গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট শিশুপ্ৰেমী, অৱসৰপ্ৰাপ্ত শিক্ষক বাণীকান্ত ফুকনে শিশু বিদ্যালয়খনৰ নৱনিৰ্মীত গৃহ আৰু ধেমালি গৃহৰ দ্বাৰ উন্মোচন কৰে৷ অনুষ্ঠানত মৰঙি প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, সম্পাদক পৰাগজ্যোতি শইকীয়া, পৰিচালন সঞ্চালক পৰিষদৰ অৰুণ গগৈ,প্ৰমোদ দত্ত,মনোজ কুৰ্মী,মনু গগৈ,প্ৰণামিকা দত্ত সহ অভিভাৱক সকল আৰু বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকল উপস্থিত থাকে৷
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    1 hr ago
  • Post by Mahendra Pqgag
    1
    Post by Mahendra Pqgag
    user_Mahendra Pqgag
    Mahendra Pqgag
    গহপুৰ, বিশ্বনাথ, অসম•
    4 hrs ago
  • শামুকজুলী গাঁও অংগনা বাঢ়ি আহিছে
    2
    শামুকজুলী গাঁও অংগনা বাঢ়ি আহিছে
    user_Rabi Rongphar
    Rabi Rongphar
    Biswanath, Assam•
    1 hr ago
  • অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লগতে ৯ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া নিৰ্বাচনী জিলাত উপস্থিত হৈছেহি ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক ৷ তিনিচুকীয়াত উপস্থিত হৈ ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আজি কচুজান খেলপথাৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ সজাগতামূলক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰাৰ লগতে উক্ত চাইকেল ৰেলীত অংশগ্ৰহণ কৰি সকলোকে উৎসাহ প্ৰদান কৰে। তেওঁ কোনো ভয় অথবা শংকাৰ বশৱৰ্তী নহৈ বিবেক ভোট দি এখন শক্তিশালী ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা লবলৈ সকলোকে আহ্বান জনায়। আজিৰ এই ভোটাৰ সজাগতামূলক চাইকেল ৰেলীত SVEEP কোষৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, পেৰা-চাইক্লিষ্ট তথা ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে অসমৰ বিভিন্ন জিলাত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ যোগাবৰ বাবে চাইকেল যাত্ৰা আৰম্ভ কৰিছে।
    1
    অসম বিধানসভা নিৰ্বাচন-২০২৬ ৰ পৰিপ্ৰেক্ষিতত ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লগতে ৯ এপ্ৰিলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে তিনিচুকীয়া নিৰ্বাচনী জিলাত উপস্থিত হৈছেহি ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিক  ৷ তিনিচুকীয়াত উপস্থিত হৈ ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে তিনিচুকীয়া নিৰ্বাচনী জিলাৰ SVEEP কোষৰ উদ্যোগত আজি কচুজান খেলপথাৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ সজাগতামূলক চাইকেল ৰেলীৰ ফ্লেগ অফ কৰাৰ লগতে উক্ত চাইকেল ৰেলীত অংশগ্ৰহণ কৰি সকলোকে উৎসাহ প্ৰদান কৰে। তেওঁ কোনো ভয় অথবা শংকাৰ বশৱৰ্তী নহৈ বিবেক ভোট দি এখন শক্তিশালী ৰাষ্ট্ৰ গঠনত সক্ৰিয় ভূমিকা লবলৈ সকলোকে আহ্বান জনায়। আজিৰ এই ভোটাৰ সজাগতামূলক চাইকেল ৰেলীত SVEEP কোষৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ক্ৰীড়াবিদসকলে অংশগ্ৰহণ কৰে। 
উল্লেখযোগ্য যে, পেৰা-চাইক্লিষ্ট তথা ৰাজ্যিক SVEEP আইকন ৰাকেশ বণিকে অসমৰ বিভিন্ন জিলাত ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহ যোগাবৰ বাবে  চাইকেল যাত্ৰা আৰম্ভ কৰিছে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    22 hrs ago
  • ৰাজ্যত নিৰ্বাচনৰ বতৰ । প্ৰতিকূল বতৰৰ মাজতো নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল । বিশেষকৈ প্ৰধান প্ৰতিদ্বন্দি কংগ্ৰেছ বিজেপি । বিজেপি দলৰ হৈ এইবাৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন যোৰহাট লোকসভা সাংসদ তথা সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে আবেলি আৰু সন্ধিয়া সোণাৰি সমষ্টিৰ টিঙালীবাম চাহ বাগিচা আইদেউ পুখুৰী চাহ বাগিচাৰ লগতে কেইবাটাও স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগত দলৰ হৈ নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে
    1
    ৰাজ্যত নিৰ্বাচনৰ বতৰ । প্ৰতিকূল বতৰৰ মাজতো নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দল । বিশেষকৈ প্ৰধান প্ৰতিদ্বন্দি কংগ্ৰেছ বিজেপি । 
বিজেপি দলৰ হৈ এইবাৰ টিকটৰ পৰা বঞ্চিত প্ৰাক্তন যোৰহাট লোকসভা সাংসদ তথা সোণাৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তপন কুমাৰ গগৈয়ে 
আবেলি আৰু সন্ধিয়া সোণাৰি সমষ্টিৰ টিঙালীবাম চাহ বাগিচা আইদেউ পুখুৰী চাহ বাগিচাৰ লগতে কেইবাটাও স্থানত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ লগত দলৰ হৈ নিৰ্বাচন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • খুমটাই বিধান সভা সমষ্টিৰ মৰঙিত ঝাৰখণ্ডৰ মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ সভা। ভাষন প্ৰসংগত মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি শাসিত চৰকাৰ খনক।অসমৰ অৱস্থা ডাৱল ইঞ্জিন চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও শোচনীয়। বিশেষকৈ গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা সকলোৰে অৱস্থা অতিকৈ শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত চাহ শ্ৰমিকৰ অৱস্থা অতি দুখ লগা।
    2
    খুমটাই  বিধান  সভা সমষ্টিৰ  মৰঙিত ঝাৰখণ্ডৰ  মূখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ প্ৰচাৰ  সভা। ভাষন  প্ৰসংগত  মূখ্যমন্ত্ৰী গৰাকীয়ে ক্ষুৰধাৰ সমালোচনা  কৰে  বিজেপি  শাসিত চৰকাৰ খনক।অসমৰ  অৱস্থা  ডাৱল  ইঞ্জিন  চৰকাৰৰ দিনত ঝাৰখণ্ড তকৈও  শোচনীয়। বিশেষকৈ  গাঁও অঞলৰ পথ, মানুহৰ ঘৰ দুৱাৰ, বিজুলী ব্যৱস্থা  সকলোৰে  অৱস্থা  অতিকৈ  শোচনীয়। ডাৱল ইঞ্জিন চৰকাৰৰ দিনত  চাহ শ্ৰমিকৰ অৱস্থা অতি  দুখ লগা।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.