Shuru
Apke Nagar Ki App…
পেটবঢ়া অঞ্চলৰ বিশিষ্ট ব্যক্তি, শিক্ষাবিদ প্ৰয়াত মনিৰাম বৰাৰ স্মৃতিচাৰণ সভা। উত্তৰ পেটবঢ়াত ১৯৩৫ চনৰ ১০ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট শিক্ষক, শিক্ষাবিদ, লেখক, অভিনেতা, সমাজ সংগঠক মনিৰাম বৰাই যোৱা ২২ মাৰ্চ, ২০২৬ তিৰিখে ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ বাসগৃহত শ্ৰাদ্ধ কৰ্মৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মণিৰাম বৰাৰ পুত্ৰ লক্ষ্যজ্যোতি বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ভকচং কলেজৰ বিষয় শিক্ষক ৰেবকান্ত হাজৰিকাই। এই স্মৃতিচাৰণ সভাতে প্ৰয়াত শিক্ষাবিদ মণিৰাম বৰাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ "মণিবীক্ষণ" উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট অভিনেতা, সমাজকৰ্মী, অসম চৰকাৰৰ প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে।
ৰূপহী অসম দৈনিক

More news from Nagaon and nearby areas
- চামগুৰিৰ AIUDF ৰ প্ৰাৰ্থী আব্দুল আজিজক তীব্ৰ ভাষাৰে কটাক্ষ পুৰণি AIUDF ন কংগ্ৰেছী মফিজুল ইছলামে1
- Post by Sujan Das1
- কংগ্ৰেছৰ মিত্ৰজোঁটৰ অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ নিৰ্বাচনী প্ৰচাৰ আৰু কাৰ্যালয় উদ্বোধন৷ মৰিগাঁও কোৱঁৰগাঁৱৰ নাট্যমঞ্চত প্ৰায় শতাধিক ভোটাৰৰ মন জয় কৰি এই প্ৰচাৰ অভিযান৷ প্ৰচাৰ সভাত উপস্থিত কংগ্ৰেছৰ জেষ্ঠ নেতা শশীমোহন বিশ্বাস,ধৰণীধৰ বৰগোহাঞি,প্ৰবিন শইকীয়া,সীমান্ত হাজৰিকা কে ধৰি মৰিগাঁও ৫৪ নং বিধানসভা সমষ্টি অজাপৰ প্ৰাৰ্থী বাণীকান্ত দাস৷2
- Post by Mahesh kumar das1
- Post by MOHAN HAZARIKA1
- বাদুড়িআ থানা বোসাআটথানাভতফৌপূপূসৌঢদড2
- উত্তৰ পেটবঢ়াত ১৯৩৫ চনৰ ১০ জানুৱাৰীত জন্মগ্ৰহণ কৰা বিশিষ্ট শিক্ষক, শিক্ষাবিদ, লেখক, অভিনেতা, সমাজ সংগঠক মনিৰাম বৰাই যোৱা ২২ মাৰ্চ, ২০২৬ তিৰিখে ৯২ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ইহলীলা সম্বৰণ কৰে। আজি তেখেতৰ বাসগৃহত শ্ৰাদ্ধ কৰ্মৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। মণিৰাম বৰাৰ পুত্ৰ লক্ষ্যজ্যোতি বৰাই আঁত ধৰা স্মৃতিচাৰণ সভাখনিত সভাপতিত্ব কৰে ভকচং কলেজৰ বিষয় শিক্ষক ৰেবকান্ত হাজৰিকাই। এই স্মৃতিচাৰণ সভাতে প্ৰয়াত শিক্ষাবিদ মণিৰাম বৰাৰ স্মৃতিত এখনি স্মৃতিগ্ৰন্থ "মণিবীক্ষণ" উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট অভিনেতা, সমাজকৰ্মী, অসম চৰকাৰৰ প্ৰাক্তন মীন মন্ত্ৰী উমেশ চন্দ্ৰ দাসে।1
- Post by Sujan Das3
- Post by Mahesh kumar das1