ৰঙাজান যুৱ সংঘৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ২৪ সংখ্যক ঐতিহ্যমণ্ডিত ৰঙাজান কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞাক 'সাংবাদিকতাৰ জীৱনজোৰা সাধনা আৰু সংগঠক বঁটা প্ৰদান। বিহ সন্মিলনৰ বিশাল সমাৱেশত যোৱা নিশা উদযাপন সমিতিৰ বিষয়ববীয়া হেমা চৌধুৰী গগৈয়ে পৰিচালনা কৰা মুকলি সভাত উদযাপন সমিতিৰ সভাপতি ৰক্তিম বৰা, সম্পাদক মানৱ গগৈ, মুখ্য সাংস্কৃতিক সম্পাদক দিপাংকৰ বৰা,অৰূপ মেচ, অন্যতম কাৰ্যসূচী সভাপতি ডেনিছ বৰা আদি বিষয়ববীয়া সকল উপস্থিত থাকি উক্ত বঁটা প্ৰদান কৰে। মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ ডীন ড° দেৱজিৎ ফুকন। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱা, সমাজকৰ্মী দেৱজিৎ দাধৰা,ৰূপা দাধৰা, দিগন্ত বৰা, বিপুল শইকীয়া, শোভন কোঁৱৰ,মুকন্দ গগৈ আদি বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙাজান কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বিভিন্ন প্ৰতিযোগিতা, গীত-মাতেৰে মুখৰিত হৈ পৰে।

- হয় এই দৃশ্য নুমলীগড় নগৰাঞ্চলৰ কুঞ্জকাননৰ। কুঞ্জকাননত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বসন্ত উৎসৱৰ আজি অন্ত পৰে। নুমলীগড় নগৰাঞ্চল বাসিন্দা সকলে প্ৰত্যেক বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰে বসন্ত উৎসৱ।সাংস্কৃতিক সন্ধ্যাত অনুষ্ঠান পৰিৱেশন কৰে লতাশিল বিহু সম্ৰাজ্ঞী ২০২৬ সংগীতা ৰাভা, অসমৰ জনপ্ৰিয় হুচৰি দল চৰাইদেউ হুচৰি দলৰ।2
- Post by Assam Update1
- Post by KHABAR 24 BISWANATH1
- বিহালী: দিনটো জ্বলে, ৰাতিও জ্বলে লাইট ৷ কিন্তু পোহাৰত কাকো দেখা পোৱা নাযায় এইটো কাৰ্যালয়ত, কাৰণ দুৱাৰত ওলমি থাকে প্ৰকাণ্ড প্ৰকাণ্ড তলা ৷ একাংশ চৰকাৰী কৰ্মীচাৰীৰ কাণ্ডজ্ঞানহীন কামৰ বাবে দিনটো জ্বলে ৰাতিও জ্বলে বাল্ব ৷ যিসময়ত ৰাজ্যত বিদ্যুতৰ নাটনি আৰু উচ্চ হাৰত অহা বিদ্যুৎ মাচুলৰ বাবে চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে ৰাইজ, তেনে স্থলত চৰকাৰী কাৰ্যালয়ত বিদ্যুৎ অপচয়ৰ ঘটনা সংঘটিত হৈছে ৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত হোৱা বিদ্যুৎ অপচয় ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল চৰকাৰৰ দ্বাৰা ৷ বিদ্যুৎ মাচুল ৰাহি কৰাৰ লগতে বিদ্যুতৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও বিশ্বনাথ জিলাৰ বিহালীৰ চেৰেলীত অৱস্থিত লোকনিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সহায়ক কাৰ্যনির্বাহী অভিযন্তা কাৰ্যলয়ৰ অধীনত থকা কাৰ্যালয়ত সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে । দিন-ৰাতি অৰ্থাৎ সকলো সময়তে জ্বলি থাকে কাৰ্যালয়টোত থকা কেইবাটাও বাল্ব ৷ যাৰ ফলত বিদ্যুৎ অপচয় হৈছে ।1
- লংকাত বিজেপিৰ হোজাই জিলা মহিলা মৰ্চাৰ প্ৰতিবাদ। কংগ্ৰেছে মহিলা বিৰোধী স্থিতিক লৈ লংকাত সাব্যস্ত কৰে প্ৰতিবাদ।1
- Post by Tiniali gaon ward 101
- Post by অঞ্জন শইকীয়া1
- Post by Assam Update1