logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কাছাড়ে ধোলাইয়ের লায়লা পুর পুলিশ জোরদার অভিযানে কোটি টাকার হেয়ারইন উদ্ধার কাছাড়ে ধোলাইয়ের লায়লা পুর পুলিশ জোরদার অভিযানে কোটি টাকার হেয়ারইন উদ্ধার

4 hrs ago
user_Hibjur Rahman Barbhuiya
Hibjur Rahman Barbhuiya
শিলচৰ, কাছাৰ, অসম•
4 hrs ago

কাছাড়ে ধোলাইয়ের লায়লা পুর পুলিশ জোরদার অভিযানে কোটি টাকার হেয়ারইন উদ্ধার কাছাড়ে ধোলাইয়ের লায়লা পুর পুলিশ জোরদার অভিযানে কোটি টাকার হেয়ারইন উদ্ধার

More news from অসম and nearby areas
  • অসম ত্রিপুরা সীমান্তের কদমতলা বাজারে বিজেপি দলের বিজয় মিছিল অসম ত্রিপুরা সীমান্তের কদমতলা বাজারে বিজেপি দলের বিজয় মিছিল
    3
    অসম ত্রিপুরা সীমান্তের কদমতলা বাজারে বিজেপি দলের বিজয় মিছিল 
অসম ত্রিপুরা সীমান্তের কদমতলা বাজারে বিজেপি দলের বিজয় মিছিল
    user_Rahul Das
    Rahul Das
    Local News Reporter পাথৰকান্দি, কৰিমগঞ্জ, অসম•
    42 min ago
  • Post by Sanjeev biswas
    1
    Post by Sanjeev biswas
    user_Sanjeev biswas
    Sanjeev biswas
    ডংকা, পশ্চিম কাৰ্বি আংলং, অসম•
    13 hrs ago
  • মখদুমপুৰ খণ্ডৰ কয়লী গাঁৱত অহা ১২ মে'ত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰত শিশু, দাঁত, চকু, মহিলা, হাড়ৰ লগতে সাধাৰণ ৰোগৰ বিশেষজ্ঞ চিকিৎসকসকলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰিব। গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ লোকসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য।
    1
    মখদুমপুৰ খণ্ডৰ কয়লী গাঁৱত অহা ১২ মে'ত এখন বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰত শিশু, দাঁত, চকু, মহিলা, হাড়ৰ লগতে সাধাৰণ ৰোগৰ বিশেষজ্ঞ চিকিৎসকসকলে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু ঔষধ প্ৰদান কৰিব। গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ লোকসকলক উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাই ইয়াৰ মূল উদ্দেশ্য।
    user_वाणावर न्यूज़
    वाणावर न्यूज़
    पत्रकार Aquqhnaqua•
    6 hrs ago
  • উত্তৰ বৰবিল বীনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। বিদ্যালয়খনে এক বিশেষ আয়োজনৰে কবিগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
    3
    উত্তৰ বৰবিল বীনাপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয়। বিদ্যালয়খনে এক বিশেষ আয়োজনৰে কবিগুৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
    user_Babul Chandra Majumder
    Babul Chandra Majumder
    Farmer ফুলনি, কাৰ্বি আংলং, অসম•
    23 hrs ago
  • চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ সন্দৰ্ভত সংবাদমেল সম্বোধন নগাঁও জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ। ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ। নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী। আৰক্ষীয়ে ডকাইতৰ দলটোৰ স্বীকাৰোক্তি ভিত্তিত নগাঁও মৰিকলঙৰ পৰিতক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহৃত দুখনকৈ দা। আৰক্ষীয়ে জব্দ কৰিছে ডকাইতি কাণ্ডটোত ব্যৱহৃত AR01M 4013 নম্বৰৰ এখন বলেৰো বাহন। সোধপোছৰ বাবে মতা হৈছে বাহন খনৰ গৰাকীক। আৰক্ষীয়ে ডকাইত কেইটাৰ মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে ৰঞ্জিত শইকীয়াৰ পৰা লুটি নিয়া নকল সোণৰ গহনাৰ ফটো। পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘটনাটোৰ লগত জড়িত উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলাম নামৰ ডকাইত তিনিটাক। ডকাইতি কাণ্ডটোৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰি দিছে SIT।
    1
    চাঞ্চল্যকৰ মৰিকলং ডকাইতি কাণ্ডৰ সন্দৰ্ভত সংবাদমেল সম্বোধন নগাঁও জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ।
ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ।
নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী।
আৰক্ষীয়ে ডকাইতৰ দলটোৰ স্বীকাৰোক্তি ভিত্তিত নগাঁও মৰিকলঙৰ পৰিতক্ত স্থানৰ পৰা উদ্ধাৰ কৰিছে ঘটনাত ব্যৱহৃত দুখনকৈ দা।
আৰক্ষীয়ে জব্দ কৰিছে ডকাইতি কাণ্ডটোত ব্যৱহৃত AR01M 4013 নম্বৰৰ এখন বলেৰো বাহন।
সোধপোছৰ বাবে মতা হৈছে বাহন খনৰ গৰাকীক।
আৰক্ষীয়ে ডকাইত কেইটাৰ মোবাইল ফোনৰ পৰা উদ্ধাৰ কৰিছে ৰঞ্জিত শইকীয়াৰ পৰা লুটি নিয়া নকল সোণৰ গহনাৰ ফটো।
পূৰ্বতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘটনাটোৰ লগত জড়িত উমৰ আলী, মিন্টু হুছেইন আৰু নাজিৰুল ইছলাম নামৰ ডকাইত তিনিটাক।
ডকাইতি কাণ্ডটোৰ তদন্তৰ বাবে জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গঠন কৰি দিছে SIT।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    1 hr ago
  • মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পয়ালগা ৰূপ। ট্ৰলীৰ অভাৱত জাবৰ পেলোৱা ঠেলাত উঠাই চিকিৎসকৰ ওচৰলৈ নিলে ৰোগী। ঠেলাত ৰোগী লৈ যোৱা এইয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ দৃশ্য। মৰিগাঁও জিলাৰ তিনিজন শ্বহীদ ক্ৰমে তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ নামত উচৰ্গীত চিকিৎসালয় খনৰ পয়ালগা অৱস্থাৰ বাবে দুৰ্ভুগ ভুগি আহিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগী সকল। বহু দিনৰ পৰা ষ্টেচাৰ আৰু ট্ৰলি অবিহনে চলি আছে চিকিৎসালয় খন। আজিও পোৱাৰ ভাগত মৰিগাঁও জিলাৰ মনহাৰ পৰা দিপু ডেকা নামৰ ৰোগী জনক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল পৰিয়ালে। কিন্তু ৰোগী জন লৈ চিকিৎসালয় পোৱাৰ পিছত এখন ট্ৰলিৰ অভাৱত গাড়ীৰ পৰা চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল ৰোগী জন। শেষত ৰোগী দিপু ডেকাৰ পৰিয়ালে চিকিৎসালয় খন বিচাৰি বহু সময়ৰ অন্তত চিকিৎসালয় মৰ্গৰ ওচৰৰ পৰা জাবৰ পেলোৱা কামত ব্যৱহাৰ কৰা এখন ঠেলা যোগাৰ কৰি এখন ভঙা ট্ৰলীৰ সহায়ত ঠেলাত উঠাই ৰোগী জন চিকিৎসকৰ কাষলৈ নিয়ে।
    1
    মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ পয়ালগা ৰূপ। ট্ৰলীৰ অভাৱত জাবৰ পেলোৱা ঠেলাত উঠাই চিকিৎসকৰ ওচৰলৈ নিলে ৰোগী।
ঠেলাত ৰোগী লৈ যোৱা এইয়া মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ দৃশ্য। মৰিগাঁও জিলাৰ তিনিজন শ্বহীদ ক্ৰমে তিলক ডেকা, হেমৰাম পাটৰ আৰু গুণাভিৰাম বৰদলৈৰ নামত উচৰ্গীত চিকিৎসালয় খনৰ পয়ালগা অৱস্থাৰ বাবে দুৰ্ভুগ ভুগি আহিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰোগী সকল। বহু দিনৰ পৰা ষ্টেচাৰ আৰু ট্ৰলি অবিহনে চলি আছে চিকিৎসালয় খন। আজিও পোৱাৰ ভাগত মৰিগাঁও জিলাৰ মনহাৰ পৰা দিপু ডেকা নামৰ ৰোগী জনক চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনিছিল পৰিয়ালে। কিন্তু ৰোগী জন লৈ চিকিৎসালয় পোৱাৰ পিছত এখন ট্ৰলিৰ অভাৱত গাড়ীৰ পৰা চিকিৎসকৰ ওচৰলৈ নিব পৰা নাছিল ৰোগী জন। শেষত ৰোগী দিপু ডেকাৰ পৰিয়ালে চিকিৎসালয় খন বিচাৰি বহু সময়ৰ অন্তত চিকিৎসালয় মৰ্গৰ ওচৰৰ পৰা জাবৰ পেলোৱা কামত ব্যৱহাৰ কৰা এখন ঠেলা যোগাৰ কৰি এখন ভঙা ট্ৰলীৰ সহায়ত ঠেলাত উঠাই ৰোগী জন চিকিৎসকৰ কাষলৈ নিয়ে।
    user_প্ৰশান্ত মেধি
    প্ৰশান্ত মেধি
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • পূৰ্বে শুভেন্দু দুৰ্নীতিগ্ৰস্ত আছিল... বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী কৰিছিল ২০২৬ চনৰ মে' মাহৰ তথ্য অনুসৰি, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ পিছত, বিজেপিয়ে শুভেন্দু অধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ৯ মে' ২০২৬ তাৰিখে শপত গ্ৰহণ কৰে।
    1
    পূৰ্বে শুভেন্দু দুৰ্নীতিগ্ৰস্ত আছিল... বিজেপিয়ে তেওঁক মুখ্যমন্ত্ৰী কৰিছিল
২০২৬ চনৰ মে' মাহৰ তথ্য অনুসৰি, পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ পিছত, বিজেপিয়ে শুভেন্দু অধিকাৰীক ৰাজ্যখনৰ প্ৰথমজন বিজেপি মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। তেওঁ ৯ মে' ২০২৬ তাৰিখে শপত গ্ৰহণ কৰে।
    user_Bittuahmed
    Bittuahmed
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • হোজাইৰ উত্তৰ বিদ্যানগৰত নিৰাপত্তা ব্যৱস্থা নথকাক লৈ ৫জি টাৱাৰ স্থাপনত মহিলা অঞ্জলি দেই বাধা দিছে। স্থানীয় একাংশ লোকে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে আৰু টাৱাৰ কৰ্তৃপক্ষই চৰকাৰী নিয়ম নামানি কাম কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে হোজাইৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে।
    1
    হোজাইৰ উত্তৰ বিদ্যানগৰত নিৰাপত্তা ব্যৱস্থা নথকাক লৈ ৫জি টাৱাৰ স্থাপনত মহিলা অঞ্জলি দেই বাধা দিছে। স্থানীয় একাংশ লোকে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ অভিযোগ উঠিছে আৰু টাৱাৰ কৰ্তৃপক্ষই চৰকাৰী নিয়ম নামানি কাম কৰি আছে। ভুক্তভোগী মহিলাগৰাকীয়ে হোজাইৰ জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    7 hrs ago
  • মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই আহ্বান জনাইছে মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰ পৰিচালনা সমিতিৰ হিচাপ পৰীক্ষক পৱন মেধিয়ে।
    1
    মৰিগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰামাকান্ত দেউৰীক বিজেপি চৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনোৱা হৈছে। এই আহ্বান জনাইছে মৰিগাঁও শ্ৰী শ্ৰী বৰ্ণসত্ৰ পৰিচালনা সমিতিৰ হিচাপ পৰীক্ষক পৱন মেধিয়ে।
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    10 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.