logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বোকাখাতত অঘটন! কাৰেন্টৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ কৰ্মচাৰীৰ অকাল মৃ/ত্যু/ 🚨 বোকাখাতত অঘটন! কাৰেন্টৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ কৰ্মচাৰীৰ অকাল মৃ/ত্যু/ বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলতেই ফিক্সড-পে’ অস্থায়ী কৰ্মচাৰীগৰাকীৰ মৃ/ত্যু/ হোৱাৰ অভিযোগ। দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত তদন্ত আৰু কঠোৰ ব্যৱস্থাৰ দাবী পৰিয়ালৰ। . . . . #Bokakhat #nonfollowers #BreakingNews #ElectricityDepartment #FocusAxom24

4 hrs ago
user_ভাস্কৰ জ্যোতি দত্ত
ভাস্কৰ জ্যোতি দত্ত
Local News Reporter বোকাখাত, গোলাঘাট, অসম•
4 hrs ago
492d5351-6421-42ba-b0af-642282f5e7a0

বোকাখাতত অঘটন! কাৰেন্টৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ কৰ্মচাৰীৰ অকাল মৃ/ত্যু/ 🚨 বোকাখাতত অঘটন! কাৰেন্টৰ কাম কৰি থকা অৱস্থাত বিদ্যুৎ কৰ্মচাৰীৰ অকাল মৃ/ত্যু/ বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলতেই ফিক্সড-পে’ অস্থায়ী কৰ্মচাৰীগৰাকীৰ মৃ/ত্যু/ হোৱাৰ অভিযোগ। দোষী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে উচিত তদন্ত আৰু কঠোৰ ব্যৱস্থাৰ দাবী পৰিয়ালৰ। . . . . #Bokakhat #nonfollowers #BreakingNews #ElectricityDepartment #FocusAxom24

More news from অসম and nearby areas
  • মৰঙিত হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    1
    মৰঙিত  হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ বন কৰ্মী সকলে পাতিলে পূজা। 
হাতী খেদিবলৈ বা আতৰাই পঠাবলৈ হাতত  নাই কোনো বন্দুক, বমা, ফটকা তাৰ বিপৰীতে আছে ধূপ,বন্তি, ফুল তুলসী। 
মৰঙিত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ। প্ৰতিদিনাই বিভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ত্ৰাস। ঘৰ দুৱাৰ খেতিপথাৰ কৰিছে অনিষ্ট। বন বিভাগৰ লোক সকলেও বন্যহস্তী আতৰাই বা খেদি পঠাবলৈ দৈনিক কৰি আহিছে চেষ্টা। এইবাৰ মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মী সকলে হাতী মানুহৰ সংঘাতৰ পৰা পৰিত্ৰাণ বিচাৰি বিজুলী বনাঞ্চলৰ মাজত আগবঢ়ালে পূজা অৰ্চনা ।
    user_The TIME marangi
    The TIME marangi
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    10 hrs ago
  • # জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। # পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক খুন্দাত মাৰিলে এখন বলেৰ গাড়ীয়ে। # বিধ্বস্ত দুয়োখন বাহন। Anchor- জামুগুৰিহাটৰ কুসুমটোলাত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুঁৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক এখন তীব্ৰবেগী বলেৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুয়োখন গাড়ীয়েই সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীও আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ীখনৰ নম্বৰ হ'লAS 01GF 0464 আৰু আনখন আৰটিৰ্গা গাড়ীৰ নম্বৰ হ'ল AS 32 A 4162 ।
    4
    # জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা।
# পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক খুন্দাত মাৰিলে এখন বলেৰ গাড়ীয়ে।
# বিধ্বস্ত দুয়োখন বাহন।

Anchor- জামুগুৰিহাটৰ কুসুমটোলাত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুঁৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক এখন তীব্ৰবেগী বলেৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত  হয়। দুৰ্ঘটনাত দুয়োখন গাড়ীয়েই সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীও আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ীখনৰ নম্বৰ হ'লAS 01GF 0464 আৰু আনখন আৰটিৰ্গা গাড়ীৰ নম্বৰ হ'ল AS 32 A 4162 ।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    9 hrs ago
  • মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব
    1
    মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব 
মাগুৰমাৰী কুতুব খানাত যিকোনো ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰা হয় আপোনি আপোনাৰ পুৰণি ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিং কৰাব পাৰিব
    user_Guljar Hussein
    Guljar Hussein
    Local News Reporter চামাগুৰি, নগাঁও, অসম•
    15 hrs ago
  • ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    1
    ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    3 hrs ago
  • চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    1
    চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। 
চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 
ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে।
চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।
    user_AM News 24
    AM News 24
    Newsagent ৰূপাহী, নগাঁও, অসম•
    5 hrs ago
  • Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।
    1
    Breaking
চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন  লৈ উধাও চোৰ। 

    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • ভূমি আৰু অস্তিত্বৰ প্ৰশ্নত আপোচ নকৰাৰ স্পষ্ট বাৰ্তা লুৰিণজ্যোতি গগৈৰ। 🛑 লুৰিণজ্যোতি গগৈৰ হুংকাৰ: প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবী 🛑ভূমিপুত্ৰৰ অধিকাৰৰ হৈ মাত মাতি NSA গোচৰত কাৰাৰুদ্ধ হৈ থকা প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবী জনালে লুৰিণজ্যোতি গগৈয়ে। 🛑 ইংলে পথাৰৰ প্ৰকল্পকে ধৰি কোনো বৃহৎ প্ৰকল্পই খিলঞ্জীয়া-জনজাতীয় লোকৰ সন্মতি অবিহনে আৰু যথাযথ ৰাজহুৱা শুনানি নকৰাকৈ তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰাটো মানি লোৱা নহ’ব বুলি হুংকাৰ। 🛑 উন্নয়নৰ নামত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰি—ভূমি আৰু অস্তিত্বৰ প্ৰশ্নত আপোচ নকৰাৰ স্পষ্ট বাৰ্তা লুৰিণজ্যোতি গগৈৰ। . . . . #LurinjyotiGogoi #PranabDoley #LandRights #IndigenousRights #AssamNews
    1
    ভূমি আৰু অস্তিত্বৰ প্ৰশ্নত আপোচ নকৰাৰ স্পষ্ট বাৰ্তা লুৰিণজ্যোতি গগৈৰ।
🛑 লুৰিণজ্যোতি গগৈৰ হুংকাৰ: প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবী
🛑ভূমিপুত্ৰৰ অধিকাৰৰ হৈ মাত মাতি NSA গোচৰত কাৰাৰুদ্ধ হৈ থকা প্ৰণৱ দলেৰ বিনাচৰ্তে মুক্তিৰ দাবী জনালে লুৰিণজ্যোতি গগৈয়ে।
🛑 ইংলে পথাৰৰ প্ৰকল্পকে ধৰি কোনো বৃহৎ প্ৰকল্পই খিলঞ্জীয়া-জনজাতীয় লোকৰ সন্মতি অবিহনে আৰু যথাযথ ৰাজহুৱা শুনানি নকৰাকৈ তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰাটো মানি লোৱা নহ’ব বুলি হুংকাৰ।
🛑 উন্নয়নৰ নামত খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব নোৱাৰি—ভূমি আৰু অস্তিত্বৰ প্ৰশ্নত আপোচ নকৰাৰ স্পষ্ট বাৰ্তা লুৰিণজ্যোতি গগৈৰ।
.
.
.
.
#LurinjyotiGogoi #PranabDoley #LandRights #IndigenousRights #AssamNews
    user_ভাস্কৰ জ্যোতি দত্ত
    ভাস্কৰ জ্যোতি দত্ত
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    3 hrs ago
  • কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ
    1
    কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এমএচি শ্ৰৱণ কুমাৰ তেলেংগা অসুস্থ
    user_Bokajan TV
    Bokajan TV
    ডিফু, কাৰ্বি আংলং, অসম•
    7 hrs ago
  • *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে। *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন* *২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়। সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে। নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়। অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে। অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে।
    1
    *হোজাইত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন সফলভাৱে সম্পন্ন*

*২৫ আগষ্ট,* হোজাই: সাহিত্য-সংস্কৃতিৰ প্ৰতি নৱপ্ৰজন্মৰ আগ্ৰহ বৃদ্ধি আৰু কবিতাৰ চৰ্চাক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে নৱপ্ৰজন্মৰ কেইবাগৰাকী লেখকৰ উদ্যোগত গঠিত ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন ২৩ আগষ্টত হোজাইত সফলভাৱে অনুষ্ঠিত হয়।
সাহিত্যপ্ৰেমী, বিশিষ্ট কবি-সাহিত্যিক, নৱপ্ৰজন্মৰ উদীয়মান কবি-লেখক তথা বিভিন্ন ক্ষেত্ৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদানৰ সময়ত অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু আৱেগ প্ৰকাশ কৰি গোটটোৰ প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদে আবেগিক হৈ পৰে।

নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিয়াৰ উদ্দেশ্যে ৰাজুল আহমেদে ‘শব্দৰ জোনাকত কবিতাৰ খেলা, অসম’ৰ জৰিয়তে নতুন প্ৰতিভাসমূহক মঞ্চ প্ৰদান, কবিতা চৰ্চাৰ পৰিৱেশ সৃষ্টি আৰু অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি যুৱ প্ৰজন্মক অধিক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা বুলি জানিব পৰা যায়।

অধিৱেশনত কবিতা পাঠ, সাহিত্যিক আলোচনা, সম্বৰ্ধনা,২০ গৰাকী নৱপ্ৰজন্মৰ উদীয়মান কবিক কাব্য জ্যোতি সন্মান ২০২৬প্ৰদানকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। নৱপ্ৰজন্মৰ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ প্ৰসাৰ, চৰ্চা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বাবে প্ৰতিষ্ঠাপক সম্পাদক ৰাজুল আহমেদক ভূয়সী প্ৰশংসাৰে উপচাই দিয়ে উপস্থিত বিশিষ্ট কবি সাহিত্যিক সকলে।
অনুষ্ঠানটোৱে নৱপ্ৰজন্মৰ কবি-সাহিত্যিকসকলক একত্ৰিত কৰি সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ ভৱিষ্যৎ প্ৰজন্মৰ মাজত সাহিত্যিক চেতনাক অধিক শক্তিশালী কৰাৰ এক ইতিবাচক বাৰ্তা বহন কৰে।

    user_Daily Time
    Daily Time
    Newsagent ৰূপাহী, নগাঁও, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.