MAJULI BREAKING মাজুলীত নিৰ্বাচনকেন্দ্ৰিক হিংসা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘাত । বিজেপি কৰ্মীৰ চোকা অস্ত্ৰৰ আক্ৰমনত আহত তিনি মহিলা বিজেপি কৰ্মীৰ আক্ৰমণত আহত তিনি গৰাকী মহিলা কংগ্ৰেছ কৰ্মী। চোকা অস্ত্ৰৰ আক্ৰমত আহত হয় ধাপক গাৱঁৰ নৱনিতা চাতোলা, সংগীতা পায়েং আৰু মিনাক্ষী চাতোলা। বালিচাপৰি আৰক্ষী চকীৰ অন্তৰ্গত আদি এলেঙিত এই ঘটনা সংঘটিত হয়। কংগ্ৰেছ কৰ্মী সকলে বাইক ৰেলি কৰি বালিচাপৰি দিশে গৈ থাকোতে বাটতে বাধা প্ৰদান কৰি বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীক। আহত কংগ্ৰেছ কৰ্মী কেইগাৰকীক ততাতৰিয়াকৈ গড়মূৰ জিলা চিকিৎসা লয়লৈ আনে চিকিৎসাৰ বাবে MAJULI BREAKING মাজুলীত নিৰ্বাচনকেন্দ্ৰিক হিংসা বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ সংঘাত । বিজেপি কৰ্মীৰ চোকা অস্ত্ৰৰ আক্ৰমনত আহত তিনি মহিলা বিজেপি কৰ্মীৰ আক্ৰমণত আহত তিনি গৰাকী মহিলা কংগ্ৰেছ কৰ্মী। চোকা অস্ত্ৰৰ আক্ৰমত আহত হয় ধাপক গাৱঁৰ নৱনিতা চাতোলা, সংগীতা পায়েং আৰু মিনাক্ষী চাতোলা। বালিচাপৰি আৰক্ষী চকীৰ অন্তৰ্গত আদি এলেঙিত এই ঘটনা সংঘটিত হয়। কংগ্ৰেছ কৰ্মী সকলে বাইক ৰেলি কৰি বালিচাপৰি দিশে গৈ থাকোতে বাটতে বাধা প্ৰদান কৰি বিজেপি কৰ্মীয়ে আক্ৰমণ কৰে কংগ্ৰেছ কৰ্মীক। আহত কংগ্ৰেছ কৰ্মী কেইগাৰকীক ততাতৰিয়াকৈ গড়মূৰ জিলা চিকিৎসা লয়লৈ আনে চিকিৎসাৰ বাবে

- ৰঙিয়া চহৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ধৰ্মকান্ত ডেকাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন।1
- Post by দিব্য জ্যোতি ভূঞা1
- ৰাইজৰ যথেষ্ট সঁহাৰি ডিমৌ বিধানসভা সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী সুশান্ত বৰগোহাঁয়ে সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ চলাই শেষত ব্যক্ত কৰে এনেদৰে অনুভৱ।1
- এই দৃশ্য, নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ। নগৰাঞ্চলৰ আৱাসী সকলৰ সহযোগত আৰু সাৰ্বজনীন কেন্দ্ৰৰ উদ্যোগত, লতাশিল বিহু সম্ৰাজ্ঞী "শতাব্দী কলিতা" আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ঢুলীয়া "জিতেন বৰাৰ" নেতৃত্বত 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা। নতুন প্ৰজন্মক বিহুৰ সঠিক শৈলী আৰু চেনেহৰ সংস্কৃতিৰ সৈতে চিনাকি কৰোৱাৰ লক্ষ্যৰে এই বিহু কৰ্মশালা। আগন্তুক ৰঙালী বিহুক কেন্দ্ৰ কৰি এতিয়া ব্যস্ততা বাঢ়িছে শোধনাগাৰৰ কৰ্মচাৰী তথা পৰিয়াল বৰ্গৰ মাজত।অসমীয়াৰ স্বাভিমান বিহু কৃষ্টিৰ চৰ্চা আৰু সংৰক্ষণৰ বাবে আয়োজন এই বিহু কৰ্মশালাৰ।কন কন শিশুৰ পৰা যুৱক-যুৱতী সকলৰ অংশগ্ৰহণ। শোধনাগাৰৰ ব্যস্ত জীৱনৰ মাজতো যাতে নৱ প্ৰজন্মই নিজৰ শিপাক পাহৰি নাযায়, তাৰবাবে এই প্ৰয়াস।3
- Post by Biswajit Don1
- চৰাইদেউ জিলাৰ লাকুৱা থানা তিনিআলিত থকা ডাকঘৰত নিশা দুৰ্বৃত্তই চুৰি কৰি নিলে ইনভাৰটাৰৰ বেটেৰি আৰু লকাৰৰ টকা ৷ আৰক্ষীক গোচৰ ডাকঘৰৰ কৰ্তৃপক্ষৰ1
- MAJULI NEWS মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য Dy365 ৰ চেনেলৰ মালিকৰ ভায়েক ৰেজিষ্টেচন থকা তেলচোৰ। কোনো চেনেলেতো মোক এনেকোৱা প্ৰশ্ন কৰা নাই আপুনি মোৰ পত্নীৰ সিৰৰ সেন্দুৰ লগত কিয় লাগি আছে! পত্নীৰ বিৰুদ্ধে কৰা ষড়তন্ত্ৰৰ ৰাজহুৱা কৰিলে বহু কথা । DY365 চেনেলক সমালোচনা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।1
- Post by দিব্য জ্যোতি ভূঞা1
- হাতীঘুলিৰ বীৰেন গগৈয়ে দিলে স্পষ্টীকৰণ জয়ন্ত হাজৰিকা / কুশল দুৱৰীয়ে মোক গুলিওৱা নাই । এই ঘটনাত কোনো কাৰণতে জয়ন্ত হাজৰিকা জড়িত নহয় সংবাদ মাধ্যমত প্ৰকাশ বাতৰি সত্য নহয় সেই সময়ত বজৰংগ দল আৰ্মিৰ অপাৰেশ্যন চলিছিল জয়ন্ত হাজৰিকাই অত্যাচাৰ কৰা নাছিল ইয়াৰোপৰি যি সকলে এনেকুৱা ধৰণৰ কথা উলিয়াই আছে সেই সকলক জনসাধাৰণক এনেদৰে মিছা কথা কৈ বিপথে পৰিচালিত নকৰিবলৈ ও আহ্বান জনায় বীৰেন গগৈয়ে উল্লেখ্য যে বীৰেন গগৈক জয়ন্ত হাজৰিকাই গুলিয়াইছিল বুলি তেখেতৰ এগৰাকী ভাতৃয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য প্ৰদান কৰিছিল এয়া সম্পূৰ্ণ মিছা বুলি বীৰেন গগৈয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত তদুপৰি যিগৰাকী ভাতৃয়ে এই কথা প্ৰকাশ কৰিছিল তেখেত কংগ্ৰেছ দলৰ এগৰাকী প্ৰাক্তন পঞ্চায়ত সভাপতি বুলিও মন্তব্য কৰে ।1