Shuru
Apke Nagar Ki App…
কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ
AM News 24
কলিয়াবৰৰ ভকুৱামাৰীত চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ শতাধিক ৰাইজৰ উত্তাল প্ৰতিবাদ তিনিশ পৰিয়ালে যাতায়ত কৰা চৰকাৰী কৃষি বান্ধ বন্ধ কৰাক লৈ এই প্ৰতিবাদ মুজিবুৰ ৰহমান আৰু আমীৰ আলী নামৰ দুজন লোকে চৰকাৰী কৃষিবান্ধ দখল কৰাৰ অভিযোগ বৰঘুলী গড়কাপ্তানি পথৰ পৰা ভকুৱামাৰী খালপাৰ জামে মছজিদলৈ যোৱা কৃষি বান্ধটো কাটি দিয়াত যাতায়ত বন্ধ হৈ পৰিছে তিনি শতাধিক পৰিয়ালৰ এই কৃষি বান্ধটোৰে দৈনিক হাজাৰ হাজাৰ লোকে অহা যোৱা কৰিছিল যদিও মজিবুৰে বাহুবল প্ৰয়োগ কৰি কৃষিবান্ধ টো কাটি খেতি কৰাৰ অভিযোগ আমাৰ ৰাস্তা আমাক লাগিবই, চৰকাৰী ৰাস্তা বন্ধ কৰা নচলিব, মজিবুৰ হাই হাই আদি শ্লোগানেৰে সাব্যস্ত কৰে এই প্ৰতিবাদ
More news from অসম and nearby areas
- *ৰাষ্ট্ৰীয় জুডোত তিনিটা সোন এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকৰে উজলিল চতিয়া চেম্পিয়নছ মেকাৰ একাডেমীৰ খেলুৱৈ সকল ।* অসমৰ ক্ৰীড়া জগতৰ বাবে এক অত্যন্ত গৌৰৱৰ খবৰ। ছত্তীশগড়তৰ ৰাইপুৰত যোৱা ২৭ জুলাইৰ পৰা আৰাম্ভ হৈ আজি সফলতাৰে সমাপ্তি হোৱা CBSE Far East Zone Judo Championship-2026 ত চতিয়াৰ অগ্ৰণী ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ ‘চেম্পিয়নছ্ মেকাৰ একাডেমী’ৰ খেলুৱৈসকলে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিছে। একাডেমীখনৰ পৰা অংশগ্ৰহণ কৰা ৭ জন উদীয়মান প্ৰতিভাশালী খেলুৱৈৰ ভিতৰত ৫ জনে পদক লাভ কৰি ৰাজ্যখনৰ লগতে চতিয়া অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চেপিয়নছ মেকাৰ একাডেমীৰ সঞ্চালক হৃদয়ানন্দ দাসে জনোৱা মতে প্ৰতিযোগিতাখনত পদক লাভ কৰা খেলুৱৈসকল ক্ৰমে: গীতাৰ্থ কলিতা: ১৪ বছৰ অনুৰ্ধৰ ৪৫ কেজি শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), দেৱানীভ বৰমূদৈ: ১৪ বছৰ অনুৰ্ধৰ ৫০ কেজি উৰ্ধৰ শাখাত স্বৰ্ণ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল), ভূমিস্থা দাস: ১৭ বছৰ অনুৰ্ধৰ ৪৮ কেজি শাখাত স্বৰ্ণ পদক (আৱাৰ এবিচি একাডেমী), দেৱাৰ্পন মেধী: ৰূপৰ পদক (আৱাৰ এবিচি একাডেমী), অংশুমান বৰা: ব্ৰঞ্জৰ পদক (জ্ঞান ভাৰতী পাব্লিক স্কুল) । উদীয়মান খেলুৱৈসকলৰ এই অনন্য সফলতাত সমগ্ৰ চতিয়া অঞ্চলত আনন্দৰ লহৰ উঠিছে। ‘বিশ্বনাথ জিলা জুডো সংস্থা’ৰ লগতে স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজে বিজয়ী খেলুৱৈসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।4
- সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে সদ্য ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এম.বি.এ. HRM ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আফচানা মুস্কানে । 8.29 SGPA ৰে বিশেষ সফলতা কঢ়িয়াই অনা আফচানা মুস্কান ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা ৰে'ল বিভাগৰ কৰ্মচাৰী ৰষ্টুম আলী আৰু আনোৱাৰা বেগমৰ কন্যা । আফচানাৰ কৃতিত্বত সমগ্ৰ ৰঙিয়াতে আনন্দ বিৰাজ কৰিছে।1
- দৈগ্ৰোঙৰ ভাৰতী আৰ্ট এণ্ড ক্ৰাফট্ বিদ্যালয় প্ৰাঙ্গণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ, গোলাঘাট জিলা প্ৰশাসন আৰু লাইট অফ টুমৰ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সফলতাৰে সামৰণি পৰে। খুমটাই সমষ্টিভিত্তিক এই কৰ্মশালাত শতাধিক ছাত্ৰ-ছাত্ৰীক মাটিৰ সামগ্ৰী তৈয়াৰ, চিত্ৰাংকন আৰু নাট অভিনয়ৰ প্ৰশিক্ষণ দিয়ে ফাউণ্ডেচনৰ সঞ্চালক মাজিফ আহমেদ আৰু ভাৰতী হাজৰিকাই।মাটিৰ সামগ্ৰী প্ৰস্তুতকৰণ, চিত্ৰাংকন আৰু নাট অভিনয়।অতিৰিক্ত উপায়ুক্ত জিন্তু বৰা, সাংস্কৃতিক বিষয়া শান্তনু শৌলিক, শংকৰী সংস্কৃতিৰ সাধক গোলাপ শইকীয়া, মৰঙি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকল।প্ৰশিক্ষণ সামৰণিত জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰশিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।অনুষ্ঠানৰ শেষত প্ৰশিক্ষক মাজিফ আহমেদে আঁতধৰা সামৰণি সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলৰ উপৰিও স্থানীয় ৰাইজ আৰু অভিভাৱকসকল ব্যাপকভাৱে উপস্থিত থাকে।3
- 🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।। #golaghatখবৰ #AssamFloods #assamfloods2026 🔻বন্যাৰ্তৰ দুখৰ সমভাগী হ'ল জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা ।। #golaghatখবৰ #AssamFloods #assamfloods20261
- বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰবঞ্চনা। নিজকে গহপুৰৰ বাসিন্দা বুলি পৰিচয় দি এখন ন-দম্পতীয়ে বিশ্বনাথৰ বামগাঁৱত ভাড়াঘৰ লৈ "Assam Carrier Point" নামৰ Placement Agency খুলি নিবনুৱাসকলক প্ৰতাৰণা কৰি আহিছিল।দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীয়ে বামগাঁৱৰ এখন ভাড়াঘৰত কাৰ্যালয় স্থাপন কৰি ব্যক্তিগত খণ্ডত চাকৰি দিয়াৰ প্ৰলোভন দেখুৱাই বিশ্বনাথৰ বিভিন্ন ঠাইৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল। কিন্তু ধন সংগ্ৰহ কৰাৰ পিছত তেওঁলোকে কোনোকে চাকৰি নিদিলে। ইয়াৰ উপৰিও প্ৰতিশ্ৰুতি অনুসৰি কাম নকৰাৰ বাবে প্ৰশ্ন কৰিবলৈ যোৱা কেইগৰাকীমান যুৱতীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উঠিছে। অৱশেষত প্ৰতাৰিত হোৱা যুৱতী কেইগৰাকীয়ে আজি বিশ্বনাথ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পিছতে আৰক্ষীৰ এটা দলে তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ "Assam Carrier Point" নামৰ কাৰ্যালয়খনত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে উক্ত Placement Agency খনৰ কোনো ধৰণৰ বৈধ অনুজ্ঞা পত্ৰ নাই। যাৰ পিছত আৰক্ষীয়ে দিব্য ৰঞ্জন বৰুৱা আৰু তেওঁৰ পত্নীক আটক কৰি থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই বিশ্বনাথৰ নিবনুৱা সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু আৰু কিমানজন প্ৰতাৰিত হৈছে সেই বিষয়ে খবৰ লৈছে।4
- 🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।। 🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।। #golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook 🔻গুৰুদ্বাৰত শিখ ধৰ্মাৱলম্বী লোকৰ সৈতে বানাক্ৰান্ত ৰাইজক কৰিব পৰা সহায়-সহযোগীতাক লৈ আলোচনা বদৰুদ্দিন আজমলৰ ।। 🔻শিৱসাগৰৰ গুৰুদ্বাৰত উপস্থিত হ'ল বদৰুদ্দিন আজমল ।। #golaghatখবৰ #assamfloods2026 #viralreelsfacebook #dailynews #flood #followersactivefacebook1
- শিৱসাগৰৰ বানাক্ৰান্তলৈ লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাৰ বান সাহাৰ্য যোগান শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজক সাময়িক সকাহ প্ৰদানৰ বাবে খাদ্য,বস্ত্ৰ আৰু বাচন সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰিছে লালুক মিনি গুড্চ কেৰিয়েৰ সন্থাই৷ আজি কেৰিয়াৰ সন্থাৰ এটা সজাতি দল নিজা বাহনেৰে সা-সামগ্ৰীলৈ শিৱসাগৰৰ অভিমুখে ৰাওনা হৈছে৷ দলটোৱে কাইলৈ শিৱসাগৰৰ ভিতৰুৱা অঞ্চলত এই সামগ্ৰী বিতৰণ কৰিব বুলি জনাইছে৷ সন্থাই খাদ্য সামগ্ৰীৰ লগতে আঠুৱা,ফেনাইল,ম’ম,মহ খেদোৱা ধূপ,জুইশলা,চাবোন,বাল্টি,মগ আৰু পিন্ধিবলৈ কাপোৰ বিতৰণ বাবে লৈ গৈছে৷ সন্থাই ৰাইজৰ সহযোগত সংগ্ৰহ কৰা সামগ্ৰী প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ মাজত বিতৰণ কৰিব৷1
- 📍বিশ্বনাথত Placement Agency ৰ নামত প্ৰবঞ্চনা, ন-দম্পতী আৰক্ষীৰ জালত 📍বিশ্বনাথত নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ নামত সংঘটিত হৈছে ডাঙৰ প্ৰৱঞ্চনা।1