হাইলাকান্দিৰ মৈত্ৰী ভৱনত বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ সাহিত্য অনুষ্ঠানৰ মাজতে তৰুণ কবি বাপ্পি দেৱনাথ (নিহাৰ) সম্পাদিত লিটল মেগাজিন ‘শব্দ নিৰন্তৰ’ৰ ৫০তম সংখ্যাটো উন্মোচন কৰা হয়। এই অনুষ্ঠানত সাহিত্য আলোচনী ‘সাহিত্য’ৰ সম্পাদিকা শিখা ভট্টাচাৰ্য, কবি তথা প্ৰবন্ধকাৰ আশুতোষ দাস আৰু কবি তথা প্ৰবন্ধকাৰ মাণিক চক্ৰৱৰ্তীয়ে যুটীয়াভাৱে এই বিশেষ সংখ্যাটোৰ মোৰক উন্মোচন কৰে। আদৰণি ভাষণত সম্পাদক বাপ্পি দেৱনাথে জনায় যে ২০২১ চনৰ পৰা ‘শব্দ নিৰন্তৰ’ৰ যাত্ৰা আৰম্ভ হৈছিল। সাহিত্যপ্ৰেমীসকলৰ সহযোগিতা আৰু উৎসাহৰ বাবেই আজি এই আলোচনীখনে ৫০তম সংখ্যাত ভৰি দিছে আৰু এই বিশেষ সংখ্যাটোক স্মৰণীয় কৰি ৰাখিবলৈকে এক বৃহৎ পৰিসৰত এই প্ৰকাশনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত উপস্থিত থকা শিখা ভট্টাচাৰ্য, কবি-প্ৰবন্ধকাৰ সুশান্ত মোহন চট্টোপাধ্যায়, কবি কল্লোল চৌধুৰী, কবি-সাংবাদিক আশীষ ৰঞ্জন নাথ, কবি শিপ্ৰা শৰ্মা মহন্ত, কবি সৌমকান্তি ভট্টাচাৰ্য, তৰুণ কবি কিৰণ দেৱনাথ, কবি জিতেন্দ্ৰ নাথ আৰু শংকৰ চৌধুৰী আদিকে ধৰি উপস্থিত কবি-সাহিত্যিকসকলে বাপ্পি দেৱনাথৰ নিৰলস সাহিত্য চৰ্চা আৰু ‘শব্দ নিৰন্তৰ’ৰ ধাৰাবাহিক প্ৰকাশৰ ভূয়সী প্ৰশংসা কৰে।

- হাইলাকান্দিৰ মৈত্ৰী ভৱনত বৃহস্পতিবাৰে এক গাম্ভীৰ্যপূৰ্ণ সাহিত্য অনুষ্ঠানৰ মাজতে তৰুণ কবি বাপ্পি দেৱনাথ (নিহাৰ) সম্পাদিত লিটল মেগাজিন ‘শব্দ নিৰন্তৰ’ৰ ৫০তম সংখ্যাটো উন্মোচন কৰা হয়। এই অনুষ্ঠানত সাহিত্য আলোচনী ‘সাহিত্য’ৰ সম্পাদিকা শিখা ভট্টাচাৰ্য, কবি তথা প্ৰবন্ধকাৰ আশুতোষ দাস আৰু কবি তথা প্ৰবন্ধকাৰ মাণিক চক্ৰৱৰ্তীয়ে যুটীয়াভাৱে এই বিশেষ সংখ্যাটোৰ মোৰক উন্মোচন কৰে। আদৰণি ভাষণত সম্পাদক বাপ্পি দেৱনাথে জনায় যে ২০২১ চনৰ পৰা ‘শব্দ নিৰন্তৰ’ৰ যাত্ৰা আৰম্ভ হৈছিল। সাহিত্যপ্ৰেমীসকলৰ সহযোগিতা আৰু উৎসাহৰ বাবেই আজি এই আলোচনীখনে ৫০তম সংখ্যাত ভৰি দিছে আৰু এই বিশেষ সংখ্যাটোক স্মৰণীয় কৰি ৰাখিবলৈকে এক বৃহৎ পৰিসৰত এই প্ৰকাশনৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত উপস্থিত থকা শিখা ভট্টাচাৰ্য, কবি-প্ৰবন্ধকাৰ সুশান্ত মোহন চট্টোপাধ্যায়, কবি কল্লোল চৌধুৰী, কবি-সাংবাদিক আশীষ ৰঞ্জন নাথ, কবি শিপ্ৰা শৰ্মা মহন্ত, কবি সৌমকান্তি ভট্টাচাৰ্য, তৰুণ কবি কিৰণ দেৱনাথ, কবি জিতেন্দ্ৰ নাথ আৰু শংকৰ চৌধুৰী আদিকে ধৰি উপস্থিত কবি-সাহিত্যিকসকলে বাপ্পি দেৱনাথৰ নিৰলস সাহিত্য চৰ্চা আৰু ‘শব্দ নিৰন্তৰ’ৰ ধাৰাবাহিক প্ৰকাশৰ ভূয়সী প্ৰশংসা কৰে।1
- ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰেৰণাত হাইলাকান্দিৰ মণিপুৰত এক শাৰীৰিক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে। এই শাৰীৰিক প্ৰশিক্ষণ শিবিৰটোৰ আয়োজনৰ মূল উদ্দেশ্য, গুৰুত্ব আৰু তাৎপৰ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত বিধায়ক ডক্টৰ মিলন দাসে নিজৰ মত ব্যক্ত কৰে।1
- হাইলাকান্দি জিলাৰ লালা আৰু সমগ্ৰ হাইলাকান্দিৰ সামগ্ৰিক উন্নয়নৰ দাবীত গুৱাহাটীত অনশনত বহিছে জিলা যুৱ কংগ্ৰেছৰ কৰ্মীসকল। লালা আৰু হাইলাকান্দিৰ সামগ্ৰিক বিকাশৰ দাবীত জিলাখনৰ যুৱ কংগ্ৰেছ কৰ্মীসকলে গুৱাহাটীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে।1
- কাছাৰ জিলাৰ গুমৰা থানা এলেকাৰ পৰা আৰক্ষীয়ে বিপুল পৰিমাণৰ চিগাৰেট বাজেয়াপ্ত কৰিছে।1
- Post by Manik AIi1
- কাৰ্বি আংলঙৰ বোকাজানত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।1
- কাৰ্বি আংলঙৰ খটখটি ময়নাপুৰী অঞ্চলৰ শান্তনু হাজং নামৰ এজন যুৱক বিগত ৬ দিনৰ পৰা সন্ধানহীন হৈ আছে।1
- কাছাৰ জিলাৰ শিলচৰ চিভিল হাস্পতালত বাথৰুমলৈ যোৱাৰ অজুহাতত নিজৰ সন্তানক আনৰ জিম্মাত এৰি থৈ এগৰাকী মাতৃ নিখোজ হোৱাৰ ঘটনা সংঘটিত হৈছে। বাথৰুমলৈ যোৱাৰ নাম লৈ মহিলাগৰাকীয়ে নিজৰ সন্তানটোক আন এজন লোকৰ জিম্মাত দিয়াৰ পিছত তাৰ পৰা উধাও হয়। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শিলচৰ আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে।3