Shuru
Apke Nagar Ki App…
সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ উদাত্ত ভাষণ
Shakil Ahmed- ABC News Digital
সৃজনগ্ৰাম সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ উদাত্ত ভাষণ
More news from অসম and nearby areas
- 🏆🏆🧡💛🌟🌟🎉💙🌲🎊💝3
- Post by Shakil Ahmed- ABC News Digital1
- Post by Jamil.. social media channel i1
- চন্দন ব্ৰহ্ম পুনৰ BPFলৈ আহিলে আমি ৱেলকাম জনাম-- হাগ্ৰামা মহিলাৰী1
- লাইক শেয়ার কমেন্ট করুন প্লিজ1
- তামুলপুৰ কালাকুছি ঘগ্ৰাপাৰ লোকনিৰ্মান বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ ৷ তামুলপুৰৰ ঘগ্ৰা চ'কৰ পৰা কালাকুছি হৈ ঘগ্ৰাপাৰ সংযোগী পথৰ ঘগ্ৰা চকৰ পৰা কালকুছিলৈ পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ সৃষ্টি হৈছিল। আজি বহু প্ৰতীক্ষাৰ অন্তত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এই পথছোৱাৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে ৷ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল। আজি তামুলপুৰ জিলাৰ পথ অংশ অৰ্থাৎ তামুলপুৰ ঘগ্ৰা চকৰ পৰা কলকুছিলৈ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰাত ৰাইজে আজি অধ্যক্ষ গৰিকীক ধন্যবাদ জনায় ৷1
- ৰঙিয়াৰ নকুলত ২০ বিঘাতকৈ অধিক সৰিয়হ খেতি বিনষ্ট।তিনিদিন ধৰি হোৱা মুষলধাৰ ধুমুহা-বৰষুণৰ ফলত এই ক্ষতিসাধন। স্থানীয় কৃষকৰ মাজত হাহাকাৰ।এই সৰিয়হ খেতি কৰিছিল ৰঙিয়াৰ নকুলৰ স্থানীয় একাংশ যুৱক তথা বয়োজ্যেষ্ঠ লোকে। খেতিৰ পৰা ৮০/৯০ কুইন্টল সৰিয়হ ঘৰলৈ নিব পাৰিব বুলি ভাৱিছিল যদিও এতিয়া এক কিলোগ্ৰাম সৰিয়হো ঘৰলৈ নিব নোৱাৰাৰ দুখে নিদ্ৰা হৰণ কৰিছে ৰঙিয়াৰ এইসকল কৃষকৰ।কৃষি বিভাগ তথা চৰকাৰৰ ওচৰত কিছু হ'লেও ক্ষতিপূৰণ বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছে এইসকল কৃষকে।1
- Post by Shakil Ahmed- ABC News Digital1